(no title)
Registration account_circle Name picture_in_picture Personal ID email Email phone Phone work PositionHeadAssistantSecretaryOthers Reset settings_backup_restore Send send
Registration account_circle Name picture_in_picture Personal ID email Email phone Phone work PositionHeadAssistantSecretaryOthers Reset settings_backup_restore Send send
(ক) ‘অন্যযুগ’ আলোচনীখনে তৃতীয় বৰ্ষত ভৰি দিলে৷ তৃতীয় বৰ্ষৰ ৩য় সংখ্যাটো বিহু সংখ্যাৰূপে প্ৰকাশৰ ব্যৱস্থা কৰা হৈছিল৷ ২৩ মাৰ্চ ২০২০ তাৰিখে ছপাশালত দিবলৈ সাজু কৰা হৈছিল যদিও তলাবদ্ধ (Lockdown)-ৰ বাবে আমি থমকি ৰ’বলগীয়া হ’ল৷ তেনেকৈ মে’ আৰু জুন মাহৰো…
ড˚ নন্দ সিং বৰকলা অ সমীয়া জাতিৰ অতুল্য উৎসৱ, জাতীয় জীৱনৰ ধমনী ৰঙালী বিহুৱে সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰি আহিছে। আহোম ৰাজত্বকালৰো পূৰ্বৰ বিহুৱে আজিৰ তাৰিখত নানান বিৱৰ্তনৰ মাজেৰে পৰিৱৰ্তনৰ নতুন পোছাক পিন্ধি সংৱৰ্ধন আৰু আৱৰ্তনৰ মাজেৰে লাভ কৰা…
দেৱজিৎ ভৰালী আমাৰ অসমত মানৱ পুথিভঁৰালৰ ধাৰণাই এতিয়াও গা কৰি উঠা নাই৷ কিন্তু সম্ভাৱনাৰ অভাৱ নাই৷ অলপ মন কৰিলেই এই অনুষ্ঠানক কাৰ্যক্ষেত্ৰত পৰিণত কৰিব পাৰি৷ ‘মানৱ পুথিভঁৰাল’-ৰ ধাৰণা প্ৰকৃততে প্ৰত্যেকখন সমাজৰে প্ৰয়োজন আছে৷ নৱ-প্ৰজন্মই ইয়াৰ পৰা শিকিবলগীয়া, জানিবলগীয়া বহুতো আছে। যিকোনো…
ড˚ চন্দ্ৰধৰ চমুৱা (সাত) চাকি-শলিতা। ডাম-লাক বা মজিয়াৰ মূৰৰ ফ’কামৰ খুঁটাৰ কাষত কৰা পূজানুষ্ঠান। ছ্যু কাইলৈ প্রবাসলৈ যাব, জীৱনৰ প্রথম প্ৰবাস-যাত্ৰা। গতিকে যাত্ৰাৰ শুভ কামনাৰে উপৰিপুৰুষ পুলিন-পুথাও, দাম আৰু ফীসকলক সন্মান জনাই জাননী দি যোৱাৰ এটি পৰম্পৰা। মৃতসকলৰ উদ্দেশ্যে নৈবেদ্য উছৰ্গা কৰি…
স্পৰ্শ হৰেকৃষ্ণ ডেকা স্পৰ্শ এক ভাষা আৰু যোগাযোগ হয়। চকুত যি ফুটি উঠে ক্ৰমে আগবাঢ়ে, আৰু স্পৰ্শত আচল হৈ পৰে। এই ৰসায়ন নুবুজাকৈ অনুভৱ হয়। ওচৰৰ পৰা আমি দুয়ো দুয়োলৈ চাই আছিলোঁ, অথচ আমাৰ মাজত বহুত দূৰত্ব। আমাৰ মনত হেঁপাহ,…
সুপ্ৰকাশ ভূঞা এই যে দিনে-ৰাতিয়ে লাওখোলাটোৰ ভিতৰত কিবা এটাই খুন্দিয়াই থাকে— তেজ, সিৰা, ধমনী— ইয়াৰ ভিতৰত কিবা এটা সন্তৰ্পণে ঘূৰি ফুৰে— কিন্তু এই কিবাটো কি মিথুৱেও সঠিককৈ নাজানে। নজনাকৈয়ে তাই সপোন দেখে। মাছৰ চকু দুটা, উৰি থকা পখিলা, অপেস্বৰী এজনী,…
সমস্যাজৰ্জৰ অসম ৰঞ্জুমণি মহন্ত এমুঠিমান দেশ বাদ দি সমগ্ৰ পৃথিৱী আজি ক’ৰনাত আক্ৰান্ত৷ সৰ্বত্ৰতে মৃত্যুৰ বিভীষিকা৷ আমেৰিকা, ইটালি, স্পেইন আদিৰ দৰে দেশো ক’ৰনাত বিধ্বস্তপ্ৰায়৷ আজিৰ তাৰিখত ভাৰতবৰ্ষই ক’ৰনাক্ৰান্তৰ সংখ্যাৰ ফালৰ পৰা বিশ্বৰ ভিতৰত চতুৰ্থ স্থান অধিকাৰ কৰিলে৷ মৃতকৰ সংখ্যাই এই মুহূৰ্তত প্ৰায় ৯,১৯৫ চুলেগৈ৷ এহাতে…
নিংকু নিশা নেওগ মই সাধাৰণতে অফিচৰ পৰা আহোঁতেই ঘৰুৱা বজাৰ-সমাৰখিনি কৰি আনো। এইটো মোৰ পুৰণি অভ্যাস। মই বজাৰৰ মোনাখন লৈ যেতিয়া ঘৰ সোমাওঁহি, তেতিয়া কানি-মুনি এন্ধাৰ হয়হি। মোৰ পত্নী মায়াই সেই সময়ত গোসাঁইঘৰত চাকি জ্বলাই ধূনাৰ বাটিলৈ ফুৰাবলৈ বুলি পদূলি…