অনুকম্পা
মূল (ইং.) : পল লৰেঞ্চ ডানবাৰ (Paul Laurence Dunber)-ৰ Sympathy অনুবাদ : ড° ৰঞ্জিত দত্ত সজাত বন্দী চৰাইজনীয়ে কি অনুভৱ কৰে সেয়া মই জানো, যেতিয়া পাহাৰৰ হেলনীয়াখিনিত সূৰ্যৰ প্ৰখৰতা অধিক তীব্ৰতৰ হয়, যেতিয়া বতাহজাকে জোকাৰি যায় বসন্তৰ সেউজীয়া ঘাঁহনিডৰা আৰু …