‘ওলমি থকা গোলাপী জামুৰ লগ্ন’ বিচাৰৰ প্ৰয়াস
ড° মৃদুল শৰ্মা আধুনিক অসমীয়া কবিতাৰ জগতখনৰ এটা বহুলভাৱে পঠিত আৰু চৰ্চিত কবিতা হৈছে নীলমণি ফুকনৰ ‘ওলমি থকা গোলাপী জামুৰ লগ্ন’ বুলি আৰম্ভ হোৱা কবিতাটো৷ অগতানুগতিক প্ৰতীক, বৈচিত্ৰ্যপূৰ্ণ চিত্ৰকল্প আৰু অতুলনীয় সংযমী ভষাভঙ্গীৰ বাবেই বহু কাব্যৰসিকক কবিতাটোৱে অসুবিধাটো পেলাই আহিছে৷ এই…