sdblogs2011

sdblogs2011

প্ৰকৃতি

দাদুল দেৱকৃষ্ণ  : ‘‘দেতা, অ’ দেতা… এই বাতৰিটো চাওকচোন।’’— বাৰীৰ পৰা আহি ভিতৰলৈ সোমোৱাৰ সময়তে বনানিয়ে দেউতাকক দৈনিক বাতৰি কাকতখনৰ বাতৰি এটাত চকু ফুৰাবলৈ ক’লে। ওচৰতে থকা বেতৰ চকীখনত বহি, বনানিৰ হাতৰ পৰা বাতৰি কাকতখন লৈ নিৰ্দিষ্ট বাতৰিটো পঢ়িবলৈ ধৰিলে…

অহৈতুকী

চন্দনা পাঠক ছেফ্‌টি পিনৰ প্ৰেমত একেলগে পৰিল ক্লথ ক্লিপ্‌ আৰু ফাইল পিন্৷ নপৰিবনো কিয়? ছেফ্‌টি পিনৰ যিহে লাৱনী শৰীৰ! চিক্‌চিকীয়া৷ তাতে আক’ সুন্দৰীসকলৰ শৰীৰৰ সুবাস সনা শাড়ী-ব্লাউজ, চাদৰ-দোপাট্টাত গা ঘঁহি ঘঁহি একেবাৰে আৱেদনময়ী হৈ উঠিছে৷ দুই : প্ৰেমিক সুযোগৰ সন্ধানত আছিল৷ এদিন…

খিট ধেই খিট টাও

লুইত কিৰণ দাস ঢোলে গুমেগুমায় অ’ সোণপখিলী,এই যৌৱনতে ক’লৈ পলালি?(পলাল নে বান?)টেটৌ মাহীয়ে নাতিনীয়েকৰ বিয়াত কঁপাই দিছিল চোতালবানে-গানে মিলাই জমি উঠিছিল এটকীয়া আইৰ ৰাতি৷ সাত জাঁপ মাৰি পীতাম্বৰ পেহাই মৃদংগ খেলিছেষাঠিজোপা তামোলৰ মালিক পেহাদেউ।কঁপাই তোল বৰপুখুৰীৰ পাৰনিজানৰ চকুৱেদি ককাই চাই আছে বাৰহটীয়া নাচ। ‘টাওঁ খিটা…

প্রাণ কপোঁৱা আন্ধাৰ, হঠাৎ স্ফুলিংগ… ইত্যাদি

দেৱাশিস বুঢ়াগোহাঁই এজন কবি আহিছিল, হাতত আধালিখা কবিতা এটা কবিতাটোৰ দুটামান শাৰীত আছিল বাল্মীকিৰ আখৰ দুটামানত হ’মাৰৰ দুটামানত বাইৰনৰ (জঁপিয়াই থকা, তেজাল) দুটামানত নেডাৰ (স্ফুলিংগযুক্ত) শেষলৈ ৰিণি ৰিণি দেখিলোঁ, এটা শাৰী। নহয় এটা ৰিং হৰিৎ প্রান্তৰত হঠাৎ বাজি উঠা ঘণ্টাৰ ধ্বনি… শাৰীবোৰৰ কোনোবাটো— পাখিৰে লিখা, অস্পষ্ট…

মিতালি-কল্যাণ

উচ্চজিৎ দশগিৰি তাহানি এদিন শ্ৰাৱস্তীৰ অৰণ্যত সৌম্য প্ৰশান্তিৰে বুদ্ধই ক’লে, ‘‘বন্ধু হোৱা, শান্তি পাবা!’’ অঙ্গুলিমালৰ হাতৰপৰা উদ্যত কুঠাৰ সৰি পৰিল।   এতিয়া আজি মৃতকল্প এই নগৰীবোৰত বুদ্ধ ক’ত? সৰি পৰা কুঠাৰবোৰে দেখোন উদ্যত হোৱাতহে বিচাৰি পাইছে সাৰ্থকতা, চৌদিশে মাথোঁ স্বাৰ্থান্বেষী…

শীতকথা

শিখা গোস্বামী মহন্ত   গালত শীতল চুমা যাচি এয়া জাৰৰ আৰু এটি দোকমোকালি…   কুঁৱলী ফালি ফালি গৈ থাকোঁ ইথাৰৰ ইপাৰৰ ডাঠ কহুঁৱা অত কুঁৱলীতো মই ঠিকেই দেখোঁ ৰ’দৰ জিলিকনিত যি চমক আছিল… শীতে সাঁচ কাটে নে মোৰ ভ্ৰম (ধাৰণা…

অথবা প্ৰেম

কৌশিক জ্যোতি বৰা   একে নহয় যদিও ৰণ আৰু ৰণাংগন,একেই ভাগৰ যুদ্ধ আৰু প্ৰেমত।এইবুলি কৈ মোৰ নিচেই কাষতে বহিলহি নেপোলিয়ন…। যুদ্ধত  শত্ৰুক কচুকটা দিআত্মসমৰ্পণ কৰোঁ প্ৰেমৰ বেলিকা।যুদ্ধত জয়ী আৰু প্ৰেমত পৰাজিতজনহে প্ৰকৃত যোদ্ধা।এয়াই ইতিহাস যুদ্ধ আৰু প্ৰেমৰ। শূন্যত উদাস নেপোলিয়নৰ চকু। হৰুওৱাতকৈ হাৰিবলৈ সহজ,যদিও…

নিৰ্মাণ

লক্ষ্যজিৎ বৰা কবিতাৰ নিৰ্মাণ পানীকথা৷ লুটিয়াই দিওঁ৷ শিশুৰ বাবে থিঅ’ৰিৰ গুৰিবোৰ চিকুণাই দিওঁ৷আত্মপঠন জৰুৰী বাবে কেঁচা তামোলৰ ভৰুণ থোকলৈ চাই বহি থাকোঁ৷ শিপাই যোৱা কথাই নৈৰ দৰে পিহি থাকে৷গতিশক্তিৰ বাবে কমি গৈ থাকে স্থিতিশক্তি৷ ফৰ্ম ইম্‌পৰ্টেণ্ট। যুদ্ধৰ বাবে৷ চমঝোতাৰ বাবে৷ মানুহ হোৱাৰ বাবে৷গছ স্বাধীন৷ নিৰৱে মৰি থাকিব পাৰে৷…

চ্যালুইনৰ পৰা লুইতলৈ

ড° চন্দ্ৰধৰ চমুৱা (তেৰ) নাম্‌কিউ উপত্যকাৰ পূব পাৰত তিনিও ৰাজ্যৰ সন্মিলিত শক্তিয়ে ছ্যু-খান্‌–‌ফাৰ আগ্ৰাসী কাহিনীক তিনি ফালৰ পৰা বাধা দিলে৷ কিন্তু ছ্যু-খান্‌–ফাৰ বিৰাট  সৈন্যদলৰ দ্বাৰা প্ৰথম আঘাততে সন্মিলিত শক্তিৰ সৈন্য ছেদেলি-ভেদেলি হৈ গ’ল। ছ্যু-কা-ফাই নিৰীক্ষণ কৰি চালে ছ্যু-খান্‌-ফাৰ সৈন্য-সংখ্যাৰ তুলনাত নয়-ছান্‌-ফা, ছ্যু-জৎ-ফা আৰু…