সেউজপুৰৰ সাধু
স্মৃতিৰেখা দেৱী (যোৱা সংখ্যাৰ পাছৰ অংশ) কেৱল সিদ্ধান্ত লোৱাই নহয়, কামবোৰো লৰালৰিকৈ কৰোৱা হ’ল৷ কাউৰীয়ে কা কৰাৰ আগতেই মহাৰাজে মলুৱাৰ হতুৱাই ৰাজ্যখনত এটা ঘোষণা দিয়ালে— শুনক, শুনক, শুনক… মহামান্য মহাৰাজ কেশৰীয়ে আদেশ দিছে যে আজি সেউজপুৰৰ পাঠশালা বন্ধ থাকিব৷ সকলোৱে…