sdblogs2011

sdblogs2011

বৰগোহাঞি ছাৰলৈ শ্ৰদ্ধাঞ্জলি

ৰঞ্জুমণি মহন্ত (‘অন্যযুগ’ৰ উন্মোচনী অনুষ্ঠানত সদ্য়প্ৰয়াত হোমেন বৰগোহাঞি ছাৰ) ২০১৮ চনৰ জানুৱাৰি মাহ আছিল বোধকৰোঁ৷ ‘অন্যযুগ’-ৰ প্ৰকাশৰ বাবে যো-জা চলি আছে৷ ইতিমধ্যে আমাৰ অতি শ্ৰদ্ধাৰ ড° বসন্তকুমাৰ গোস্বামী ছাৰে সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছে৷ ঠিক হ’ল যে ৯ ফেব্ৰুৱাৰিৰ দিনটো যিহেতু অসমীয়া…

হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক সাহিত্য

ড° অসীম চুতীয়া প্ৰকৃতাৰ্থত মানুহৰ জীৱনটো এক বিচিত্ৰ অভিজ্ঞতাৰ ভঁৰাল৷ এই ভঁৰালত সঞ্চিত হৈ থকা কথাবোৰ যেতিয়া নিজ ভাষাৰে লিখিত ৰূপত সাহিত্যৰ মাধ্যমত আত্মপ্ৰকাশ পায় সিয়ে আত্মজীৱনীমূলক সাহিত্য হৈ পৰে৷ সেয়ে অসমৰ জাতীয় জীৱনৰ এজন অতি গুৰুত্বপূৰ্ণ ব্যক্তি হোমেন বৰগোহাঞিৰ জীৱন অভিজ্ঞতাৰ প্ৰতি…

ডাফ’ডিলবোৰ

মূল: Daffodils (William Wordsworth) ভাবান্তৰ : পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ ডাৱৰৰ দৰে অকলশৰে মই ফুৰিছিলোঁ ভ্ৰমি সুউচ্চ পাহাৰ আৰু উপত্যকাৰ ওপৰেৰে ওপঙি, আৰু তেনেতেই হঠাৎ দেখা পাইছিলোঁ এটা ভিৰ জাকৰুৱা এজাক সোণালী ডাফ’ডিলৰ; হ্ৰদৰ দাঁতিত আৰু ছাঁ দিয়া গছৰ ছায়াত, কঁপি কঁপি নাচিছিল…

উলাহেৰে উভতি চাওঁ: ১৫

 ড° পোনা মহন্ত ‘কাৰেংঘৰ’ সাজিছিলোঁ… কবি বিনন্দচন্দ্ৰ বৰুৱাৰ ‘গড়গাঁও গড়গাঁও, কথা শুনি তল যাওঁ’ কবিতাটো পঢ়াৰ অনেক বছৰৰ আগতেই মোৰ গড়গাঁৱলৈ যোৱা আৰু আহোম স্বৰ্গদেউসকলৰ কাৰেংঘৰত উঠাৰ সৌভাগ্য হৈছিল৷ সৰুতে নাজিৰা নগৰৰপৰা পাঁচমাইলমান দূৰত থকা মামাহঁতৰ ঘৰলৈ খোজকাঢ়ি বাট চমুৱাই…

সৌৰভ কুমাৰ চলিহা

প্ৰশান্ত মিশ্ৰ “সৌৰভ চলিহা ঢুকাল হয়তো। কিন্তু এই সত্যটো মোৰ বাবে  অৱান্তৰ”- সৌৰভ কুমাৰ চলিহা। তুমি কেতিয়াও ভবা নাছিলা  যে এদিন তেওঁ তোমাৰ ঠিকনা বিচাৰি আহিব ভবা নাছিলা কোনোবাই বিচাৰি উলিয়াব  ৰাস্তাৰ কেতিয়া সোঁফালে আৰু কেতিয়া বাওঁ ফালে ঘূৰিলে  ঠিক…

প্ৰকৃতিৰ ৰোষ বনাম মানুহৰ দোষ

ক’ৰ’নাভাইৰাছৰ ব্যাপক সংক্ৰমণৰ ফলত যোৱা কমেও দুটা বছৰে পৃথিৱীবাসীয়ে অনেক দুৰ্ভোগ ভুঞ্জিবলগীয়াত পৰিছে৷ বিভিন্ন দেশৰ চৰকাৰ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে অনুষ্ঠানে মানুহৰ জীৱন সুৰক্ষিত কৰিবৰ উদ্দেশ্যে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছে৷ বিশেষকৈ দৈনন্দিন জীৱনত পালন কৰিবলগীয়া সজাগতামূলক কাম-কাজখিনিৰ বিষয়ে প্ৰচাৰ…

নিৰৱচ্ছিন্নতা

(মূল: Continuities, ৱাল্ট হুইটমেন) অনুবাদ: উচ্চজিৎ দশগিৰি কোনো বাস্তৱ কেতিয়াও নেহেৰায় অথবা হেৰাব নোৱাৰে কোনো চিন্তা, নেহেৰায় কোনো জন্ম-পৰিচয়, নেহেৰায় শকতি, নেহেৰায় জীৱন মনে ঢুকি পোৱা কোনো স্বৰূপো নেহেৰায়, নাইবা নেহেৰায় এই বিশ্বৰ দৃশ্যমান একো সত্তা। আকৃতিবোৰত ভোল নাযাবা, নাইবা ৰূপান্তৰণৰ জগতেৰে বিভ্ৰান্ত হ’বলৈ…

বৰগোহাঞি ছাৰ আজি গ’লগৈ…

ডা: নৰেন কুটুম (১২ মে’ ২০২১) পুৱা আঠ বজাত আমাৰ নাইট ডিউটিৰ সময় শেষ হয়৷ নাইট ডিউটি কৰি ঘৰলৈ যাবলৈ মাথোঁ কিছু সময়  বাকী৷ বন্ধু ডা: প্ৰবীণ কাকতিয়ে ফ’নত খবৰটো দিলে হোমেন বৰগোহাঞি ছাৰ ঢুকাল৷ মই কিছু সময় বাকৰুদ্ধ হ’লোঁ৷ সি…

কলাৰ কলা, কলাবোধ আৰু বোধৰ কলা

ডঃ সঞ্জীৱ বৰা প্ৰতিজন ব্যক্তিয়েই ৰুচিৰ গোপন জগত একোখনত বাস কৰে। যাদৃচ্ছিক সংবেদনৰ এই জগতত নিজৰ ৰুচিৰ অনুষংগবিলাকৰ সৈতে একাত্ম হৈ থাকি ভাল পায়৷ ই অজ্ঞাতসাৰেই আমাক এখন নান্দনিক উপলব্ধিৰ জগতলৈ লৈ যায়৷ য’ত প্ৰতিটো উপলব্ধিয়েই আমাৰ ৰুচিৰ সৈতে সংমিশ্ৰিত…