চিয়ো কিটাহাৰাৰ কবিতা
মূল (জাপানী) : চিয়ো কিটাহাৰা ভাষান্তৰ: গীতুমণি তালুকদাৰ (১) তলাৰ নাই ধ্বংসও হ’ব পাৰে শেষ পৰিণতি আন্ধাৰত লুকুৱাই ৰখা চক্মকীয়া চাবিটোৰ সাৱধানেৰে ভিতৰলৈ খোঁচোতে কিছু সৰু সৰু অংশ সিঁচৰতি হৈ পৰে ভিতৰলৈ সোমা মাত এটাই চিঞৰে লুটি খাই…
মূল (জাপানী) : চিয়ো কিটাহাৰা ভাষান্তৰ: গীতুমণি তালুকদাৰ (১) তলাৰ নাই ধ্বংসও হ’ব পাৰে শেষ পৰিণতি আন্ধাৰত লুকুৱাই ৰখা চক্মকীয়া চাবিটোৰ সাৱধানেৰে ভিতৰলৈ খোঁচোতে কিছু সৰু সৰু অংশ সিঁচৰতি হৈ পৰে ভিতৰলৈ সোমা মাত এটাই চিঞৰে লুটি খাই…
ৰঞ্জন ভট্টাচাৰ্য্য ড০ দিলীপ বৰুৱা ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক পৰ্যায়ৰ বিদ্বানসকলৰ মাজত এটা চিনাকি নাম৷ যোৱা শতিকাৰ ষষ্ঠ দশকতে শ্যেফিল্ড্ বিশ্ববিদ্যালয়ৰ পৰা মানৱতাবাদী বিপ্লৱী লেখক, চিন্তাবিদ এড্ৱাৰ্ড কাৰ্পেণ্টাৰৰ সাহিত্যৰ বিষয়ে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা ড০ দিলীপ বৰুৱা আছিল বেনাৰস বিশ্বিদ্যালয় আৰু লীড্ছ বিশ্ববিদ্যালয়ৰ পৰা…
চিৰঞ্জীৱ দত্ত পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT
লুইত কিৰণ দাস ‘‘আই ঐ খালে ঐ খালে গৰুটোক বাঘে নিলে…’’ বাঘ খেদিবলৈ গৈ নাপালে বাঘ নাপালে গৰু তাইক পলুৱাই নি নৈপাৰত নতুন এটা চৰু। সেই দিনা আছিল শনিবাৰ ৷ হালখটি৷ সেইদিনা আছিল অসম বন্ধ। হাজিৰাত ঘাটি৷ সেইদিনা আছিল চ’তৰ শেষৰ ৰাতি। প্ৰেমে নামানে জাতি। ঠৰ্…
দিগন্ত শইকীয়া এই যে আমি কওঁ কাউৰী টেঙৰ বৰ ই সত্য নহয় অনেক মাধ্যমৰ চিকাৰ কাউৰী চাবলটাৰ্ন কাউৰী খাটিখোৱা কাউৰী জমাদাৰ কাউৰী কুলিৰ মিঠা মাত শুনিলেই কাউৰীলে’ মনত পৰে যিমান কবিতা যিমান গান যিমান সাধু কুলিক লৈ আছে…
ইছমাইল হোছেইন প্ৰতিজন মানুহেই গছৰ দৰে জীয়াই থাকিব খোজে, গছ হ’ব নোৱাৰে; প্ৰতিজন মানুহেই গছৰ দৰে সেউজীয়া হ’ব খোজে, সেউজীয়া হ’ব নোৱাৰে; গছ হ’ব নোৱৰাৰ দুঃখত মৃত্যুৱে গচকে চোতাল৷ ধৰ্মীয় বিশ্বাসত আতুৰ মানুহবোৰে ভাবে— সৃষ্টিকৰ্তাৰ ইচ্ছাত জীয়াই থাকে…
চুনা কুমাৰ পাঠৰী নৈৰ ঢৌৱে সপোন ভঙা ট্ৰেজিক খেলখন চাই চাই শিলগুটি এটা পানীলৈ দলিয়াই দিছোঁ নিমিষতে পানীত নিশ্চিহ্ন শিলগুটি, স্মৃতি বুৰবুৰণি কোৱাঁ— দুখতকৈও গধুৰ নে শিল ? বুকুত অহৰহ কঢ়িয়াই ফুৰা এই শূন্যতাৰ নামেই ভালপোৱা! প্ৰিয় সন্ধিয়া গোসাঁইঘৰত…
হৰেকৃষ্ণ ডেকা ১. যাম বুলিছিলি৷ এদিন গলিগৈয়ে৷ কোনোবাই কৈছিল, উভতি নাচাবি, এই সোঁত উভতি নবয়৷ সোঁৱৰণি হ’ব তিতা৷ সেই যে জুহালৰ কাষত পিঠা ভাজিছিলি কাষত বহিছিলোঁ কৰিছিলোঁ আব্দাৰ৷ ক’তা, ভাবিলে দেখোন এতিয়াও মনটো হয় মিঠা! (২) তই গোটেইখিনি চকুপানী…
অলকেশ কলিতা মাটি, আজিৰ পৰা মোক নাম কাঢ়ি নামাতিবা। এইমাত্ৰ এজাক ধাৰাসাৰ বৰষুণত মোৰ নামটো ধোৱা গৈছে। তেনেকৈয়ে মই তোমাত মিহলি হৈ গৈছোঁ। উঁয়ে খোৱা এচটা কামি। পুনৰ পোহৰ হ’বৰ বাবে ঢেৰ বীজ সিঁচি দিয়া হ’ব জানানে! এক পলকতে মই…
ননী বৰদলৈ বাঁহীৰ মাত এটা ঢপলিয়াই আহিছে বাঁহীত ৰাতিৰ সুৰ বাঁহীটোৰ সুৰত উটি আহিছে দুটি জোনাকী৷ *** মেঘৰ আঙুলিৰ ফাঁকেৰে কেইটোপালমান বৰষুণ সৰি পৰিছিল পানীপিয়াজনী চিঞৰি চিঞৰি উৰি গ’ল৷ *** বৰষুণৰ পাছত গো-বাটটোৰ গৰুৰ খোজত অগণন জোন আকাশত মাথোঁন…