sdblogs2011

sdblogs2011

অকণিয়ে অঁকা ছবি

এইবাৰ অকণিয়ে অঁকা ছবিৰ শিতানত এওঁলোকৰ ছবি আগবঢ়াইছোঁ: কুন্দনিভ দত্ত, চতুর্থ শ্ৰেণী, দিল্লী পাব্লিক স্কুল, দুলীয়াজান, ৰূপাংকনা কল্যাণী বৈশ্য, দ্বিতীয় শ্ৰেণী, মহৰ্ষি বিদ্যা মন্দিৰ, গুৱাহাটী আৰু কৃষ্ণা অংগনা বৈশ্য, ক্লাছ কেজি, ব্ৰইট বিগিনিং স্কুল, গুৱাহাটী৷  অংকন : কুন্দনিভ দত্ত অংকন : কুন্দনিভ দত্ত অংকন : কুন্দনিভ দত্ত অংকন :…

শিল্পকলা

  এইবাৰ শিল্পকলা শিতানত আগবঢ়াইছোঁ আশীৰ্বাদ কাশ্যপৰ কেইখনমান আলোকচিত্ৰ: ‘Enticing‘ ‘Segregated’  ‘Playful’  ‘Careless and Ecstatic’ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

অব্যাহৃত

 কথাৰ কথাৰে ৰঞ্জুমণি মহন্ত সৰুতে এটা কাহিনী পঢ়িছিলোঁ৷ এসময়ত এজন ৰজা আছিল৷ ৰজাই এদিন ৰাতি এটা বৰ ভয়ংকৰ সপোন দেখিলে৷ ৰাতিপুৱা সাৰ পোৱাৰ পাছতো তেওঁৰ সপোনটোৰ কথা মনত পৰি বৰ দুঃশ্চিন্তা হ’ল আৰু সপোনটোৱেনো কি অৰ্থ বহন কৰিছে জানিবলৈ বৰ…

বছা বকুল

 ৰমানন্দন বৰা   এক সোঁত নথকা ভোল পানীত পদুম ফুলে নে বোকাত ফুলে? বৰ্‌হমপুত্ৰত পদুম নাই৷ ভোগদৈত নাই৷ বৰ্‌হমপুত্ৰই পাৰ ভাঙি আহি খান্দি থৈ যোৱা কুঁহবিলাকতো পদুম ফুলা কোনেও কাহানিও নাই দেখা৷ মুঠতে বছা গাঁৱত বিল, খাল, পুখুৰী, কুঁহ, খাল,…

মাদাৰ টেৰেছা, মানৱতাই আছিল যাৰ ধৰ্ম

 ড° পুলক সভাপণ্ডিত   মানৱতাৰ প্ৰসংগ অহাৰ লগে লগে যি গৰাকী মহানায়িকাৰ নাম মনলৈ আহে তেৱেঁই হ’ল মাদাৰ টেৰেছা৷ ১৯১০ চনৰ ২৬ আগষ্টত অধুনালুপ্ত যুগোশ্লাভিয়াৰ স্ক’পজেত (বৰ্তমান নৰ্থ মেচিড’নিয়াৰ ৰাজধানী চহৰ) এইগৰাকী মহীয়সী নাৰীয়ে জন্মগ্রহণ কৰে, যাৰ প্ৰকৃত নাম আছিল এগ্‌নেছ…

স্বাধীনতা : অধিকাৰ আৰু দায়িত্বৰ যুগলবন্দী

 লুইতজ্যোতি         ১৫ আগষ্ট, ১৯৪৭ চন৷ ভাৰতৰ স্বাধীনতাৰ দিন৷ ১০০ বছৰীয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তাৰ পাছত ৯০ বছৰীয়া ব্ৰিটিছ ৰাজ শাসনৰ যৱনিকা পৰিছিল৷ তাৰ আগতেই ১৯৪৬ চনৰ জুলাই মাহত ড॰ ৰাজেন্দ্ৰ প্ৰসাদৰ সভাপতিত্বত সংবিধান সভা গঠন হৈছিল৷ ১৯৪৬ চনৰ ২৬ ডিচেম্বৰত সংবিধান…

চ্যালুইনৰ পৰা লুইতলৈ

  ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পাছৰ পৰা) খাম-য়াঙত অৱস্থান কালত ছ্যুই এদিন এটা সপোন দেখিলেঃ সি তাত থকা গম পাই ৱাইছালি দেশৰ পৰা চাম্‌-লুঙ্‌-ফাই আহি মাতিছেহি, তই সোনকালে মোৰ ওচৰলৈ আহ। তোক ৱাইছালি দেশৰ ৰজা পাতি মই মাও-লুঙলৈ উভতিম, তাৰ পৰা…

ভোগকচু ভকেবুলাৰী : এক আলোচনা

নিকু দুৱৰা   জাক ডেৰিডাই যেতিয়া পাঠ এটাৰ প্রতিষ্ঠিত ভাষাটোক ভাঙিব লাগে বুলি যুক্তি আগ বঢ়াইছিল, ঠিক সেই সময়তেই উত্তৰ-আধুনিকতাবাদে পাঠক আৰু লেখকৰ মাজৰ সম্পৰ্কটোকো ভাঙি পেলাইছিল। উত্তৰ-আধুনিকতাবাদী ব্যংগ (Irony), Deconstruction আদিয়ে সাহিত্যৰ পাঠ এটাক ক’ৰবাত নহয় ক’ৰবাত পাঠকৰ পৰা আঁতৰাই পাঠটোক এটা…

উলাহেৰে উভতি চাওঁ -১৭

 ড০ পোনা মহন্ত The Assam Tribune-ৰ বঁটা: আগৰ লেখাত কৈ আহিছোঁ যে মই ক্লাছ নাইন মানৰ পৰাই আচাম ট্ৰিবিউন কাকতখন পঢ়াৰ সুযোগ পাইছিলোঁ৷ এই কথাও উনুকিয়াই আহিছোঁ যে আজিৰ তুলনাত সেই কালত শিক্ষকৰ দৰমহা তাকৰীয়া আছিল যদিও দাদাই মাজে সময়ে…

ৰ’দত কোনে কি কি কৰে

  ড০ সঞ্চিতা বৰা   কাঁচিয়লি ৰ’দত ৰচকী পখিলাই মেলি পাখিযুৰি, ফুলক জোকাই উফৰি ফুৰে ৰংবোৰ কৰি চুৰি।   চৌফলীয়া ৰ’দত কেৰ্কেটুৱাই নেজৰ ছাতি মেলি, নানা গুটি খায় বাঁহৰ আগৰ জুলনাখনত জুলি।   পকা ৰ’দত কপৌহালিয়ে ওমলেহি চোতালতে, ভাল পায় খাই দুপৰৰ ভাত…