sdblogs2011

sdblogs2011

জলকীয়া

 নীলাভ সৌৰভ   এটা জলকীয়াই ৰাতি আহি সংগোপনে মোক মাত লগাইছিল জলকীয়াৰ কাহিনী শুনাইছিল   ৰ’দত ঘামি শুকাই বজাৰত মোৰ ফালে চাইছিল মোৰ কামিহাড় ভাগিছিল   বুকুৰ চৌকাত বিষ মোৰ  জ্বলা-পোৰাৰ ঔষধ নাই বজাৰত জলকীয়াকে কিনিছিলোঁ   আন কোনো সামগ্ৰী…

ইতিহাস চৰ্চা আৰু লাচিত বৰফুকন : বিশ্লেষণ আৰু প্ৰাসংগিকতা

পঙ্কজ প্ৰতিম বৰদলৈ            ইতিহাস অধ্যয়ন, চৰ্চা আৰু ইতিহাসৰ তথ্যসমূহৰ গ্ৰহণযোগ্যতাক লৈ এক প্ৰাচীন বিতৰ্ক আজিও চলি আছে৷ ইতিহাস চৰ্চাৰ জৰিয়তে এক গ্ৰহণযোগ্য আৰু সৰ্বাত্মক সত্যত উপনীত হ’ব পাৰিনে নাই সেই বিষয়ে নিৰন্তৰ চৰ্চা আৰু বিতৰ্কৰ অৱকাশ আছে৷…

প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ : ভাৰতীয় অৰ্থনীতিৰ গাঁথনিগত পৰিৱৰ্তন হৈছেনে?

ৰাতুল কুমাৰ লাহন          গ্যেট চুক্তি স্বাক্ষৰিত হোৱাৰ পৰৱৰ্তী সময়ত বিশ্বৰ অৰ্থনৈতিক প্ৰেক্ষাপটত এক ব্যাপক গাঁথনিগত পৰিৱৰ্তনৰ সূচনা হৈছিল৷ গ্যেট চুক্তিৰ এক অন্যতম স্বাক্ষৰকাৰী দেশ হিচাপে ভাৰতবৰ্ষৰ অৰ্থব্যৱস্থাতো এক যুগান্তকাৰী পৰিৱৰ্তনৰ আৰম্ভ হৈছিল৷ একেসময়তে অৰ্থনৈতিক মন্দাৱস্থা আৰু খাদ্যদ্ৰব্যৰ নাটনিৰ মোকাবিলা…

শিশু আৰু মিছা কথা

পম্পি বৰা বৈশ্য    শিশুবোৰ কল্পনাপ্রৱণ। তোওঁলোকে কল্পনাৰ জগতত থাকি নিজৰ মতে যি কোনো কথা এটা বৰ্ণনা কৰি ভাল পায়। এই কাৰণেই শিশুসকলে কিছুমান এনে কথা গুৰুত্ব সহকাৰে ব্যক্ত কৰে যিবোৰ কথা ৱাস্তৱসন্মত নহয় অথবা কেতিয়াও তেনে ঘটনা ঘটাই নাই।…

বতৰবিজ্ঞান (Meteorology)

ড° বুলজিৎ বুঢ়াগোহাঁই   বায়ুমণ্ডলৰ বিভিন্ন দিশৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানৰ শাখাটি হ’ল – বতৰবিজ্ঞান (Meteorology)। ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়সহ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ছাত্র-ছাত্রীসকলে ‘বতৰবিজ্ঞান’ৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে। ইয়াৰ উপৰি ‘বতৰবিজ্ঞান’ত স্নাতকোত্তৰ, পি. এইচ. ডি. আদি…

হাতীপটি

নিৰু দত্ত   জুমি, ৰাণী, বিকু, বাবা, সন্ধ্যা আৰু মাজনী কাষ চাপি আহাঁ, শুনাম আজি হাতীপটিৰ কাহিনী । আকাশৰ সাগৰত নাও বাই তৰা, জোন, বেলি বগাকৈ হাতীপটিও আমাৰ নিচেই চিনাকি । আগষ্টৰ পৰা অক্টোবৰলৈ আন্ধাৰ ফৰকাল ৰাতি উত্তৰা-দক্ষিণাকৈ থাকে আকাশৰ…

ওমলা পদ্য

অংকুৰিতা ফুকন (১)ধেই-তাওঁ মালি, বান্দৰ পোৱালিখোৱানে মইনাহঁত সেউজীয়া পাচলি? (২)কণমানি গা-গছ লাহি লাহি পাতশাকৰ লগত খোৱানেগৰম গৰম ভাত ? (৩)ইকুট মিকুট চিকুটকেনে লাগে কোৱাঁচোনখাই ভজাবুট? (৪)এডিম চেদিম বাইদেউতাৰ লগত কোন কোনবজাৰলৈ যায়। (৫)জোনবাই এ মইনাহঁতক কোৱাঁম’বাইল লৈ নেখেলিবা,পঢ়া-শুনা কৰাঁ। —-…

দেশৰ আৰ্থিক দুৰ্গতি

সঞ্জীত কুমাৰ বৰদলৈ আমাৰ দেশ তথা ৰাজ্যখনৰ আৰ্থিক অৱস্থাটোৰ উমান পাবলৈ অৰ্থনীতিৰ পৰিসংখ্যা চোৱাৰ প্ৰয়োজন নাই৷ চৌপাশৰ পৰিমণ্ডলটো চালেই সকলো স্পষ্ট হ’ব৷ মূল্যবৃদ্ধি অভাৱনীয় হাতৰ হৈছে, স্থবিৰ হৈ পৰিছে বজাৰ-ব্যৱসায় আৰু সংকুচিত হৈ আহিছে উপাৰ্জনৰ ক্ষেত্ৰসমূহ৷ উন্নয়নমূলক কাম-কাজ থমকি ৰৈছে৷…

অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন আৰু আৰ্থিক উন্নয়নৰ গতিবিধি

 ড° সুৰেশ দত্ত         অৰ্থনীতি এখনৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত বছৰটোত উৎপাদিত হোৱা দ্ৰব্য আৰু সেৱাৰ মুদ্ৰামূল্যৰ সমষ্টিয়েই হল ঘৰুৱা উৎপাদন (Domestic Product)৷ এই ঘৰুৱা উৎপাদন ৰাষ্ট্ৰীয় ভিত্তিত মুঠ ঘৰুৱা উৎপাদন (Gross Domestic Product) অথবা ৰাজ্যিক পৰ্যায়ত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (Gross State…

সু-পৰিকল্পিত আঁচনিৰে ব্যৱসায়িক ভিত্তিত এৰী পলু পালন

 ড° মণিমালা শইকীয়া অসমৰ বিভিন্ন জনগোষ্ঠীয়ে এৰী পলু পালনৰ লগতে এৰী লেটাক খাদ্য হিচাপে পৰম্পৰাগতভাৱে গ্ৰহণ কৰি আহিছে৷ অসমৰ ২,৪০,৯৩৯ টা পৰিয়াল এৰী পালনৰ সৈতে জডি.ত আৰু ৰাজ্যখনৰ ৪২,৪৭১.০১ হেক্টৰ ভূমি এৰী পলুৰ খাদ্যবৃক্ষৰ অন্তৰ্গত৷ আমাৰ গাঁৱে-ভূঞে বিঘাই বিঘাই মাটি খেতি-বাতি…