sdblogs2011

sdblogs2011

বুদ্ধিৰ সাগৰ বীৰবল

ৰচনা পাঠক (২) সময়ৰ লগে লগে মহেশৰ বুদ্ধি আৰু জ্ঞানৰ ওচৰত শ্বাহেনশ্বাহৰ দৰবাৰৰ বাকীসকল সভাসদ মোলান পৰি গ’ল৷ মহেশ পূৰ্বতকৈও বেছি সাহসী হৈ উঠিল৷ একে সময়তে মানুহৰ সততা আৰু শঠতাৰ মাজৰ পাৰ্থক্যও মহেশে বেছিকৈ বুজিব পৰা হৈ আহিল৷ সভাসদসকলেই নহয়,…

বচা বকুল

   ৰমানন্দন বৰা ছয়   ইয়াৰ পিছৰ ঘটনাৰ গতি অতি দ্ৰুত৷ পদেপদে বিপদ, সংঘাতৰ আশংকা থকা৷ পিছে গাজনিহে হ’ল, বৰষুণ নহ’ল৷ ভাদ মাহত খেতি উঠাই এদিন বেণু আৰু পাহিতা অন্তৰ্ধান হ’ল৷ ক’লৈ গ’ল? কেনি গ’ল? ভূ পোৱা টান হ’ল৷ কিন্তু কিয়…

ডিচেম্বৰ মাহ আৰু সোণালী শৈশৱৰ মিঠা সোঁৱৰণিবোৰ

 মাধৱ দাস   স্কুলত থাকোঁতে এই ডিচেম্বৰ মাহটোৰ আমেজেই সুকীয়া আছিল। বছেৰেকীয়া পৰীক্ষা। তাতে আকৌ আগবেলা পৰীক্ষা থাকিলে ঠাণ্ডাত কিমান যে কষ্ট কৰি উঠিব লগা হৈছিল কাপোৰৰ মাজৰ পৰা! পৰীক্ষা শেষ হোৱাৰ পাছত এটা ডাঙৰ বোজা আঁতৰা যেন লাগিছিল। তাৰ…

উৰুকা

 পম্পি বৰা বৈশ্য বিহু, অসমীয়াৰ প্ৰাণৰ উৎসৱ। অসমৰ তিনিওটা বিহুয়েই কৃষিভিত্তিক। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা বিহুটি হৈছে “মাঘ বিহু”৷ আঘোণ, পুহ মাহত অসমীয়া কৃষকে বছৰৰ শস্য চপাই ভঁৰাল ভৰায়। এই সময়ত খেতিৰ ফচলে ভঁৰাল উপচাই ৰাখে…

ঘোঁৰাবাঘ

অনুভৱ তুলসী নান্দী কটপ্‌ খটপ্‌ কটপ্‌ খটপ্‌ গৰুৰ গাঁৱলৈ ঘোঁৰা অহা খবৰটো মৌন কৌতূহলত এক পূৰ্ণহতীয়া কোব থিয় চুলিয়ে কোনোমতে চম্ভালে ঘোঁৰা আহে নিজৰে যন্ত্ৰ তাঙৰণ টানি টানি ঘোঁৰা আহে এজ্ৰাৰ আজ্ঞা মানি আগমনৰ উদ্দেশ্য ঘোঁৰাই জানো জানে বিধেয় বোধগম্য…

অমৰত্বৰ ফুচফুচনি (Whispers of Immortality) by T S Eliot

মূল : টি. এছ. এলিয়ট অনুবাদ : এম. কামালুদ্দিন আহমেদ বাৰুকৈয়ে ৱে’বষ্টাৰ মৃত্যুৰে আছিল আচ্ছন্ন আৰু দেখিছিল লাওখোলা ছালৰ তলৰ;  আৰু মাটিৰ তলত স্তনহীন জীৱ পাছফালে হাউলি ওঁঠ নোহোৱা ডাঙৰ হাঁহি৷ গাঁঠিৰ সলনি ডেফ’ডিলৰ ঠাৰিটোৱে চকুৰ কোটোৰৰপৰা একেথিৰে আছিল চাই;…

আৰ্থাৰ মিলাৰ আৰু ডে’থ অৱ এ ছে’লছমেন : এক চমু আলোকপাত

 মৌচুম বৰুৱা   বিংশ শতিকাৰ আমেৰিকান নাট্য সাহিত্যক ঐশ্বৰ্যময় কৰি তোলাৰ ক্ষেত্ৰত য়ুজিন অ’নীল, টেনেছী উইলিয়ামছ আৰু এডৱাৰ্ড এলবীৰ সমানেই অৰিহণা আগবঢ়োৱা আনজন স্বনামধন্য নাট্যকাৰ হৈছে আথাৰ্ৰ মিলাৰ৷ মিলাৰৰ নাটকসমূহত সমাজৰ কিছুমান সমস্যা সহৃদয়তাৰে উপস্থাপন কৰা হৈছে৷ এইফালৰ পৰা তেওঁক হেনৰিক…

ভাৰতবৰ্ষত জীনছৰ জন্ম

 ড০ ভাৰত বৰুৱা   আজিৰ যুগত আমি বহু ধৰণৰ জীনছৰ লগত পৰিচিত। নীলা জীনছ্, শেঁতা পৰা জীনছ্, ক’লা জীনছ্, বগা জীনছ্, ৰংচঙীয়া জীনছ্, চেলেকা-চুবুৰীয়া জীনছ্, ফটা জীনছ্, কটা জীনছ্, স্থিতিস্থাপক জীনছ্ আৰু কত যে কি জীনছ্। আমি সাধাৰণতে জীনছ্ বুলিলে সহজে নফটা টান গাঢ় নীলা ৰঙৰ কপাহী কাপোৰৰ বস্ত্ৰকেই…

কার্ল স্মিট : মানৱ কল্যাণৰ বাবে যি জীৱন উচৰ্গা কৰিছিল

ড° পুলক সভাপণ্ডিত   পৃথিৱীত এনে কিছুমান লোক আছে যি জীৱিত কালত একমাত্ৰ মানৱকল্যাণৰ বাবে কাম কৰে৷ কিন্তু এইখন পৃথিৱীতে এনে কিছুমান ব্যতিক্ৰমী লোক আছে, যি জীৱিত কালত মানুহৰ বাবে কাম কৰাৰ উপৰি মানুহৰ কল্যাণৰ বাবে নিজৰ জীৱন পৰ্যন্ত বিসৰ্জন…

প্রথম সাক্ষাৎকাৰ

(কল্পবিজ্ঞান কাহিনী) অভিজিত শর্মা বৰুৱা দিল্লীৰ সাংবাদিক বন্ধু প্রদীপ গোৱেলৰ পৰা ফোনত খবৰটো পাই মই আচৰিত হৈ সুধিলোঁ, “কি! তুমি নিশ্চিতনে?” “মোক এইমাত্র নৰৱেৰ পৰা বন্ধু সাংবাদিক এজনে ফোন কৰিছে। আৰু এক–দুই ঘণ্টাৰ ভিতৰতে এনাউঞ্চ্ হ’ব। তেতিয়াহে বিশ্বই কথাটো ফর্মেলি…