sdblogs2011

sdblogs2011

খালি ঘৰ

নৃপেন গোস্বামী তৰাৰ পোহৰক পোহৰ নোবোলা কবিতাৰ খালি ঘৰত শব্দৰ ঢৌ ছিটিকা খবৰ পাটিদৈয়ে ছাঁ দিয়া পানীময় পুখুৰী কিম্বা  বিলৰ কাষত  বুজি পোৱা দিনত চেঙা উজায় চেঙাক আপুনি কবিতাৰ ঘৰত বিচাৰিলে পাব বুলি ভবাটো সমূলি ভুল নহয় চেঙা এতিয়া আধুনিক…

খেলা-ধূলা (Sports) আৰু দুঃসাহসিক খেল বা এড্‌ভেঞ্চাৰ স্প’ৰ্টছ্ (Adventure Sports)

 ড° বুলজিৎ বুঢ়াগোহাঁই   আমি জানো যে সৰু কালৰে পৰা বহুতো ছাত্র-ছাত্রীয়ে বিভিন্ন খেলা-ধূলা যেনে- এথলেটিকছ, ক্রিকেট, কাবাডী, কাৰাটে, খো-খো, জুডো, জিমনাষ্টিক, চাইক্লিং, টেবুল টেনিছ, টাইকোৱান ডু, টেনিছ, ডবা, নেটবল, বেডমিণ্টন, বাস্কেটবল, ফুটবল, ভলীবল, ভাৰোত্তোলন, হেণ্ডবল, হ’কী, সাঁতোৰ, বক্সিং আদি কৰি ভাল…

কেৰ্কেটুৱাটো

 হৰেকৃষ্ণ ডেকা   বাৰাণ্ডাতে বহি আছোঁ। বাতৰি কাকতত শব্দৰ মৰা-মৰি, কটা-কটি। কেৰ্কেটুৱা এটা ক্ষন্তেক ৰ’ল। মোলৈ চালে সি। আৰু খৰধৰকৈ নাৰিকলজোপাৰ ওপৰলৈ উঠি গ’ল। বাতৰি-কাকতত খেদা-খেদি, গ্ৰেপ্তাৰ। নাৰিকলজোপাৰ পৰা কিবা এটা পৰাৰ শব্দ হ’ল। কেৰ্কেটুৱাটোৱে কুমলীয়া ডাব এটা কুটিছে আৰু…

ক’লা মাছ

মদাৰজ্যোতি   কোনোবাই শ’ল-শালৰ কথা ক’ব মোৰ পিছে প্ৰিয় শেলুৱৈ পানীৰ চেঙাহে   সিদ্ধাৰ্থৰ গল্পত অতিকায় হৈ অহাৰ দৰেই মাছটো এদিন শ’লৰ পোণাতকৈও বুজন হ’ল চেঙা   আবতৰীয়া(বিহুৰ বতৰৰ নহয়) উছৱ-কালতে জাল, পল, জাকৈৰ লগতে দৰিকণা ধৰা চালনী এখনৰে ময়ো…

চোৰ

 খনিন্দ্র ভূষণ মহন্ত   চিকিমিকাই থকা ছুৰিখনৰ দৰে ধাৰাল দুচকুত শেষ নিশাৰ এন্ধাৰৰ ৰং এমুঠি ছটিয়াই নৈঃশব্দ্যৰ ধ্রুপদী তালত খোজ দি গুচি যায় এটি বাট   এনে কি আহুদি লগা মন্ত্রৰ আৱাহন লালায়িত হৈ পৰে বাসনাৰ সমস্ত আকুলতা আৰু প্রসাৰিত…

কবিতা

 জয়ন্ত দত্ত   নিউজ চ্ছেনেলবোৰৰ দৰে খবৰ কাকতবোৰৰ দৰে ল’ৰাটো একে ফুটতে উঠিল তুলিকাত তেজ আৰু জুইৰ ৰং সানি ৰৈ থাকে শ্ৰদ্ধাঞ্জলিত শোভা বঢ়াবলৈ বাট চাই থকা ফুলবোৰৰ দৰে   বিনামূলীয়া চাউলত নিগনিৰ গোন্ধ মিহলি হৈ আহিল খদমদম গাঁৱৰ এফাল…

কালি আমি নাছিলোঁ

প্ৰদীপ শইকীয়া   মনত নাই কালি আমি নাছিলোঁ আছিলোঁ যদিও নাজানো ৷ নথকাৰ সম্ভাৱনাই বেছি   গুবৰুৱা : গোবৰ উকটিছিলোঁ                পাচনযন্ত্ৰৰ বৰ্জিত পদাৰ্থত অপদাৰ্থ বিচাৰিছিলোঁ   কালি আমি কি কৰিছিলোঁ কিয় লাগে ! আজি যি কৰি আছোঁ কালিও কৰিছিলোঁ  …

গৰুখুঁটি চাপৰি

কিশোৰ বড়ো   ডবা কোবোৱা মাৰিদুডাল ভাগি থাকিল গাঁৱৰ খবৰ দিওঁতাই চিঞৰি চিঞৰি কৈ গ’ল … শুনক শুনক শুনক   এটা টিলিঙা টিলিঙাটোত নপৰিল চাৰিডাঁৰৰ ডবাদাৰী হাত   তেনেতে শুনিলোঁ মছজিদৰ মাইকটো বিকল আৰু দেখিলোঁ জুইত জাহ যোৱা কোৰআনৰ ফৰমান চূৰা-আয়াত…

নভবাকৈয়ে…

 ধ্ৰুৱকুমাৰ তালুকদাৰ   নভবাকৈয়ে কিছুমান সময় আহে ঘড়ীটো বন্ধ হৈ আছে আন্ধাৰৰ মাজত এৰি থৈ অহা সপোনবোৰত এটা দুটাকৈ ফুলবোৰ ফুলিবলৈ ধৰিছে…   ভালপোৱাৰ নামত মই যি কথা শিকিলোঁ তাত কেৱল খোজৰ চিনবোৰহে আছে বাট মুকলি কৰাৰ কৌশলবোৰ নাই   বহুতে…

উত্তৰসত্য

 মিণ্টুল হাজৰিকা   লখাইতৰা এটা সমাধি সৌধ কথাটো ভালকৈ জানিছিল ফুজুৰীবায়ে তথাপি তাই জৰায়ুৰ পেৰাটো খুলি এপদ এপদকৈ ধুইছিল  মাণিকীমধুৰী সপোন   আৰু বেলিমুখত ৰ’দাইছিল …   মাজে-সময়ে তাই আতালৰ পৰা মেঘ পাৰি আনিও চোতালত ঢাৰি পাৰি শুকুৱাইছিল ৷ পাঠকে…