ইম’শ্যনেল ভেম্পায়াৰ
জ্যোতিনীলিমা গগৈ ক্ৰমশঃ ছিটিকি পৰা পুৰণি তেজৰ দাগবোৰ গছপাতবোৰে লুকুৱাইছিল তেনে সময়তে তেওঁ বাউলি হৈ সোমাইছিল প্ৰাচীন চহৰখনত অ’ত-ত’ত লাইট হাউছৰ লেম্পবোৰ চূৰ্ণ কৰিছিল শীৰ্ণ দুহাতেৰে একাবেঁকা বাটৰ জোপোহাটোৰ আঁৰত এখন্তেক জিৰাওঁতে এজাক জোনাকীয়ে ভুলতে তেওঁৰ জুটুলা…