সমৃদ্ধি সনাতনী
পৰিস্মিতা বৰদলৈ ৰান্ধনী বেলিটোৱে দুপৰৰ আকাশখনত মুঠি মুঠি ৰং সিঁচি দিছে আৰু এয়া তাই সকলো কাম সামৰি থৈ তাইৰ প্ৰিয় খিৰিকীখনৰ ওচৰত ৰৈছেহি৷ এই সময়খিনিত তাই নিজক বিচাৰি পায়, আচলতে নিজক বিচাৰি লয়। কেতিয়াবা তাই খিৰিকীখনৰ আনটো পাৰে এটা…
পৰিস্মিতা বৰদলৈ ৰান্ধনী বেলিটোৱে দুপৰৰ আকাশখনত মুঠি মুঠি ৰং সিঁচি দিছে আৰু এয়া তাই সকলো কাম সামৰি থৈ তাইৰ প্ৰিয় খিৰিকীখনৰ ওচৰত ৰৈছেহি৷ এই সময়খিনিত তাই নিজক বিচাৰি পায়, আচলতে নিজক বিচাৰি লয়। কেতিয়াবা তাই খিৰিকীখনৰ আনটো পাৰে এটা…
ড° বুলজিৎ বুঢ়াগোহাঁই পাইলট হোৱাটো সমগ্ৰ বিশ্বৰ অন্যতম উন্নত, কঠিন আৰু শ্ৰেষ্ঠ কেৰিয়াৰ। পাইলট হবলৈ কিছুমান গুণ থকা দৰকাৰ, যেনে – ১। ভাল শাৰীৰিক স্বাস্থ্য: কেৱল বাছনি প্ৰক্ৰিয়াতে নহয়, বৃত্তিটোত সফলতা নিশ্চিত কৰাত শাৰীৰিক বৈশিষ্ট্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এজন…
ড০ ভাৰত বৰুৱা উদ্ভিদৰ বিকাশৰ বাবে সূৰ্যৰ পোহৰ আৰু তাপ দুয়োটাৰে অতিকে প্ৰয়োজন। সূৰ্যৰ পৰা বিকিৰিত তাপ আৰু পোহৰৰ মান আৰু পৰিমাণ দুয়োটাই বায়ুমণ্ডলীয় পৰিস্থিতি আৰু ঋতুৰ ওপৰত নিৰ্ভৰশীল। সূৰ্যৰ তাপ আৰু পোহৰে যিহেতু উদ্ভিদৰ ভিতৰভাগত হোৱা বহু ৰাসায়নিক কাৰ্যকলাপৰ বাবে…
(কল্পবিজ্ঞানভিত্তিক গল্প) ৰঞ্জু শৰ্মা সময় : 2030 চন স্থান : গুৱাহাটী, এসময়ত মানুহৰ ভিৰত বিৰ দি বাট নোপোৱা অথচ এতিয়া মৰাসুঁতিৰ দৰে এলাগী হৈ পৰি থকা ফাঁচী বজাৰৰ এখন অত্যাধুনিক শ্ব’ৰূমৰ পদূলি। বতৰ: প্রাক্ বহাগৰ এটি উৰুঙা দুপৰীয়া।…
মূল : হৰ্হে লুই বৰ্হেছৰ Emma Zunz ইংৰাজী অনুবাদ : এণ্ড্ৰু হাৰ্লীৰ Emma Zunz অসমীয়া অনুবাদ: নয়নজ্যোতি শৰ্মা ১৯২২ চনৰ ১৪ জানুৱাৰি তাৰিখে এমা ছুঞ্ছে টাৰবুখ আৰু লোইৱেণ্টালৰ কাপোৰৰ মিলটোৰ পৰা উভতি আহি পদূলিৰ এমূৰত এখন চিঠি পৰি থকা দেখা…
নিজৰা ৰাজকুমাৰী ২০২৩-ৰ যোৱা ১২ মাৰ্চত অনুষ্ঠিত হৈ গ’ল চিনেমাবিশ্বৰ অতি আকৰ্ষণীয় অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান। সকলো উত্তেজনাৰ অৱসান ঘটাই শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে ডেনিয়েল চাইনাৰ্ট আৰু ডেনিয়েল কোৱানৰ (দুয়োজনক একেলগে দ্য ডেনিয়েলছ্ বুলি…
কুমুদ ঘোষ সকলো কবিৰে একোটা নিলিখা কবিতা থাকেলিখোঁ লিখোঁ বুলি ভাবিওকোনো কবিয়েই লিখিব নোৱাৰে সেই নিলিখা কবিতাটো। নিলিখা কবিতাটোক সাক্ষী কৰিকবিতাৰ সমদল আগ বাঢ়ে,নিলিখা কবিতাটোক বুকুত সাবটি প্ৰতিজন কবিয়ে প্ৰতি ৰাতি চকু দুটা মুদে। একেটা কবিতাকে লিখি থাকেঅথচ নিলিখা কবিতাটো লিখিব নোৱাৰে।…
ধন দাস ১) বেটুপাত এটাত বৰশী বাই আছে এটা ৰঙা জিঞাঁই ওপঙি থকা পুঙাটোৰ উৎকণ্ঠাত সাৰে আছে কবি এইমাত্ৰ উজাই আহিব কবিতা আৰু অপমৃত্যু ঘটিব! ২) ছাগলী খেদা বৰষুণজাক পিঠিত লৈ ধূলিত পোত গৈ থকা চাৰিআলিটোৰ ছাটি-ফুটি আলোচনা বেলিটো বাৰু…
ভাস্কৰ জে নাথ খাবলৈ অনাটো পচলা কোনেনো নাজানে এই কথা ননাটো ডাঙৰ হ’ব কলডিলীয়া হাঁহি মাৰি কল লাগিব থোকভৰি অন্ততঃ ভাত নহ’লে কল চলি যায় চলিহাপৰাৰ সংসাৰ পিছে কল পকালৈহে ভয় বাদুলিয়ে খাব বুলি ৰাতিটোৱেই হাতীটো পিছে এতিয়া দিনতে হাতী …
পল্লৱী কৌশিক শৰ্মা : ডেনড্ৰ’ফাইল! যদি মই ভুল নহয়, শব্দটো এইটোৱেই আছিল ন? মানে তোমাৰ দৰে ট্ৰি-লাভাৰবোৰক এই বুলিয়েই নকয় জানো ! গছৰ পুলিটো আলফুলে বিশাখাৰ হাতত তুলি দি, তাইৰ তিৰবিৰাই উঠা চকুযুৰিলৈ দৰক লাগি চাই ৰ’ল গীতাৰ্থই। আজি তাইৰ…