কোনেনো বুজায় ৰংমিলিক
অন্বেষী বৰা ৰংমিলি এদিন আহিবি, কেঁচা আলিত সাৱধানে খোজ দিবি। আলি ভাগিব, দুৱৰি মৰিব; পাৰ ভঙা পানীৰ সঁজাত নাই আঁকৰী, দুমুঠন বুকুত কিদৰে সামৰিবি? দীঘল আবেলিবোৰত বহি ৰ’বি টঙীঘৰত। ধান-মাহৰ ৰখীয়া হৈ গীত জুৰিবি, “হুৰ হুৰ বতা চৰাই…
অন্বেষী বৰা ৰংমিলি এদিন আহিবি, কেঁচা আলিত সাৱধানে খোজ দিবি। আলি ভাগিব, দুৱৰি মৰিব; পাৰ ভঙা পানীৰ সঁজাত নাই আঁকৰী, দুমুঠন বুকুত কিদৰে সামৰিবি? দীঘল আবেলিবোৰত বহি ৰ’বি টঙীঘৰত। ধান-মাহৰ ৰখীয়া হৈ গীত জুৰিবি, “হুৰ হুৰ বতা চৰাই…
অংকুৰিতা ফুকন The epistemology of loss, how to stand up Knowing what every man must one day know… …
মনজিৎ সিং বালিত মুখ গুজি পৰি আছে স্থবিৰ সময় হঠাৎ দিনবোৰ সলনি হৈ গ’ল পাহাৰৰ চূড়াৰ পৰা অহংকাৰী দিনবোৰ নামি আহি কোনোবা দুৰৈৰ ছন পৰা পথাৰলৈ গুচি গ’ল আকাস্মিকভাৱে পৰিৱেশটো অচিনাকি হৈ পৰিল বিষাদৰ বাঁহীয়ে উৰুঙা কৰে হৃদয়…
দেৱাশিস বুঢ়াগোহাঁই কাঞ্চন ফুলিছে শিমলু-তুলা উৰিছে ডাঙৰকৈ নক’বা বাহিৰে-ভিতৰে পাতল হৈ পৰিছোঁ এই উৰি যাওঁ, উৰি যাওঁ মনৰ ভিতৰত trending-ত থকা cringe গান এটা বাজি আছে পুৱতি নিশা পূৰ্ণচন্দ্ৰৰ জোনাক গছৰ ফেৰেঙনিৰে, ভেণ্টিলেটৰেৰে বগুৱা বাই মোৰ কোঠাত সোমাইছে…
প্ৰেমনাৰায়ণ নাথ দেখিছিলো জাপানী কবিতাৰ চেৰীফুল টুৱেনছাঙৰ পাহাৰত শেৱালিৰ দৰে তল ভৰি নসৰে মাথোঁ এজাৰবুলীয়া বেজাৰ সানি যেন সুৱাগুৰি তোলে মৰমসনা পাহিবোৰত মিহি মিহি আখৰৰ কোমল হাইকুবোৰ যেনি তেনি ওলমি আছিল কোনো ফুলেই কাহানিও কথা কোৱা…
বিনয় মোহন শইকীয়া বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে সময়ে সময়ে ইংৰাজী ভাষাত প্রকাশিত বিশ্বৰ শ্রেষ্ঠ গ্রন্থৰ তালিকা প্রকাশ কৰি থাকে। তালিকাবোৰ সাধাৰণতে পৃথক যদিও কিছু সংখ্যক গ্রন্থই এই তালিকাবোৰত সঘনাই ভুমুকি মৰা দেখা যায়। এটা সমীক্ষাৰপৰা জানিবলৈ পোৱা গৈছে যে টাইম আলোচনী,…
ৰিপুঞ্জয় বৰুৱা ঋমন এতিয়াই যদি মৰি থাকোঁ আধাবোৰ আধৰুৱা কৰি থৈ নামৰ আগত লে’ট (লে’ট শব্দটো) বহাৰ বাহিৰে বৰ বিশেষ ফৰক নপৰিব যিহেতু মানুহ মৰিয়েই থাকে ! আঙুলিৰ মূৰত গণিব পৰাকৈ দুজনমানে কোৱাকুই কৰিব ঋমন ন’ ম’ৰ…
অৰ্চনা ঠাকুৰীয়া এজাক হাতীক ভাং খুৱাই এৰি দিলে কেনে হ’ব সিহঁতে কান্দিব নে খৰকৈ দৌৰিব নে হাঁহিবলৈ ঠাই বিচাৰি ফুৰিব এদিন চাওখাতৰ লগুৱা বাপিৰামে যুগান্তৰ বিড়ি এটা হুপি ফিকা চাহৰ সৌন্দৰ্য বিচৰাত মগন আছিল তেনেতে, গোপীচন কোঁৱৰ হাজিৰ…
নৱনীতা ভট্টাচাৰ্য্য চতুৰ্থ খণ্ড আইতাৰ পিছে পিছে গৈ মই খোৱা মেজৰ ওচৰ পালো৷ ইতিমধ্যে সকলো সাজু। দৈ-চিৰা, পিঠা-লাডু ইত্যাদিবোৰ ধুনীয়াকৈ সজাই থোৱা আছে৷ ইমানবোৰ আয়োজন দেখি মোৰ বিহুলৈ মনত পৰিল, সেইবাবে হয়তো ক’ব নোৱাৰাকৈয়ে মোৰ মুখেৰে ওলাই আহিল, “আজি…
মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || অধ্যায় ১৩ || তাৰ পাছত গুণজ্ঞ ৰামে বিষ্ণু নামৰ গুণান্বিত আকাশেৰে যাত্ৰা কৰিলে বিমানত আৰোহণ কৰি, প্ৰিয়তমাক লগালে মাত তলত ৰত্নৰ আঁকৰ সমুদ্ৰ দেখি । অথাত্মনঃ শব্দগুণং গুণজ্ঞঃ পদং…