অকণিয়ে অঁকা ছবি
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ মাজুলীৰ অমৰ ঘোষ হ’লি আইলেণ্ড স্কুলৰ ছাত্ৰী আৰাধ্যা শুভলক্ষ্মীয়ে অঁকা ছবি
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ মাজুলীৰ অমৰ ঘোষ হ’লি আইলেণ্ড স্কুলৰ ছাত্ৰী আৰাধ্যা শুভলক্ষ্মীয়ে অঁকা ছবি
ড০ পোনা মহন্ত নতুন কলেজ : নিউ হোষ্টেল এইদৰে গুৱাহাটীৰ কটনৰপৰা গৈ শ্বিলঙৰ ছেইণ্ট এড্মাণ্ডজ্ কলেজৰ ছাত্ৰ হ’লোঁ৷ আৱাসী হ’লোঁগৈ পূৰ্বৰ বৰলুইতৰ নাতিদূৰত থকা ছেকেণ্ড মেচৰ পৰা পাহাৰীয়া চহৰত অৱস্থিত ‘নিউ হোষ্টেল’ৰ৷ কেৱল নামেৰেই নহয়, কলেজখনৰ এই হোষ্টেলটো প্ৰকৃতাৰ্থত নতুন৷ মই…
অধিসূচনা অনুসৰি আমাৰ দেশত সাতশৰো অধিক অনুসূচিত জনজাতিৰ সম্প্ৰদায় আছে ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশৰ জনজাতীয় জনসংখ্যা ১০.৪৩ কোটি, যিটো মুঠ জনসংখ্যাৰ ৮.৬ শতাংশ৷ ইয়াৰে ৮৯.৯৭ শতাংশ গ্ৰামাঞ্চলত আৰু ১০.০৩ শতাংশ চহৰত বাস কৰে৷ অতিকে গুৰুত্বপূৰ্ণ…
বিদিশা দত্ত (৩) দিনবোৰ পাৰ হৈ গৈ আছে। সভাখনৰ দিন-বাৰ দেৱতাই ঘোষণা কৰেহে লাগে। ইফালে ৰংচঙীয়া পাখিটো ভুচু নে গুবুৰ ভাগত পৰিব, কাকৈয়ে এতিয়ালৈকে ঠিকেই কৰিব পৰা নাই। “এনেকৈ থাকিলে নহ’ব। কিবা এটা হেস্ত নেস্ত কৰিবই লাগিব।”- কাকৈয়ে ভাবিলে। তেনেতে…
ড০ ৰক্তিম ৰঞ্জন শইকীয়া গৰমা কুঁৱৰী অসমৰ ইতিহাসৰ এক অতি বিতৰ্কিত নাৰী চৰিত্ৰ৷ এই চৰিত্ৰটোৰ বিষয়ে উত্তৰ গুৱাহাটীৰ সুকুমাৰ মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা অসম বুৰঞ্জীত সবিশেষ উল্লেখ পোৱা যায়৷ এইখন প্ৰাচীন বুৰঞ্জীত উল্লেখ কৰা মতে এই কন্যাগৰাকীৰ জন্মসূত্ৰে…
যশোৱন্ত নিপুণ বহু অন্বেষণৰ পাছত তুমি তোমাৰ কাৰণে এটা ঘৰ বিচাৰি লৈছিলা, ঘৰটোও ৰৈ আছিল তেনেকৈয়ে কাৰোবালৈ বেৰবোৰত ৰং লগাবলৈ ৷ কিন্তু যিটো ঘৰ তুমি ইমান দিনে বিচাৰি আছিলা এই ঘৰটো সেইটো নাছিল, তেনেকৈয়ে, ঘৰটো ৰৈ আছিল যাৰ বাবে তুমিও…
বিজয় শঙ্কৰ শৰ্মা মফচলত এজাক ধুমুহাই উৰুৱাই আনিছিল এখনি নীলা চাদৰ বতাহত উৰি থকা চঞ্চল চিলাৰ দৰে উৰিয়েই আছিল সেই নীলা চাদৰ অনিৰুদ্ধ হৈ আকাশত আন একো নাছিল তেতিয়া প্ৰশান্ত ধুমুহা… নিস্তব্ধ আন্ধাৰ… মুকলি পথাৰত জোনাকীৰ তিৰবিৰণিবোৰে…
লুইতজ্যোতি যি হাঁহিব নাজানে সি হেনো চয়তান ৷ বুকুত বিয়পা প্ৰাত্যহিকতাৰ বিষবোৰক ভ্ৰমেৰে আৱৰি মই জন্ম দিওঁ মোৰ হাঁহিক। মই হাঁহিব জানো ৷ বেদনাৰ নিমখীয়া পানীত প্ৰতি উজাগৰী নিশা মই মিলাওঁ ৰঙা আবিৰ ৷ আৰু দুয়ো ওঁঠত ঘঁহি লৈ যন্ত্ৰণাৰ…
উত্তম লইং শুনিছোঁ বৰষুণত তিতি ভালপোৱা মানুহবোৰ উগ্ৰ প্ৰেমিক, বৰষুণ মোৰো প্ৰিয় অথচ মই আজি কাৰো প্ৰমিক নহওঁ প্ৰেমিক হʼব পৰাকৈ মোৰ হৃদয়খন যন্ত্ৰণাসিক্ত ভোকাতুৰ শিলৰ দৰে কঠিন নহয় শুনিছোঁ প্ৰেমিক হʼবলৈ কঠিন হʼব লাগে হৃদয় সোঁৱৰণীৰ কথাবোৰ কেতিয়াও…
চন্দ্ৰ শইকীয়া নদীখনেদিয়েই সূৰ্য নামে প্ৰতিদিনে ককাৰ ধোঁৱা বৰণীয়া চকুত কুণ্ডলী পকাই নদীখন বৈ থাকে অহৰ্নিশে ৰাতিয়ে দিনে পাৰঘাটৰ টিলাটোৰ ওপৰতে যাত্ৰীবিলাকে জুমবান্ধি থাকে উত্তাল নদীখনৰ বুকুলৈ চাই চাই প্ৰতিদিনে এটা সময় আহে নদীৰ বুকুত চমকনি তুলি সূৰ্যটো অন্ধকাৰ…