Tag সমাজ

সম্পাদকীয়

আমাৰ ভৱিষ্যৎ বৰ্তমান সময়ত সমগ্ৰ মানৱ সমাজেই নিজৰ ভৱিষ্যতক লৈ শঙ্কিত আৰু সন্দেহশীল। বিশেষকৈ গভীৰ মহাকাশতো বিচৰণ কৰিবলৈ ওলোৱা প্ৰযুক্তিৰ অধিকাৰী মানুহে যেতিয়াই ন’ভেল ক’ৰ’না ভাইৰাছ নামৰ চকুৰে নেদেখা ক্ষুদ্ৰাতিক্ষুদ্ৰ বিষাণু এটাৰ সন্মুখত অসহায় হৈ পৰিল, তেতিয়াই সকলোৰে মনত সন্দেহ…

পাঠাগাৰ

এই শিতানত পঠনীয় গ্ৰন্থৰ আভাস দাঙি ধৰিবলৈ প্ৰয়াস কৰা হ’ব। অন্যযুগৰ সম্পাদনা কক্ষই যুগত কৰা এই শিতানত প্ৰকাশৰ উদ্দেশ্যে সদাশয় পাঠকসকলেও নিজৰ পঠন অভিজ্ঞতা সংক্ষেপে লিখি পঠাব পাৰিব। তেনে স্থলত গ্ৰন্থৰ প্ৰচ্ছদৰ স্পষ্ট ফট’গ্ৰাফ, গ্ৰন্থৰ প্ৰকাশ সম্পৰ্কীয় তথ্য আদি পঠাব…

গ্ৰন্থাগাৰ বিপ্লৱৰ পটভূমিত ‘সমন্বয় পুথিভঁৰাল’-ৰ জন্মকাহিনী

আবেদুৰ ৰহমান (বিশ্ব গ্ৰন্থাগাৰিক দিৱস উপলক্ষে বিশেষ লেখা) প্ৰস্তাৱনা: সাম্প্ৰতিক সময়ছোৱাত মানৱ সমাজক নানানটা প্ৰত্যাহ্বান, উদ্বেগৰ খবৰে বিচলিত কৰি ৰখাৰ সমান্তৰালভাৱে অন্য এটা বিষয়ে বিশ্বৰ সুধী সমাজক চিন্তিত কৰি তুলিছে। আধুনিক বিশ্বত ছপা গ্ৰন্থৰ ভৱিষ্যৎ কি? আমাৰ পৰৱৰ্তী প্রজন্মই ছপা…

প্ৰকৃতি

দাদুল দেৱকৃষ্ণ বনানি সৰু ছোৱালী। তাই গাঁৱৰে মধ্য ইংৰাজী বিদ্যালয়খনৰ ষষ্ঠ মানৰ ছাত্ৰী। পঢ়াত বৰ বেছি তীখৰো নহয়, বৰ বেছি ওদাও নহয়। মানে মধ্যমীয়া। কিবা এটা নজনা কথা ওলালেই তাই চিধাই গৈ দেউতাকৰ ওচৰ পায়গৈ। দেউতাক কি কামত ব্যস্ত থাকে তালৈ…

প্রাচীন অসমৰ পৰম্পৰাগত জোখ-মাখ আৰু একক

ড° ৰাস্না ৰাজখোৱা যিবোৰ ৰাশিক আমি জুখিব পাৰোঁ সেই ৰাশিবোৰক ভৌতিক ৰাশি (physical quantity) বুলি কোৱা হয়। উদাহৰণস্বৰূপে সময়, দীঘ, ওজন, বেগ ইত্যাদি ৰাশিসমূহক জুখিব পাৰোঁ বাবেই এইবোৰ ভৌতিক ৰাশি। আনহাতে আমাৰ গাটো বেয়া লগা বা মনটো ভাল লাগি থকা—…

সমাজ, সংহতি আৰু ক্ৰিকেট

প্ৰসেনজিৎ চৌধুৰী ১৯৩৬ চন৷ বাৰ্লিনত মহা আড়ম্বৰেৰে অনুষ্ঠিত হৈছিল অলিম্পিক৷ লং জাম্পত জাৰ্মানিৰ হৈ অংশ লৈছে সপ্ৰতিভ শ্বেতাংগ খেলুৱৈ লুজ লঙে৷ দৰ্শকৰ মাজত উপৱিষ্ট নাজি নায়ক হিটলাৰ প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ত লং জাম্পৰ বিজয়ী হ’ল আমেৰিকাৰ কৃষ্ণাংগ ক্ৰীড়ক জেছি‍ ৱেন্‌ছ৷ প্ৰচন্দ…

অসমৰ সমকালীন দৃষ্টিবেদ্য কলাত ক্ষতসূচক শ্লেষ, যন্ত্ৰণা আৰু প্ৰহেলিকাযুক্ত চিত্ৰচিন্তা

ড° ৰাজকুমাৰ মজিন্দাৰ সমকালীন কলা বুলিলে সমগ্ৰ পৃথিৱীৰ ভৌগোলিক-সাংস্কৃতিক ভিন্নতা, জীৱন যাপন তথা কাৰিকৰী কলা-কোৗশলগত প্ৰচন্দ অগ্ৰগতি, পৰিৱৰ্তনৰ ফলস্বৰূপ আজিৰ কলা অথবা সমকালীন যি কুৰি শতিকাৰ শেষৰ ফালে অথবা একবিংশ শতিকাৰ পৰা অধিক ৰূপত মূৰ্ত হৈছে৷ আনহাতে চিত্ৰকলা, ভাস্কৰ্য, ছপা…

চ্যেলুইনৰ পৰা লুইতলৈ‍

ড° চন্দ্ৰধৰ চমুৱা পাছদিনা পুৱা। ৰাতি ডাঙৰকৈ বৰষুণ দিয়াৰ পাছত আকাশ ফৰকাল। পথাৰবোৰত পানী ৰৈছে। হালোৱাই হাল-কোৰ লৈ পথাৰলৈ গৈছে। কোনো কোনোৱে ইতিমধ্যে হাল জুৰিছেই। ক’ৰবাত গজলীয়া ম’হ হলীয়াকৈ বোৱা হৈছে, ক’ৰবাত ডেমেহাগুটীয়া ম’হৰ হাল। লগত বা ওচৰত হয়তো দুই-তিনিহাল…

অব্যাহৃত

ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰঞ্জুমণি মহন্ত যোৱা ২৯ জুলাই তাৰিখে কেন্দ্ৰীয় চৰকাৰে প্ৰায় তিনিটা দশকৰ পাছত দেশৰ প্ৰচলিত শিক্ষানীতিৰ পৰিৱৰ্তন কৰি এক নতুন শিক্ষানীতি ঘোষণা কৰিছে৷ আনন্দৰ কথা যে এই নতুন শিক্ষানীতি দেশখনৰ শিক্ষাব্যৱস্থালৈ কেইবাটাও বৈপ্লৱিক পৰিৱৰ্তন অনাৰ কথা ঘোষণা কৰা হৈছে৷…

মূল কবিতা: The Waste Land

কবি:  টি.এছ. এলিয়ট অনুবাদ:  ড° দীপশিখা ভাগৱতী ছন পৰা মাটি প্ৰথম: মৃতকৰ সমাধি (The Burial of the Dead ) কি নিষ্ঠুৰতম মাহ এপ্ৰিল, মৃত মাটিৰ জৰায়ুত লাইলাকৰ ১  জন্মদিন, স্মৃতি আৰু আকাংক্ষাৰ মিশ্ৰিত সংবাদে শেঁতাপৰা শিপাত বাকি দিয়ে বসন্ত বৃষ্টি।…