Tag পৰিৱেশ

পৰিৱৰ্তনৰ স্বৰূপ : সংঘাত আৰু সংশয়

    এই বিশাল জগত প্ৰপঞ্চ পৰিৱৰ্তনশীল৷ এতেকে সকলো জাগতিক জীৱনো পৰিৱৰ্তনশীল৷ গতিশীলতাৰ কাৰণেই জগতখন জগত– গচ্চতি ইতি জগতঃ৷      সকলো জাগতিক অস্তিত্বৰে সম্মুখত অনেক সমস্যা অনবৰতে ক্ৰিয়াশীল হৈ থাকে৷ প্ৰকৃততে জীৱই নিজৰ সমস্যাবোৰৰ সমাধান কৰি গৈ থকাৰ মানেই বোধকৰোঁ জীয়াই…

মন্দাকিনী

কৰিশ্মা জে. কে. বৈষ্ণৱী কুঁৱলীৰ আচ্ছাদনত বুৰ যোৱা একা-বেঁকা বাটেৰে গন্তব্যস্থানৰ বহু কাষ পালোঁহি। এই যাত্ৰাৰ শেষলৈ আৰু মাথোঁ কিছু মাইল বাকী। এই যে আমি য’ত শেষ বুলি ভাবোঁ, তাত আচলতে আৰম্ভহে হয়- এনে এক ধাৰণা আছিল মোৰ। শৰতৰ প্ৰাকক্ষণ।…

ড° ৰুবুল মাউতৰ সৈতে অন্যযুগৰ এটি সাক্ষাৎকাৰ

 সাক্ষাৎকাৰ যুগুত : দেৱজিৎ ভৰালী  ড° ৰুবুল মাউত, সুকীয়াকৈ তেখেতক পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই৷ ড° ৰুবুল মাউত অসমৰ এগৰাকী কেৱল সুসন্তানেই নহয়, নৱপ্ৰজন্মৰ বাবে এক প্ৰেৰণাৰ নাম৷ দৰিদ্ৰতা আৰু অনেক প্ৰতিকূলতাক নেওচি জীৱনৰ ঈপ্সিত লক্ষ্যত উপনীত হ’বলৈ সক্ষম…

জোনালী

 অত্ৰেয়ী গোস্বামী   মাইকী মানুহৰ গাৰ বৰ ধুনীয়া ৰং এটা বুজাবলৈ সাধাৰণতে দুটা উপমা ব্যৱহাৰ কৰা হয়৷ মাগুৰ বৰণীয়া আৰু গাখীৰত সেন্দূৰ মিহলোৱা৷ পিছৰ বিধে পাতলকৈ গুলপীয়া ৰঙৰ আভাস এটা দিয়ে৷ তাইৰ ছালখন সেইটো ৰঙৰ৷ কাম কৰোতে গালদুখন টিক্‌টিক্‌কৈ ৰঙা…

মলেঁয়া (১)

দাদুল দেৱকৃষ্ণ বৰুৱা (১) নিজৰ গাঁওখন ভাল পায় ষ্টেপানে। ভাল পায় শান্ত সমাহিত পৰিৱেশ। প্ৰাচীনত্বৰ পোছাক পিন্ধা গাঁওখনত জনম ল’বলৈ পাই সুখী তেওঁ।  তেওঁলোকৰ গাঁওখন এদিনতে গঢ় লৈ উঠা উঠা নাই। এদিনতে জীপাল হৈ উঠা নাই তেওঁৰ চেনেহী গাঁওখন। ককাদেউতাকৰ…

মহাকবি কালিদাসৰ ৰঘুবংশ

ৰঘুবংশ : ৪ৰ্থ অধ্যায় মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত  সন্ধিয়া যিদৰে অগ্নি উজলি উঠে সূৰ্যৰ তেজেৰে সমৃদ্ধ হৈ। পিতৃপ্ৰদত্ত ৰাজ্যত অধিষ্ঠিত হৈ ৰঘুও উজলিল তেনেকৈ । স ৰাজ্যং গুৰুণা দত্তং প্রতিপদ্যাধিকং বভৌ | দিনান্তে নিহিতং তেজঃ সবিত্রেব হুতাশনঃ || ৪-১||…

শালভঞ্জিকা

ববিতা কলিতা   এন্ধাৰ প্ৰাসাদটোত জিলিকি আছে পোহৰৰ এখন সৰু খিৰিকী৷ সেই খিৰিকীখনৰ সমুখত বহিয়েই জোনাকৰ সাধু শুনে ৰাজকুমাৰী স্বৰ্ণলতিকাই৷ হওঁতে প্ৰাসাদটোত তেনে অজস্ৰ খিৰিকীয়েই আছে৷ কিন্তু এইখন খিৰিকী তাইৰ বাবে বিশেষ৷ এই বাটেৰেই তাই তাইৰ মন-বিহংগক বনলৈ এৰি দিয়ে৷…

এটি উৰণীয়া ফুটি আৰু অচিন-চিনাকি‍ বাটৰ ছবি

(মানুহৰ পৃথিৱীত একেৰাহে চাৰিদিন- এক দীঘ-প্ৰস্থহীন প্ৰতিবেদন)   জীৱন কিশোৰ এখন চহৰৰ তিনিজন প্ৰতিৱেশী৷ দেখা-সাক্ষাৎ তেওঁলোকৰ মাজত একেবাৰে নহ’লেও এক বিশেষ যোগাযোগসূত্ৰে তেওঁলোকৰ মাজত মত বিনিময় আৰু বাৰ্তালাপ প্ৰথাৰ সূচনা হৈছিল৷ আধুনিক যুগৰ আধুনিক মানুহক নশলাগf এইবাবেই নোৱাৰি যে, নিজা…

জোনবিলৰ ভেনাছ

 অংকিতা বৰুৱা   ‘মোৰ কেনভাছত কোন তুমি ?’ তাইৰ কাণত ফুচফুচাই সোধে অনিৰুদ্ধই৷ কোঠাটোৰ চাৰিওকাষে বলয়ৰ দৰে ঘূৰি ঘূৰি এসময়ত দেৱালত ঠেকা খাই পুনৰ তাৰ কাণলৈকে ঘূৰি আহে শব্দকেইটা৷ জীৱন্ত হৈ পৰা ছবিখন হয়তো তাৰ মন মস্তিষ্কত অহৰহ চলি থকা…

অন্য এক দৃষ্টিৰে হেমচন্দ্ৰ গোস্বামীৰ ‘ প্ৰিয়তমাৰ চিঠি’ : এক বিশ্লেষণাত্মক অধ্যয়ন

কিশোৰ দাস কোঁৱৰ  হেমচন্দ্ৰ গোস্বামী অসমীয়া কাব্য সাহিত্যৰ এটি উজ্জ্বল জ্যোতিষ্ক,  কেৱল এই বিশেষণটোতেই শেষ নে তেওঁৰ সাহিত্যিক মূল্যায়ন, ইমানতেই শেষ নে এই যুগস্ৰষ্টা আৰু যুগদ্ৰষ্টা সাহিত্যিক গৰাকীৰ যুগমীয়া সাধনাৰ? দৰাচলতে গোস্বামী দেৱৰ সৃষ্টিৰাজিৰ সাহিত্যিক মূল্যায়ন প্ৰকৃতপক্ষে আজি পৰ্যন্ত হোৱা…