আধুনিক শিক্ষাত নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা আৰু ভৱিষ্যত কাৰ্যপন্থা
পঙ্কজ প্ৰতিম বৰদলৈ আধুনিক শিক্ষাৰ প্ৰয়োজনীয়তা দোহৰাৰ প্ৰয়োজন নিশ্চয়কৈ নাই৷ বৰ্তমান সময়ত সমগ্ৰ শিক্ষাৰ জৰিয়তে শিশু এটিৰ সৰ্বাংগীন বিকাশৰ কথা চিন্তা কৰা হৈছে৷ শিক্ষাৰ এনে এটা প্ৰক্ৰিয়া যাৰ মাজেৰে শিক্ষণ কাৰ্যটো সম্পূৰ্ণ কৰা হয়৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোত শিশুৰ জ্ঞান…