মৃত্যুৰ বিৰুদ্ধে !
পঙ্কজ প্ৰতিম বৰদলৈ কেইদিনমান আগতে ম’বাইলৰ ৰীলত এটা অলপ দাৰ্শনিক ধৰণৰ ভিডিঅ’ এটা দেখা পালো৷ ভিডিঅ’টোত কথকে প্ৰশ্ন কৰিছে যে আপোনাৰ মৃত্যুৰ এশ বছৰৰ পাছত আপোনাক কোনে মনত ৰাখিব? আমি কিমান জনে আমাৰ নিজৰ আজোককাৰ নাম জানো বা মনত…
পঙ্কজ প্ৰতিম বৰদলৈ কেইদিনমান আগতে ম’বাইলৰ ৰীলত এটা অলপ দাৰ্শনিক ধৰণৰ ভিডিঅ’ এটা দেখা পালো৷ ভিডিঅ’টোত কথকে প্ৰশ্ন কৰিছে যে আপোনাৰ মৃত্যুৰ এশ বছৰৰ পাছত আপোনাক কোনে মনত ৰাখিব? আমি কিমান জনে আমাৰ নিজৰ আজোককাৰ নাম জানো বা মনত…
অংগনা চৌধুৰী সি কামবোৰ মনপুতি কৰে৷ কৰে মানে একদম কামটোৰ ভিতৰত সোমাই যায়৷ কাষত যদি কোনোবাই নাচি-বাগিও থাকে, সি সেইফালে নাচায়৷ তাকে দেখি ঘৰৰ বাকীবোৰে হাঁহে, ওচৰ-চুবুৰীয়ায়ো হাঁহে৷ কিয় হাঁহে সি বুজি নাপায়৷ এই বুজি নোপোৱা কথাটোক লৈ সিহঁতে আৰু…
আকাশ দীপ্ত ঠাকুৰ ‘‘আহাঁ আহাঁ, এই অলপ আগতে তোমাৰ লেখাটোৰ বিষয়ে লগৰখিনিৰ সৈতে কথা পাতি আছিলোঁ বুজিছা; মানে আজিৰ কাগজত ওলোৱা সেই লেখাটো৷ বৰ ভাল লাগিল হে৷”–হঠাৎ মোক দেখি ভাস্কৰদা যেন কিছু উচ্ছ্বসিত হৈ উঠিল– “আমি আকৌ প্ৰতিদিনে…
স্মৃতিৰেখা দেৱী তথাপি ইপ্পি ডাঙৰীয়াৰ অনুৰোধ ৰাখি নিজৰ খুদমান আসনখনতে কিছু পোন হৈ বহি বাটলুৱে ক’বলৈ যত্ন কৰিলে – ‘আপোনালোক সকলোকে প্ৰণাম জনাইছোঁ৷ মই বৰ বেছি কথা নাজানো৷ আমাৰ পৃথিৱীত আপোনালোকৰ দৰে এবিধ প্ৰাণী আছে যিসকলক মানুহ বুলি কয়,…
মৃদুল শৰ্মা ৩১ কৰ্ণ৷ মোৰ জননী হেনো পাণ্ডুপত্নী কুন্তীদেৱী৷ কুন্তীদেৱীয়ে মোক সূৰ্যকান্তি কৰ্ণৰূপে জন্ম দিয়া বুলি দাবী কৰিছিল৷ কিন্তু যথাৰ্থতে সুত অধিৰথহে মোৰ পিতৃ আৰু মোৰ মাতৃ হৈছে ৰাধা, মোৰ শ্ৰদ্ধেয় পিতৃদেৱ সুত অধিৰথৰ পত্নী৷ কাৰণ কুন্তীদেৱীয়ে হেনো প্ৰাকবিৱাহ কালতে জন্ম দিছিল কৰ্ণক…
পৃথিৱীৰ জীৱকুলক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি তথা আন আন অপকাৰী মহাজাগতিক ৰশ্মিৰপৰা ৰক্ষা কৰি অহা বায়ুমণ্ডলৰ অ’য’ন স্তৰটো ক্ষতিগ্ৰস্ত হোৱা বুলি বিগত শতিকাৰ অষ্টম দশকতে বিজ্ঞানীসকলে ধৰা পেলাইছিল আৰু তাৰ ক্ষতি ৰোধ তথা মেৰামতি কৰাৰ উদ্দেশ্যে বিশেষ কেতবোৰ পদক্ষেপ…
ৰুদ্ৰ সিংহ মটক “Poetry is the revelation of a feeling that the poet believes to be interior and personal which the reader recognizes as his own.” (Salvatore Quasimodo). কবিতা মূলতঃ জীৱনবীক্ষা—হৃদয়স্তনিত প্ৰজ্ঞা অথবা স্বজ্ঞা। মানুহ হ’ব খোজা অন্তৰতম…
বিশ্বজিৎ শইকীয়া যুদ্ধোত্তৰ যুগত যিসকল লেখকৰ সৃষ্টিয়ে অসমীয়া গল্প সাহিত্যৰ ভঁৰাল চহকী কৰিছিল, সেইসকলৰ ভিতৰত মামণি ৰয়ছম গোস্বামী আছিল অন্যতম৷ ঔপন্যাসিক হিচাপে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এক উচ্চ স্থান আৰু বিৰল কৃতিত্ব লাভ কৰা গোস্বামীৰ বহুচৰ্চিত গল্পসমূহৰ ভিতৰত এটা অন্যতম…
লিও টলষ্টয়ৰ What is Art? গ্ৰন্থৰ ধাৰাবাহিক অসমীয়া অনুবাদ অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস (৭) সৌন্দৰ্যৰ এই আটাইবোৰ সংজ্ঞাৰ অন্তিম ফল কি? যিবোৰ সংজ্ঞাই কলাৰ ধাৰণাক…
লোকনাথ গোস্বামী -৮ – (১) দ বেছেৰীয়া গাঁৱৰ পৰা গৈ ভোমোৰাগুৰি জাহাজ ঘাট পাওগৈ মানে প্ৰায় আবেলি হৈছিল৷ জাহাজ ঘাটত দেখিলো অজস্ৰ মানুহ, জাহাজত উঠি পাৰ হবলৈ হেতা-ওপৰা লগাইছে৷ মানুহৰ ভিৰ থেলি সৰু দাদাই আমাক টিকট কাউণ্টাৰৰ ওচৰলৈ লৈ গ’ল৷ …