ডব্লিউ বি. য়েট্ছৰ কবিতা আৰু প্ৰতীক
ৰমানন্দন বৰা কুৰি শতিকাৰ আধুনিক কবিতাৰ জগতত এক উচ্চ আৰু প্ৰভাৱশালী স্থান অধিকাৰ কৰি অহা উইলিয়াম বাট্লাৰ য়েট্ছৰ জীৱন আৰু কৰ্ম বৈচিত্ৰময়৷ লণ্ডনত শিক্ষা লাভ কৰি, লণ্ডনত থাকি, জন কীট্ছ , উইলিয়াম ৱৰ্ডছৱৰ্থ, উইলিয়াম ব্লেক আদি ইংৰাজ কবিৰ দ্বাৰা…