মানুহবোৰ তেতিয়া ক’ত আছিল
নিজৰা ৰাজকুমাৰী গছ-মেঘ-বতাহ আৰু ফুলবোৰৰ অধিকাৰৰ কথা ক’বলৈ সদায়েই সাজু আছিল পৃথিৱী ঈশ্বৰে আঙুলিৰ আঁক এটাৰে নৈ এখন গঢ়িছিল আৰু এমোকোৰা সুগন্ধিৰে লিখিছিল মানুহৰ সৌভাগ্য মানুহবোৰ তেতিয়া ক’ত আছিল! যুদ্ধৰ পাছত যুদ্ধৰ সন্ধানত অঘৰী হ’ব খোজা মানুহবোৰে ক’ত পুতি…