Anyayug Contributor ড° বুলজিৎ বুঢ়াগোহাঁই

পেৰামেডিকেল পাঠ্যক্রম (Para-Medical Courses)

 ড° বুলজিৎ বুঢ়াগোহাঁই     বৰ্তমান ভাৰতবৰ্ষত পেৰামেডিকেল এটা আকৰ্ষণীয় পাঠ্যক্রম। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে অসমতো চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বৃদ্ধি হোৱাৰ ফলত পেৰামেডিকেল পাঠ্যক্রমৰ গুৰুত্ব বাঢ়িবলৈ‍ ধৰিছে। চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হ’ম, ক্লিনিক, ডায়েগ্‌নষ্টিক চেণ্টাৰ, লেবৰেটৰি‍ আদিৰ…

বিমান সেৱিকা (Air Hostess)

ড° বুলজিৎ  বুঢ়াগোহাঁই বৰ্তমান যুগত বিমান সেৱিকা বা এয়াৰ হোষ্টেজ এটা আকৰ্ষণীয় চাকৰি৷ বিমান সেৱিকাসকলে উৰাজাহাজত যাত্রীসকলৰ সুবিধাৰ বাবে সকলো ধৰণৰ চোৱা-চিতাৰ দায়িত্ব পালন কৰে৷ বিমান সেৱিকাৰ প্রশিক্ষণ গ্রহণ কৰিবৰ বাবে ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ যিকোনো শাখাত উত্তীৰ্ণ হ’ব লাগে৷ হোটেল…

কেৰিয়াৰ হিচাপে বনাঞ্চল পৰিচালনা (Forest Management)

 ড° বুলজিৎ  বুঢ়াগোহাঁই          বনাঞ্চল পৰিচালনা (Forest Management) এটা আকৰ্ষণীয় কেৰিয়াৰ। ‘বনাঞ্চল পৰিচালনা’ত বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰিব পাৰি। এজন সফল বনাঞ্চল পৰিচালক হবলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে – প্রকৃতিপ্রেমী, সাহসী, অনুসন্ধিৎসু মন, সূক্ষ্মদৰ্শী, নিষ্ঠাবান, সাৱধানী, কষ্টসহিষ্ণুতা, সুন্দৰ…

ৰেচমবিদ্যা (Sericulture)

  ড° বুলজিৎ বুঢ়াগোহাঁই   ‘ৰেচমবিদ্যা’ পঢ়ি ছাত্র-ছাত্রীসকলে সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে৷ ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা পাছত ‘ৰেচমবিদ্যা’-ৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে৷ ‘ৰেচমবিদ্যা’-ত চাৰ্টিফিকেট, ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ, এম.ফিল. আৰু পি.এইছ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰি৷ দেশৰ…

অপ্ট’মেট্রি (Optometry)

 ড° বুলজিৎ বুঢ়াগোহাঁই   অপ্ট’মেট্রি (Optometry) পাঠ্যক্রমত মানৱ দেহৰ অন্যতম অংগ চকুৰ গঠন আৰু কাৰ্যপদ্ধতিৰ বিষয়ে অধ্যয়ন কৰা হয়। অপ্ট’মেট্রি পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। অপ্ট’মেট্রিষ্টসকলে চকুৰ বিভিন্ন ধৰণৰ ৰোগ নিৰ্ধাৰণৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰে আৰু চকুৰ বাবে আৱশ্যক হোৱা…

ফুটৱেৰ ডিজাইনিং (Footwear Designing)

 ড° বুলজিৎ বুঢ়াগোহাঁই   ফুটৱেৰ ডিজাইনিং (Footwear designing) পঢ়ি ছাত্র-ছাত্রীসকলে কেৰিয়াৰ গঢ়িব পাৰে৷ ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে সাধাৰণতে পাঠ্যক্রমৰ ওপৰত ভিত্তি কৰি  উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখা বা যিকোনো শাখাত উত্তীৰ্ণ হোৱা পাছত ফুটৱেৰ ডিজাইনিঙৰ স্নাতক পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে৷ …

জুৱেলাৰি ডিজাইনিং (Jewellery Designing)

 ড° বুলজিৎ বুঢ়াগোহাঁই জুৱেলাৰি ডিজাইনিং (Jewellery Designing) পঢ়ি ছাত্র-ছাত্রীসকলে এটা সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে । এজন সফল জুৱেলাৰি ডিজাইনাৰ হ’বলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে – সৃষ্টিশীল মন, সুকুমাৰ কলাৰ প্রতি আসক্তি, আৰ্টৰ সুন্দৰ দক্ষতা, সংবেদনশীল চিন্তন, বৈজ্ঞানিক…

ডেইৰি টেকন’লজি (Dairy Technology)

 ড° বুলজিৎ বুঢ়াগোহাঁই   ডেইৰি টেকন’লজি (Dairy Technology) পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত ডেইৰি টেকন’লজিৰ স্নাতক পাঠ্যক্রম (B. Tech / B.Sc. )-ত নাম ভৰ্তি কৰিব পাৰে। ডেইৰি টেকন’লজিত চাৰ্টিফিকেট, ডিপ্ল’মা, স্নাতকোত্তৰ…

ইলেকট্রিচিয়ান (Electrician)

 ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান যুগত ইলেকট্রিচিয়ান (Electrician) এটা আকৰ্ষণীয় কেৰিয়াৰ৷ এজন ইলেকট্রিচিয়ান হোৱাৰ বাবে ইলেকট্রিচিয়ানৰ পাঠ্যক্রম পঢ়িবই লাগিব বুলি কোনো ধৰাবন্ধা কথা নাই, এজন সুদক্ষ ইলেকট্রিচিয়ানৰ ওচৰত প্রশিক্ষণ গ্রহণ কৰিও এজন ইলেকট্রিচিয়ান হ’ব পাৰি৷ কিন্তু এজন সুদক্ষ ইলেকট্রিচিয়ান হ’বৰ বাবে ইলেকট্রিচিয়ানৰ…

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রম

ড° বুলজিৎ বুঢ়াগোহাঁই   চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রম গ্রহণ কৰি ছাত্ৰ-ছাত্ৰীয়ে আকৰ্ষণীয় কেৰিয়াৰ গঢ়িব পাৰে। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে অসমতো চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হ’ম, ক্লিনিক, ডায়েগন’ষ্টিক চেণ্টাৰ, লেব’ৰেটৰী আদিৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত চিকিৎসকৰ আৱশ্যকতা বৃদ্ধি পাব ধৰিছে। চিকিৎসক হ’ব খোজাসকলৰ কিছুমান…