Anyayug Contributor ড° বুলজিৎ বুঢ়াগোহাঁই

আৰ্কিটেকচাৰ ( Architecture)

ড° বুলজিৎ বুঢ়াগোহাঁই আৰ্কিটেকশ্বাৰ বা স্থাপত্যবিদ্যা পাঠ্যক্রমত ভৱনৰ আৰ্হি প্ৰস্তুত, নিৰ্মাণ আৰু সুশোভিতকৰণৰ বিষয়ে অধ্যয়ন কৰা হয়। উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পাছত আৰ্কিটেকশ্বাৰ বা স্থাপত্যবিদ্যাৰ স্নাতক (বি.আৰ্ক.) পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে৷ আৰ্কিটেকশ্বাৰ স্নাতক পাঠ্যক্রমত নামভৰ্তিৰ বাবে ‘নেচলেন এপটিটিউড…

ফৰেনছিক ছায়েন্স (Forensic Science)

ড° বুলজিৎ  বুঢ়াগোহাঁই ‘ফৰেনছিক ছায়েন্স’–ত বৈজ্ঞানীক সূত্রবোৰ প্রয়োগ কৰি কোনো এক অপৰাধ অনুসন্ধান  কৰে। ‘ফৰেনছিক ছায়েন্স’ পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ছাত্র-ছাত্রীসকলে ‘ফৰেনছিক ছায়েন্স’–ৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে। ‘ফৰেনছিক ছায়েন্স’–ত…

লাইব্রেৰি এণ্ড্ ইন্‌ফৰমেশ্বন ছায়েন্স

ড° বুলজিৎ বুঢ়াগোহাঁই ‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’ পঢ়ি ছাত্র-ছাত্রীসকলে কেৰিয়াৰ গঢ়িব পাৰে৷ ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে যিকোনো শাখাত স্নাতক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’–ৰ চাৰ্টিফিকেইট, ডিপ্ল’মা, স্নাতক  তথা স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে৷ ইয়াৰ উপৰি ‘লাইব্রেৰি এণ্ড্ ইন্‌ফৰমেশ্বন…

হ’টেল মেনেইজমেণ্ট (Hotel Management)

 ড° বুলজিৎ  বুঢ়াগোহাঁই হ’টেল মেনেইজমেণ্ট (Hotel Management)-ক কেৰিয়াৰ হিচাপে গ্রহণ কৰিব বিচাৰিলে শিক্ষাৰ্থীগৰাকীয়ে এই বিষয়ত চাৰ্টিফিকেইট, ডিপ্ল’মা, স্নাতক, স্নাতকোত্তৰ আদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে৷ হ’টেল মেনেইজমেণ্টৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা পাঠ্যক্রম অনুযায়ী বিভিন্ন হয়৷ হ’টেল মেনেইজমেণ্ট…

গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্রম

ড° বুলজিৎ বুঢ়াগোহাঁই    বৰ্তমান এটা জনপ্রিয় পাঠ্যক্রম হ’ল— গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্রম। এটা কথা উল্লেখ কৰা লোৱা ভাল হ’ব যে সাংবাদিক হোৱাৰ বাবে গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্রম পঢ়িবই লাগিব বুলি কোনো ধৰা–বন্ধা কথা নাই৷ গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্রম প্রথাগত…