ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জি (Industrial Psychology)
ড০ বুলজিৎ বুঢ়াগোহাঁই ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জি, যাক অৰ্গেনাইজেশ্বনেল ছাইক’ল’জি বুলিও কোৱা হয়, ই হৈছে মনোবিজ্ঞানৰ এটা শাখা, যি কৰ্মস্থান তথা সংগঠনত মানুহৰ ব্যৱহাৰৰ অধ্যয়নৰ সৈতে জড়িত৷ এই খণ্ডৰ মনোবিজ্ঞানীসকলে মানৱব্যৱহাৰৰ ওপৰত ভিত্তি কৰি নানা ধৰণৰ সমস্যা সমাধান কৰাৰ লগতে কৰ্মচাৰী আৰু…