ৰঙালী বিহু উদযাপনৰ জৰিয়তে উপাৰ্জনৰ সুযোগ
ড° বুলজিৎ বুঢ়াগোহাঁই অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু ৰাজ্যখনৰ লগতে বিশ্বজুৰি প্ৰবাসী অসমীয়াসকলেও উৎসাহেৰে উদযাপন কৰে৷ এই উপলক্ষে বিভিন্ন ৰঙালী বিহু সন্মিলন সমিতিয়ে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে৷ বিহু কেৱল উৎসৱ নহয়, ই অসমৰ জীৱনধাৰাৰ অবিচ্ছেদ্য অংশ৷ আগতে ‘বিহু মাৰি…