ভালে আছোঁ
ইলামণি শইকীয়া কেনে আছা বুলি সুধিলেই সকলো ‘ভালে আছোঁ’ বুলি কোৱাটো এটা নিয়ম একো ভালে নথকাৰ এক অনৰ্থ প্ৰতীকী মুখা আঁৰি ল’ব লগা হয় মুখত পিন্ধাব লগা হয় চকুত সাগৰৰ সূৰ্যৰ এচপৰা চকু ছাটমৰা চিকমিকনি দেহলৈ আনি ল’ব…
ইলামণি শইকীয়া কেনে আছা বুলি সুধিলেই সকলো ‘ভালে আছোঁ’ বুলি কোৱাটো এটা নিয়ম একো ভালে নথকাৰ এক অনৰ্থ প্ৰতীকী মুখা আঁৰি ল’ব লগা হয় মুখত পিন্ধাব লগা হয় চকুত সাগৰৰ সূৰ্যৰ এচপৰা চকু ছাটমৰা চিকমিকনি দেহলৈ আনি ল’ব…
গজেন মিলি জোনে সদায় গা ধোৱে বেলিৰ কুহুমীয়া নৈত জোনৰ ঘাম সৰে ৰাতি নিতৌ নিশা ঘামত তিতি ঘাঁহ-বনে পৃথিৱীৰ মৰম বিচাৰি গেঁৰ ধৰে ফুল-ফল ধৰি নদন বদন হয় সপোনৰ আলিঙ্গনত আমাৰো তৃষ্ণাই সাঁতোৰে ঘামৰ নৈত দৈবাৎ এহালি গঙা চিলনী হৈ…
ড° পুলক সভাপণ্ডিত শৰীৰৰ যিটো অংগই মানুহক আন জীৱৰ পৰা পৃথক কৰিছে আৰু মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে সেইটো হ’ল মানুহৰ মস্তিষ্ক৷ মানৱ মস্তিষ্ক (human brain) বা মগজু হ’ল মানুহৰ স্নায়ুতন্ত্ৰৰ প্ৰধান অংগ৷ মস্তিষ্কৰ মূল গঠন-উপাদান হ’ল নিউৰন (স্নায়ুকোষ)৷ মানুহৰ মস্তিষ্কত…
ৰমানন্দন বৰা পাঁচ ট্ৰেক্টৰ এখন খেতিৰ বাবে কিমান কামত অহা সেই কথা বছাগাঁৱৰ মানুহে নিজ চকুৰে দেখিলে৷ তিনিহাল বলধে এঘণ্টাত যি কাম কৰিব পাৰে, এখন ট্ৰেক্টৰেA সিমান কৰিব পাৰে৷ এইবাৰ ক’লাই মহাজনে হালোৱা চাৰিটাৰ ঠাইত দুটা বন্দোৱস্ত কৰিলে৷ দ মাটি…
ড° সুস্মিতা প্ৰিয়দৰ্শিনী যোৱা কেইটামান বছৰত উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ ক্ষমতাক লৈ ভাৰতবৰ্ষৰ ৰাজনৈতিক নেতাসকল বিশেষভাৱে সচেতন হৈ উঠা দেখা গৈছে৷ শেহতীয়াকৈ যোৱা মাৰ্চ মাহত Indian Council for Research on International Economic Relations (ICRIER)-এ আয়োজন কৰা এখন সন্মিলনত কেন্দ্ৰীয় ৰাজ্যিক…
পূৰৱী তালুকদাৰ বহুদিনৰ আগৰ কথা৷ এদিনাখন জোনাক নিশা এজন মাছমৰীয়াই তেওঁৰ নাওখন লৈ অকলশৰে সাগৰলৈ মাছ ধৰিবলৈ গৈছিল। তেওঁ নাৱেৰে এটা সৰু শিলাময় দ্বীপৰ কাষ পালেগৈ আৰু তাতে কিছু সময় জিৰাবলৈ মন কৰিলে। দ্বীপটোত তেওঁ এটা আচৰিত দৃশ্য দেখিবলৈ পালে।…
ড° বিপুল কুমাৰ ৰাভা জীৱজগতলৈ বনাঞ্চলৰ অৱদান অপৰিসীম। বনৰীয়া জীৱ-জন্তুৰ উপৰিও প্ৰতিজন মানুহেই প্ৰত্যক্ষ বা পৰোক্ষভাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰে। বনাঞ্চলেহে পৃথিৱীখনক জীৱৰ বাবে অনুকুল কৰি ৰাখিছে বুলি ক’লেও বঢ়াই কোৱা নহয়। চিন্তা কৰিবলগীয়া কথাটো হ’ল-বিভিন্ন কাৰণত মানুহে দ্ৰুত হাৰত…
অভিজিত শর্মা বৰুৱা প্রেম এক অনির্বচনীয় শব্দ, শাশ্বত অনূভূতি। প্রেম নাথাকিলে কি হ’ব – সেয়া কল্পনা কৰাটো দুৰূঢ়, কিন্তু জীয়াই থকাৰ আমেজেই যে নাথাকিব, সেইটো নির্ঘাত। সেই ৰামায়ণৰ যুগৰ পৰা এতিয়ালৈকে দেশ-কাল-পৰিস্থিতি ভাবিব নোৱৰা ধৰণে সলনি হ’ল! বান্দৰে শিল পেলাই দলং…
ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা) (সোতৰ) বাটকটীয়াই আগে আগে বাটবোৰ চাই গৈছে। এবেঁও দীঘল খামুচীয়া বাঁহ এদালৰ আগত বগা ৰঙৰ এখন ধ্বজ, ধ্বজৰ মাজত গুণ কৰা আছে ঙাও-চেং-বঙ্ প্রতীক! ধ্বজাবাহী দলটো বাটকটীয়াবোৰৰ লগে লগে গৈ আছে। ক’ৰবাত বাট-পথ অসুচল…
ড° মণিমালা শইকীয়া অসমৰ বিভিন্ন জনগোষ্ঠীয়ে এৰী পলু পালনৰ লগতে এৰী লেটাক খাদ্য হিচাপে পৰম্পৰাগতভাৱে গ্ৰহণ কৰি আহিছে৷ অসমৰ ২,৪০,৯৩৯ টা পৰিয়াল এৰী পালনৰ সৈতে জডি.ত আৰু ৰাজ্যখনৰ ৪২,৪৭১.০১ হেক্টৰ ভূমি এৰী পলুৰ খাদ্যবৃক্ষৰ অন্তৰ্গত৷ আমাৰ গাঁৱে-ভূঞে বিঘাই বিঘাই মাটি খেতি-বাতি…