Category Manual Review Needed

অদম্য

বিদ্যুৎ বিকাশ শৰ্মা “আব্বে, সেই মক্কেলটো কোন বে? আমাৰ এই পাৰাত আগতে কেতিয়াও দেখা মনত পৰা নাই। তই দেখিছ নেকি আগতে? আজিকালি সদায় আহি ফিল্ডত বহি থাকে দেখোন। কেচটো কি বে?” কানুৱে একেলগে কেইবাটাও প্ৰশ্ন তুতুলৰ ফালে ঠেলি দিলে। তুতুল…

বচা বকুল

 ৰমানন্দন বৰা আঠাইছ   নতুন চাপৰিত জুই লগা ৰহস্যটো তেনেকৈয়ে থাকিল৷ কোনে এই দুষ্কাৰ্য কৰিলে, সেই বিষয়ে নানা ঋষি নানা মত৷ কাৰোবাৰ মতে, বকুল চাপৰিৰ মোলোকাহঁতৰ কাম, কাৰোবাৰ মতে বছা গাঁৱৰ বিপিনহঁতৰ কাম৷ এটা একেবাৰে আচৰিত যেন লাগিলেও, একেবাৰে পেলাই দিব নোৱাৰা মত হ’ল টেপুৰ…

মৌ-মাখিৰ প্ৰজাতি আৰু জীৱন বৃত্তান্ত

ডেনিছা ৰাজখোৱা, গৌতম সন্দিকৈ মৌ-মাখি সাধাৰণতে বহুত ধৰণৰ আছে। কিন্তু ভাৰতত প্ৰধানকৈ চাৰি প্ৰজাতিৰ মৌ-মাখি পোৱা যায় আৰু সেয়া হৈছে :             ১) বৰমৌ             ২) পুনপুনি মৌ             ৩) খোৰোঙ্গীয়া মৌ       …

উলাহেৰে উভতি চাওঁ -২৩

 ড০ পোনা মহন্ত কটনৰ কিছু কথা   উজনিৰ এখন মহাপুৰুষীয়া সত্ৰত উপজি ডাঙৰ হৈ গুৱাহাটী চহৰৰ কটন কলেজৰ পৰিৱেশৰ লগত নিজক খাপ খুৱাই ল’বলৈ কিছু সময় লাগিছিল৷ সেইকালত ওপৰ শ্ৰেণীৰ জ্যেষ্ঠ ছাত্ৰ আৰু হোষ্টেলৰ আৱাসীসকলে নতুনকৈ অহা আৱাসীসকলৰ ওপৰত ‘ৰেগিং’…

বচা বকুল

  ৰমানন্দন বৰা একৈছ   বান শুকালত মানুহবোৰ বছা গাঁৱলৈ ঘূৰিল যদিও গৰু-গাইবোৰ বকুলতে ৰ’ল৷ নতুন ঘাঁহ নোলোৱালৈকে চাপৰিৰ মাজত থকাই মঙ্গল৷ সমস্যা বুলিবলৈ বিশেষ নাই৷ বেণু আৰু সোণ জেঠাইৰ নিচিনা দুঘৰ পোতন থকা মানুহ থাকিলে বহুত কথাই সহজ হৈ পৰে৷…

উলাহেৰে উভতি চাওঁ – ২২

 ড০ পোনা মহন্ত   ১৯৬১ চন৷ মাহটো পাহৰিছোঁ৷ মেট্ৰিকৰ ৰিজাল্ট ওলাল৷ আশা কৰা মতেই প্ৰথম বিভাগ পালোঁ৷ অৱশ্যে বন্ধু-বান্ধৱ, সহপাঠী আৰু আত্মীয়সকলে ভবামতে ফলাফল নহ’ল৷ যি হওক, সেই কালত – অৰ্থাৎ আজিৰ পৰা ছটা দশকৰ আগত – প্ৰথম বিভাগত পাছ…

লিথিয়াম— বেটাৰীৰ হৃদযন্ত্ৰ— এক প্ৰতিশ্ৰুতি— এক প্ৰত্যাহ্বান

 ড০ ভাৰত বৰুৱা লিথিয়াম (সংকেত Li)-ৰ নাম নিশ্চয় সকলোৱেই শুনিছে। এইবিধ মৌলিক ধাতুৱে কেইবাটাও সিদ্ধিজনক কাম কৰিব পাৰে। ই যদি একেবাৰে বিশুদ্ধ ধাতৱ অৱস্থাত থাকে তেন্তে পানীৰ লগত তাৎক্ষণিক বিক্ৰিয়া কৰি জুইশিখা উৎপন্ন কৰে। আনহাতে যেতিয়া লৱণ যৌগ হিচাপে থাকে তেতিয়া বাইপ’লাৰ…

মলেঁয়া

 (৩) দাদুল দেৱকৃষ্ণ বৰুৱা   : চিন্তাৰ কাৰণ নাই ষ্টেপান।— মিষ্টাৰ ইগৰে ক’লে। : ঠিক হ’ব!— উৎসুক ষ্টেপান। : হ’ব; কিন্তু সকলো ঠিক নহয়। : কিয়? : ডেউকাখন ঠিক কৰিব পৰা নাযাব। বৰ বেয়াকৈ ভাগিল। : তাৰমানে পোৱালিটোৱে ডাঙৰ হৈ…

মলেঁয়া

 (যোৱা সংখ্যাৰ পাছৰপৰা) দাদুল দেৱকৃষ্ণ বৰুৱা (২)   অকলে থকাটো ষ্টেপানৰ অভ্যাসত পৰিণত হৈছিল। অথচ এসময়ত তেওঁৰ ঘৰখন ভৰি আছিল। ঘৰৰ চুকে-কোণে পিয়াপি দি ফুৰিছিল হাঁহিৰ ৰ’দ আৰু কথাৰ পোহৰ। সপোনৰ ফুল ফুলিছিল তেওঁৰ ঘৰত। তেওঁ ভাবিছিল— ঘৰখন আৰু ভৰুণ…

চ্যালুইনৰ পৰা লুইতলৈ

 ড০ চন্দ্ৰধৰ চমুৱা  (যোৱা সংখ্যাৰ পিছৰ পৰা)     (সামৰণি অধ্যায়)   লাক্‌নি মঙ্‌কাউ বছৰ৷   ৰাজ্যৰ শৌৰ্য-বীৰ্য, প্ৰাণপ্ৰাচুৰ্য, নতুন উদ্দীপনা প্ৰতিষ্ঠাৰ বাবেই ৰিক্‌-খ্‌বন্‌ মঙ্‌-খবন্‌ পূজা পতা হৈছে। তিনি পুৰোহিতে খেক্‌ বিধি অনুসৰি পূজা পৰিচালনা কৰিছে।   পূজা-উৎসৱলৈ আমন্ত্ৰণ কৰা হৈছে…