Category Manual Review Needed

আমাক সহায় কৰা ওপৰঞ্চি শক্তি

 অভিজিত শর্মা বৰুৱা  আমি সক্রিয়ভাৱে‍ বহু কামেই কৰোঁ। খোজ কাঢ়োঁ, ভাত খাওঁ, খেলা-ধূলা কৰোঁ। এই সকলো কাম আমি সচেতনভাৱে‍ই কৰোঁ। বা আমি ইচ্ছা কৰিলে এইবোৰ কৰিব পাৰোঁ বা নকৰিবও পাৰোঁ। কিন্তু আমি আন কিছুমান কামৰ ক্ষেত্রত তেনেকৈ নিজ ইচ্ছাত কৰা-নকৰাৰ সিদ্ধান্ত ল’ব নোৱাৰোঁ। উদাহৰণ— হাঁওফাঁও বা হৃদযন্ত্রৰ কাম-কাজবোৰ। সেইবোৰ কাম…

কয়লা আৰু পেট্ৰ’লিয়াম উদ্যোগৰ মৃত্যুঘণ্টা, অসমবাসীৰ কৰণীয়

 ড° ৰক্তিম ৰঞ্জন শইকীয়া দিহিং-পাটকাইত বৰ্ষাৰণ্যৰ বুকুত কয়লা খনন অথবা কোনো কোনো তৈলক্ষেত্ৰ বিক্ৰীৰ বাতৰিয়ে সাম্প্ৰতিক সময়ৰ অসমৰ সংবাদ জগত আৰু সামাজিক মাধ্যম তোলপাৰ লগাই আছে। ই অসমবাসীৰ সচেতনতাৰ পৰিচয় দিছে যদিও সমান্তৰালভাৱে এনে সচেতনতাই অসমবাসীৰ মনত আমাৰ সম্পদ সম্পৰ্কে…

এপোৱা চাউলৰ সাধু

ৰশ্মিৰেখা ভূঞা “এপোৱা চাউলৰ ভাত খাবি। বুইছ । তেতিয়াহে মোৰ দৰে হ’বি । মই সদায় এপোৱা এপোৱা চাউলৰ ভাত খাওঁ ।”      এপোৱা চাউলৰ ভাত খোৱা মানুহজনলৈ থৰ হৈ চাই ৰৈছিলোঁ। তেওঁৰ শীৰ্ণ শৰীৰটো চাই নিজলৈও আগ্ৰহেৰে চাইছিলোঁ। মনতে অংক কৰিছিলোঁ।…

বিৰুবালাৰ কথাৰে‍

দিলীপ কৌশিক বেলিতো থাকে নিয়ন লাইটৰ পোহৰতো এন্ধাৰ থাকে  আঙুলিৰ লিহিৰি পাববোৰত ডিঙিত কঁকালতো এন্ধাৰ ওলমি থাকে  পোহৰত পঢ়াশালি থাকে এন্ধাৰত ডাইনী থাকে  কোকৰাঝাৰতে কোকৰাঝাৰ নাথাকে গোসাইগাঁৱতে গোসাইগাঁও নাথাকে তেজতো মগজুতো  বিৰুবালাই কৈছে— বিহঢেঁকীয়াৰ পাতবোৰ সেউজীয়া হৈ থাকিবলৈ দে  ডাইনী খেদাতকৈ তোৰ পোণাটোক পঢ়াশালি‍লৈ‍ খেদ খালী হৈ থকা হস্পিটেলখনলৈ ডাক্তৰ এজন আহক ……

নিষ্প্ৰাণ শব্দবোৰ

অলকেশ কলিতা   তুমি শুনা নাই পাতবোৰে সৰোঁতে মোক কি কৈছিল । পাতবোৰ সেউজীয়া হৈ থাকোঁতে তুমি নাহিলা । চৰাইবোৰৰ বাৰম্বাৰ মৃত্যু হৈছে । ৰাতিপুৱাৰ, গধূলিৰ । মই চাৰিওফালে দেখিছোঁ নিষ্ঠুৰ নিৰ্মোহ সত্যক। জীৱবোৰে উশাহ লোৱা নাই উশাহ ল’লে গম…

চ্যালুইনৰ পৰা লুইতলৈ

 ড° চন্দ্ৰধৰ চমুৱা (চৈধ্য) ৰাজ্য আৰু ৰাজ–পৰিয়ালৰ ঘটনাৰ ধামখুমীয়াত ৰণুৱা–বনুৱা, হালোৱা-হজোৱা ঘাঁহী-মাউতৰ জীৱনৰ অভ্যন্তৰৰ কথাবোৰ ঢাক খাই থাকে। যাত্রাপথত কোনো এজনে মন্তব্য কৰিলে। সন্ধিয়া গাৰ নোম নেদেখা আন্ধাৰ হৈছে। ৰাজধানীৰ গড়ৰ বাহিৰত ৰাজ–বাটৰ পৰা অলপ নিলগত এখন বাৰীৰ ঢাপৰ কাষতে…

গঁড়ৰ খড়্গৰ উদ্ধাৰ আৰু কোষগাৰত জমা দিয়া প্ৰসংগ

 (শ্ৰদ্ধাৰ বন বিষয়া পংকজ কুমাৰ বৰাৰ হাতত) বুবুল শৰ্মা (১) টেবুলত থকা ম’বাইলটো হঠাৎ বাজি উঠিল৷ গোটেই ৰাতি ডি্উটি কৰি বাগৰি ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ বৰাই দহ মিনিটৰ বাবে চকীখনত ভাগৰুৱা শৰীৰটো এৰি দিছিলহে৷ –        হেল্লো। –        ছাৰ মই জগদীশ ডেকাই…

উলাহেৰে উভতি চাওঁ-১২

ড° পোনা মহন্ত আমাৰ আগৰ লেখাত সত্ৰীয়া বিহুৰ কথা কওঁতে ব’হাগ বিহুৰ হুঁচৰি আৰু বোকা ভাওনাৰ দৰে পুৰুষসকলে হালধি-পানীৰ খেলা কৰাৰ কথা উল্লেখ কৰিছিলোঁ৷ এই কথাও কোৱা হৈছিল যে সামাজিক, লৌকিক বা ধৰ্মীয় যি অনুষ্ঠানেই নহওক, সত্ৰৰ সীমাৰ ভিতৰত এই আটাইবিলাক…