Category Manual Review Needed

ভাষিক জাতীয়তাবাদ আৰু অসমীয়া

কিছুদিনৰ পূৰ্বে বৰাক উপত্যকাত অসমীয়া ভাষাত লিখা অসম চৰকাৰৰ এখন বিজ্ঞাপনৰ ফলকত কোনোবা বাংলাভাষী সংগঠনৰ লোকে অসমীয়া আখৰত ৰং সানি ‘বাংলা লিখুন’ বুলি লিখাক লৈ সামাজিক মাধ্যম তথা প্ৰচাৰ মাধ্যমত যথেষ্ট হৈ চৈ সৃষ্টি হৈছিল৷  আৰু সতেত যিটো হয় সেইটোৱেই…

আধা

অত্ৰেয়ী গোস্বামী   জীৱনটো ভগাওঁতে দুফাল হ’ল নিজৰ ভাগত পৰিল আধা৷   চকুত পোহৰ পৰিল কপালত বহিল সৰলৰেখা৷ এন্ধাৰতো সঠিক হিচাপ ক’ত কেই গজ কিমান আধা!   দুটা অৰ্ধবৃত্ত লগ হ’ল গপচ হৈ বহিল এটা বৃত্ত তাতো আধা ছায়া, আধা মায়া…

তুমি অহাৰ দিন

অমিতাভ ফুকন তুমি অহাৰ দিনাই নৈৰ পাৰত কঁহুৱা জোনাকত মুকুতা সুৱাসত শেৱালি তুমি অহাৰ দিনাই গ্ৰহণ লুকায় কোলাহল ঘৰচিৰিকাৰ হেঁপাহৰ ডোঙা তুমি অহাৰ দিনাই নাচোনত দেও-দৰিকণা সখিয়তীৰ উলাহ তুমি অহাৰ দিনাই সুগন্ধি শাৰদী আই ৰাংঢালী সুৰীয়া বীণ সুদিনৰ শব্দ মেলা…

বুদ্ধিৰ সাগৰ বীৰবল

 ৰচনা পাঠক (১৪)   শ্বাহেনশ্বাহ আকবৰে এদিন বীৰবলক সুধিলে, : বীৰবল,  মোক এটা কথা বুজাই দিয়াঁচোন৷ বীৰবলে সমিধান দিলে, : সোধক জাহাপনা৷ : বীৰবল, এই যে দিনত পোহৰ আৰু ৰাতি আন্ধাৰ হয়, কিয় হয় ক’ব পাৰিবানে? : জাহাপনা, এইটো প্ৰশ্নৰ উত্তৰ মূৰ্খ বা পাগল এটায়ো…

বচা বকুল

 ৰমানন্দন বৰা সাত ন-খোৱা বছা গাঁৱৰ এটা ডাঙৰ উৎসৱ৷ বছৰটোৰ বাবে লখিমী কেইমুঠি ভঁৰালত সুমুৱাই ল’ব পৰাটো অলপ ডাঙৰ কথা নহয়৷ বাত-বৃষ্টি, নৰীয়া-পৰীয়া, এন্দুৰ-নিগনি, চৰাই-চিৰিকতি কত অপসৰ্গৰ মাজেৰে গুটি ধানকেইটা নজহা-নপমাকৈ আনিব লগা হয় খেতিয়কৰ বাহিৰে আনে নুবুজে৷ এই সফলতাত…

অন্যযুগ সমগ্ৰ

অন্যযুগ, ২০২২ অন্যযুগ, জানুৱাৰি, ২০২২ অন্যযুগ, ফেব্ৰুৱাৰি, ২০২২ অন্যযুগ, মাৰ্চি, ২০২২ অন্যযুগ, এপ্ৰিল, ২০২২ অন্যযুগ, মে‍’, ২০২২ অন্যযুগ, জুন, ২০২২ অন্যযুগ, জুলাই, ২০২২ অন্যযুগ, আগষ্ট, ২০২২ অন্যযুগ, ছেপ্টেম্বৰ, ২০২২ অন্যযুগ, অক্টোবৰ, ২০২২ অন্যযুগ, নৱেম্বৰ, ২০২২ অন্যযুগ, ডিচেম্বৰ, ২০২২ অন্যযুগ, ২০২১…

ঘোঁৰাবাঘ

অনুভৱ তুলসী নান্দী কটপ্‌ খটপ্‌ কটপ্‌ খটপ্‌ গৰুৰ গাঁৱলৈ ঘোঁৰা অহা খবৰটো মৌন কৌতূহলত এক পূৰ্ণহতীয়া কোব থিয় চুলিয়ে কোনোমতে চম্ভালে ঘোঁৰা আহে নিজৰে যন্ত্ৰ তাঙৰণ টানি টানি ঘোঁৰা আহে এজ্ৰাৰ আজ্ঞা মানি আগমনৰ উদ্দেশ্য ঘোঁৰাই জানো জানে বিধেয় বোধগম্য…

বুদ্ধিৰ সাগৰ বীৰবল

ৰচনা পাঠক (২) সময়ৰ লগে লগে মহেশৰ বুদ্ধি আৰু জ্ঞানৰ ওচৰত শ্বাহেনশ্বাহৰ দৰবাৰৰ বাকীসকল সভাসদ মোলান পৰি গ’ল৷ মহেশ পূৰ্বতকৈও বেছি সাহসী হৈ উঠিল৷ একে সময়তে মানুহৰ সততা আৰু শঠতাৰ মাজৰ পাৰ্থক্যও মহেশে বেছিকৈ বুজিব পৰা হৈ আহিল৷ সভাসদসকলেই নহয়,…

ন্যায়িক ব্যৱস্থাৰ ভৱিষ্যত আৰু ‘শশধৰ বিশ্বাস’

 পঙ্কজ প্ৰতিম বৰদলৈ   যোৱা অক্টোবৰ মাহৰ ৫ তাৰিখে সন্মানীয় উচ্চতম ন্যায়ালয়ে ৰায়দান কৰা দিপালী বিশ্বাস বনাম নিৰ্মলেন্দু মুখাৰ্জীৰ গোচৰটো সাধাৰণ মানুহৰ বাবে আপাত দৃষ্টিত বিশেষ গুৰুত্বপূৰ্ণ গোচৰ যেন বোধ নহ’ব পাৰে, কিন্তু এই গোচৰটোৱে ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ বহু বিসংগতি পোহৰলৈ…

পানীৰ তলৰ কাৰেং

অত্ৰেয়ী গোস্বামী   লাহনি মাৰোঁতে মাৰোঁতে ঘোলা হোৱা খলখলাই থকা পানীখিনি স্থিৰ হৈ আছে, সূতা এডালৰ দৰে৷   এইখিনিতে সপোন এটা দেখিব পাৰি থিয়ৈ থিয়ৈ, এইখিনিতে ঘটি যাব পাৰে এটা নাভূত নাশ্ৰুত ঘটনা৷   হঠাতে উঠি আহিল এটা কাছ অ’…