Category Manual Review Needed

পেৰামেডিকেল পাঠ্যক্রম (Para-Medical Courses)

 ড° বুলজিৎ বুঢ়াগোহাঁই     বৰ্তমান ভাৰতবৰ্ষত পেৰামেডিকেল এটা আকৰ্ষণীয় পাঠ্যক্রম। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে অসমতো চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বৃদ্ধি হোৱাৰ ফলত পেৰামেডিকেল পাঠ্যক্রমৰ গুৰুত্ব বাঢ়িবলৈ‍ ধৰিছে। চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হ’ম, ক্লিনিক, ডায়েগ্‌নষ্টিক চেণ্টাৰ, লেবৰেটৰি‍ আদিৰ…

গোমা

দিগন্ত শইকীয়া   চহৰৰ ওপৰেৰে ধুমুহা   গছবোৰ! গৰ্ভলৈ প্ৰসাৰিত শিপাৰ ঠেঙুলি   ঢাপ চোতাল সৰাপাতৰ সাগৰ   সকলো সৰাপাত পশুৱেও নাখায় অলক্ষিতে ধূলি ধূলিৰ পৰা ধূলি‍ (উপনিষদ বৰ্ণিত মৃত্যুৰ ধূলি)   ক্ৰমশঃ মটীয়া আকাশ ফাটি পৰোঁ পৰোঁ   ৰূপালী…

বচা বকুল

 ৰমানন্দন বৰা বাৰ   নিজৰ সন্তানক নিজৰ ভেটিত জন্ম দিবলৈ পোৱাটো পৰম গৌৰৱৰ কথা৷ নিজৰ খোপনি ৰোৱা, পুৰুষৰ সন্মান ৰক্ষা কৰা কাম বুলি বেণুৱে ভাবে৷ সেয়ে সি আপ্ৰাণ চেষ্টা কৰি লৰালৰি কৰিছিল৷ ফাগুনতে ঘৰটো তৰিবলৈ তাৰ বৰ হেঁপাহ৷ সকলো ঠিকেই…

অকণিয়ে অঁকা ছবি

 ‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ  আগ বঢ়াইছোঁ  অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ  সমৃদ্ধ ৰাগ শইকীয়াই অঁকা ছবি

চৰাই চিনো আহক – ১

 হেমন্ত কুমাৰ গগৈ প্ৰকৃতিৰ ৰম্যভূমি অসম। এইখন অসমতেই বিভিন্ন প্ৰজাতিৰ ৰঙ বিৰঙৰ চৰাইৰ বাসস্থান। তাৰে কিছুমান স্থানীয় আৰু আন কিছুমান পৰিভ্ৰমী। সমীক্ষা মতে অসমত প্ৰায় ৯৫০ বিধ প্ৰজাতিৰ চৰাই পোৱা যায়। ভাৰতবৰ্ষত পোৱা সৰ্বমুঠ চৰাইৰ প্ৰজাতিৰ আধাতকৈ বেছি অসমত পোৱা…

চ্যালুইনৰ পৰা লুইতলৈ

ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা) ঘৰবোৰ মৰ্যাদা অনুসাৰে সজা হৈছে। তাই পৰম্পৰা মতে ৰাজ্যখনত ৰজাতকৈ উন্নত ঘৰত কোনো থাকিব নোৱাৰে। যদি কোনোবাই ধনগৌৰৱত তেনে ঘৰ বান্ধেও তেন্তে তাক অচিৰেই ভাঙি দিয়া হয়। ৰজাৰ পিছতে দুজন মন্ত্ৰী কুনহাই ডাঙৰীয়াৰ ঘৰৰ…

চ্যালুইনৰ পৰা লুইতলৈ chaluinar-pora-luitaloi-february-2022

ড০ চন্দ্ৰধৰ চমুৱা    (যোৱা সংখ্যাৰ পিছৰ পৰা) সি ঠাই এখন পাইছে। নাম্‌-ৰুকতে খিলঞ্জীয়া প্ৰজাই কৈ পঠাইছিল– ভাটিলৈ এখন ভাল ঠাই আছে। তাৰে দুজনক লৈ আহি সি ঠাইখন উলিয়াইছেহি। সি চাৰিওফালে চাই পঠিয়ালে, ওচৰত তেনেকৈ গাঁও-ভূঁই নাই। ঠাইখন যথেষ্ট বাম যেনো লাগিছে।…

বচা বকুল

 ৰমানন্দন বৰা ন  বকুল চাপৰিলে এক প্ৰকাৰ ভগনীয়া, পলৰীয়া হৈ আহি এই সৌভাগ্য হাতৰ মুঠিত পাব বুলি বেণুৱে সপোনতো ভবা নাছিল৷ লক্ষ্মী আইৰ পোনপটীয়া আশীৰ্ৱাদ পাইছে বেণুৱে৷ মাটি পালে বেণুৱে কৰি দেখুৱাব৷ তাৰ মনত উৎসাহ আছে, বহুত বল আছে৷ আৰু এতিয়া…

হলৌ উঠিল টকৌ গছত

ড° ভাৰত বৰুৱা     তেতিয়াৰ দিনৰ কথাই বেলেগ আছিল। সেই তাহানিখনত, মানে আমি সেই প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ দিনবোৰৰ কথা ক’ব বিচাৰিছোঁ। এতিয়া কথা হৈছে কোনটো দশকলৈ উভতি যোৱা যায়? এক কথাত ক’বলৈ হ’লে, ফিৰিঙ্গীৰ পৰা বাপুৱে আন বহু বাহুবলী, মগজধনী সৈন্য-সামন্তৰ সহায়ত দেশখন…

ওপৰঞ্চি শক্তিৰ সহায়

 অভিজিত শর্মা বৰুৱা     ঐচ্ছিক আৰু অনৈচ্ছিক : আমি সক্রিয়ভাৱে বহু কামেই কৰোঁ। খোজ কাঢ়োঁ, ভাত খাওঁ, খেলা-ধূলা কৰোঁ। এই সকলোবিলাক কাম আমি সচেতনভাৱে কৰোঁ। নাইবা আমি ইচ্ছা কৰিলে এইবোৰ কৰিব পাৰোঁ বা নকৰিবও পাৰোঁ। কিন্তু আমি আন কিছুমান…