ৰ’দে বৰষুণে ইমান যে গান
লোকনাথ গোস্বামী (১৮) (১) সৰুৰে পৰা ঘৰৰ মানুহবিলাকৰ মুখত ঘৰৰ পৰা নাতিদূৰৰ বিন্দুকুৰি চাহ বাগিচাৰ কথা শুনি আহিছিলোঁ৷ বিন্দুকুৰি নামে এটা ৰে’ল-ষ্টেচনো আছে তাতে৷ তেজপুৰ ষ্টেচনটো(বৰ্তমান উঠাই দিয়া হৈছে)ৰ পিছতে ডেকাৰগাঁও ষ্টেচনটো, তাৰ পাছত বিন্দুকুৰি ষ্টেচন৷ এই…