কাকতালীয়
এম. কামালুদ্দিন আহমেদ মৃত্যুৰ ওজন কিমান অমৰত্বত কিমানখিনি মাধুৰ্য চাকি চাই উমান ল’বা নে তুমি তুমিতো এটা প্ৰজাতি মাত্ৰ বখলিয়াই আছিলা বখলিয়াই আছিলা কমলাটো যেন ছেলাইহে আছিলা সত্তাৰ আৱৰণ পাল্লাত দিলোঁ এফালে অমৰত্ব আৰু আনফালে মৃত্যু পাল্লাৰ…
এম. কামালুদ্দিন আহমেদ মৃত্যুৰ ওজন কিমান অমৰত্বত কিমানখিনি মাধুৰ্য চাকি চাই উমান ল’বা নে তুমি তুমিতো এটা প্ৰজাতি মাত্ৰ বখলিয়াই আছিলা বখলিয়াই আছিলা কমলাটো যেন ছেলাইহে আছিলা সত্তাৰ আৱৰণ পাল্লাত দিলোঁ এফালে অমৰত্ব আৰু আনফালে মৃত্যু পাল্লাৰ…
স্বপ্নালী কলিতা তিলক খুৰাৰ তপা মূৰ, চাহৰ লগত লাগে গুৰ৷ কনকৰ ককাকৰ নৰীয়া টান, ৰমেনে পাৰিছে মদাৰৰ পাণ৷ নগেন দদাইৰ ভগা চাইকেল, ঘেৰেক্ ঘেৰেক্ বজাই ছাইৰেন৷ আহোম বগৰী নিমখ এজেবা ৰাণীহঁত বহিছে দুপৰ বেলিকা৷ দীপুৰ…
গজেন মিলি আপুনি মোক সান্নিধ্য দি আহিছে চকু মেলাৰে পৰাসহায়ৰ হাত উজান দিছে দুখৰ ক্ষণতআপোনাৰ পৰাই শিকি দুখৰ দিনত আনলৈসহায়ৰ হাত আগবঢ়াওঁ অন্ততঃ দুজনক যি বিপদৰ এন্ধাৰত বুৰ গৈছেতেওঁলোকেও শিকক সহায় কৰিবলৈ জীৱনটো খেৱালি জাল যি ক্ৰমান্বয়ে তললৈ বহল হৈ গৈ থাকে সহায়ৰ হাতো…
ধ্ৰুৱজ্যোতি দাস বৰষুণ এৰাৰ পাছতজাৰত কঁপি কঁপি জোনটো ওলাইছিলকঁপি থকা জোনৰকঁপা জোনাকবোৰ ফালিকেইজনীমান তিৰোতাএখন বুকুত পানী তুলিবলৈ আহিছিলবুকুখন কাৰতিৰোতাহঁতে জনা নাছিলআৰু বুকুখনেতিৰোতাহঁতৰ মুখবোৰ দেখা নাছিল তিৰোতাহঁতৰ প্রতিজনীয়ে ভৰিতসুখৰ নতুবা দুখৰ নূপুৰ পিন্ধিছিল খোজত নূপুৰবোৰ উকি হৈ বাজি উঠিলেইবুকুখনে তিৰোতাহঁত অহাৰ কথাগম পাইছিল আৰু বুকুখন…
পংকজ গোবিন্দ মেধি বগলী আৰু বকুলৰ মাজত কোনো সম্পৰ্ক নাইবগলী আৰু গাখীৰৰ মাজত কোনো সম্পৰ্ক নাই মাথোঁ এটা মিলহে আছেবগলী বকুল আৰু গাখীৰ দেখিবলৈ বগা সেই অৰ্থত আমাৰ মাজৰ কিছুমানৰবগলী বকুল আৰু গাখীৰৰ সৈতে অপূৰ্ব সাদৃশ্য আছে পিছে তেওঁলোকৰ সকলোৱে বলুকাৰ বিয়লি বেলাতবগলীৰ পাখিৰ…
নীলাভ সৌৰভ পূৱা ঘুমটি ভঙা বেলি চৰাইআৰু আবেলি হাঁহিৰ ঘৰ তাৰ মাজত বাঘে খোৱা ৰ’দৰ ক্ৰিকেট পিট্ছঘণ্টাই ঘণ্টাই ৰান এসেৰ চাউলৰ দৰ কিমান ৰান আউটৰ ভয় এটা দিনৌপেটৰ অসুখলৈ চৌদাখাৰ আৰু টোপনিলৈ চুলাই আমাৰ ইয়াতো মানুহ মৰে ‘কবি ফুকন’সৌ গাঁৱত মোৰ ঘৰএখনেই নহয় মাথোঁ মোৰ গাঁও…
জ্যোতিনীলিমা গগৈ জাৰণিৰ আন্ধাৰত হেৰুৱাই পেলাইছোঁনিৰ্বাসিত চৰাইটোফুলনিৰ পৰা নিৰ্বাসিত পখিলাবোৰৰোপাখি জৰজৰ উপকূল এৰি যোৱা নিৰ্বাসিত এখন জাহাজততুলি দিয়া হৈছে আমাৰ দগ্ধ বসন্তদূৰণিত ৰৈ চাই আছোঁবৰষুণত ছিগি পৰা সোণাৰুৰ পাহিৰেসজাই তোলা হৰিৎ পথ সন্ধ্যা তৰাজাকৰো আছে নিৰ্মেঘ ভাবনাজিলিকি উঠাৰ পৰতহৃদয়ৰ গৰাখহনীয়াত আক্ৰান্ত মানুহেলিখি আছে…
গীতুমণি তালুকদাৰ হঠাৎ বিস্ফোৰণ হ’লএটা নিষিদ্ধ বিস্ফোটক উধাতু খাইউজাই আহিলপ্ৰচণ্ড এটা বিষ পৰিত্ৰাণ নাইপৰিত্ৰাণ নাই বিস্ফোটকেপোৱা নাইমাত্ৰাৰ পূৰ্ণতা ডাক্তৰ : ইনজেক্শ্বনকবিৰাজ : বজ্ৰলেপন,কাঁইটীয়া ফুটন এয়া ৰণচণ্ডী তিৰী নেপূঁজৰ আগ্নেয়গিৰি নিশ্বাসৰ মাজেৰেনিষিদ্ধ জলঙাৰেপৰম স্বস্তিৰে বৈ গ’ললাভাৰ এটি দেওলগা সোঁত … ঠিকনা : গাঁও : ডুমুৰীয়া ডাকঘৰ : ভৌকামাৰী ( পাঠশালা) জিলা : বৰপেটা (অসম)…
জয়ন্ত দত্ত গান্ধী পাৰ্কৰ সোণাৰুজোপাত বাহ লোৱাকপৌ এহালক হুৰাবলৈ আহি কাউৰী এজনীয়েপুৱাটোক খায়; তিনি কুৰি তেৰ বছৰে শিল হৈ থকা ৰখীয়াজনে তেতিয়াও কল খুৱাই থাকে তিনিটা বান্দৰক… প্ৰথম হোৱাৰ পূৰ্ণ সম্ভাৱনা থকাৰ পাছতো মইৰৈ দিওঁ আৰু চেঁকুৰৰ পতি এৰি বাঁওফালে গুচি যাওঁ; য’ৰ পৰা এদিন…
প্ৰয়াগ শইকীয়া বৰ্ষাৰ সময়ত বুদ্ধৰ বৰ্ষাবাসসুৰক্ষিত থাকক সেউজী সৃষ্টিপদদলিত নকৰোঁ আবাসয’ত পৰিছেহি জীৱনৰ বৃষ্টি।প্ৰজ্ঞাৰ ৰ’দে গঢ়ে স্থিতিৰ তীৰ্থভ্ৰমণৰ পৰা ভিক্ষু বিৰতবৰ্ষাৰ প্ৰজ্ঞাৰে বুদ্ধৰ সতীৰ্থসৃষ্টি শিপাৰ ঋদ্ধিত সৌৰভিত।বৰ্ষাৰণ্যত অনুভূত বুদ্ধবৰ্ষাবাসত জীৱনৰ প্ৰাৰ্থনাগতি আৰু স্থিতিৰ মাজত সিদ্ধজীৱনক কৰে প্ৰেমে বৰ্ণনা।বৰ্ষাৰ কবিতাত জীৱনৰ প্ৰকাশবৰ্ষাবাসত পাওঁ বুদ্ধৰ আকাশ।…