পুষ্পক ৰথৰ দৰে
হেমচন্দ্ৰ কছাৰী কালজয়ী কোনো নহয় তুমিও ক্ৰমান্বয়ে পুৰণি হৈ গৈয়ে আছাসেইবুলি হাত বাগৰিবলৈ নিদিওঁ দিয়াতুমি জানানে নাজানা নাজানোপুৰণিয়েই যে বহুতৰে জীয়াই থকাৰ প্ৰেৰণা অকপটে কওঁ— তুমি মোৰ মৰমৰভালদৰেই বুজি পাওঁ— ভোক আৰু যাতনা তোমাৰ সঁচাকৈ, ক’লৈ ক’লৈ যে যোৱা নাই আমিওখোৰা মোখোৰা, বোকা…