Category কবিতা

ঘিণ ঘিণ দাও ঘিণ

 ধন দাস কবিতা লিখা নাই  কথাবোৰ হুবহুকৈ  যেনেকৈ দেখিছোঁ ঠিক তেনেকৈ কামটো নোহোৱালৈকে  ভৰি চেলেকিছোঁ  তেল পিছলা কথাৰে গছত উঠাইছোঁ পোকৰত লাগি ফুৰিছোঁ  কাম শেষ  সকলো শেষ তাৰ পeছত  ধিন্‌-চেক ধিন্‌-চেক  হেণ্ড-শ্বেক  চৰিত্ৰত চেক  পাছৰ কথাখিনি  অহে’ সামাজিক লোক, দেখহ…

একুঁকি কবিতা

প্ৰাণজিৎ মহন্ত (১) সকলো কথাৰে এটা সীমা আছে তোমাক কওঁতে তুমি ক’লা একমাত্ৰ প্ৰেমৰ কথাক বাদ দি কিন্তু (২) শৰতত দিনে-নিশাই বৰষুণ দি থাকিলেও বাৰিষা বুলি কোনেও নকয় (৩) হেমন্ত আৰম্ভ হোৱাই নাই মনটো পাহাৰটোৰ নামনিত গৈ কুঁৱলীবোৰৰ মাজত হেৰাই…

যশোধৰা

 বন্দনা কৌশিক বৰদলৈ                               শোকৰ নিৰ্যাতন সহি-সহিও তোমাক ভালপোৱাৰ যি শান্তি সেইয়া ঠিক, সূৰ্য্যৰ চাৰিওকাষৰ পৃথিৱীৰ প্ৰদক্ষিণ কক্ষপথত কিমান ৰোগ সহি কিমান জৰাৰ  সন্মুখীন হৈও ভাৱিছোঁ মই জীয়াই থকা নাই ক’তো, গৌতম তোমাক বাদ দি তুমি উভতি অহাৰ দিনা মই তোমাক…

স্বচ্ছতাৰ বাবে ৰৈ যাওঁ

 বিনিময় দাস                           দৃষ্টিৰ সমৰৈখিকভাৱে  চাওঁ- চকীখন একে ঠাইতে আছে, মানুহবোৰ ইফাল-সিফাল হ’ল ৷ সোঁফালৰবোৰ বাওঁফালে গ’ল, আৰু বাওঁফালৰবোৰ সোঁফালে ৷ বহাজনেও দুবাৰমান উঠি  আকৌ বহিল৷ লাভৰ লাভ…

হেৰোৱা আঙুঠি

প্ৰশান্ত মিশ্ৰ   গভীৰ এন্ধাৰে আবৰি ধৰা চাহ গছজোপাৰ তলতেই হীৰাৰ দৰে জিলিকি‌ আছিল তাইৰ হেৰোৱা আঙুঠিটো   আঙুঠিটো আগুৰি আছিল এটা ক’লা ৰঙৰ সাপে   সিদিনা ৰাতি তাইৰ প্ৰেমিকৰ তেজহাগনি হৈ মৃত্যু হৈছিল   তাইৰ দৃঢ় বিশ্বাস আঙুঠিটো হেৰুৱাই…

ভাৰস্তকথা

মিণ্টুল হাজৰিকা কালঘুমটিৰ প্ৰসাধনখিনিৰে ছালৰ সৌন্দৰ্যক বিশ্ৰাম দি উশাহক ফুলদানী কৰি চ’ৰাঘৰ শুৱনি যি তপস্বিনী বিড়াল মোৰ ভাৰস্তৰ আলহী কৰি নমতা বাবেই কমণ্ডলুৰ পৰা সময় ছটিয়াই হাহাকাৰৰ হাটখনকে মোৰ ডিঙিৰ মাদলী কৰি দিলে দৰদামৰ দগা-পাল্লাত জোখে আৰু কান কাটে মোৰ…

ৰাণী

 হেঙুল হাজৰিকা   ফুটপাথৰ দোকানত জোতা চাইছোঁ লখিমপুৰৰ ধাৰাসাৰ বৰষুণত পিন্ধিব পৰা   ভৰি সুমুৱাই চাইছোঁ আলফুলে পিন্ধাই দিবলৈ জোতাৰ তলত তোমাৰ প্ৰেমিক হাত দুখন নাই   মই বাদ দিছোঁ   উভতি গৈ এখন পেইণ্টিঙৰ গছ এডালৰ তলত বহিছোঁ পাত…

ঊষা

 প্ৰয়াগ শইকীয়া   শেষ হল ৰাত্ৰি ঊষা হৈ আহিল উমা ছেত্ৰী আমাৰ ক্ৰিকেটে পালে ছন্দ ভূমিজ তনয়াৰ বিজয়েৰে আলোকিত হিয়াৰ ভূখণ্ড এই অনন্য আনন্দ যাত্ৰাৰ আমিও যেন আজি সহযাত্ৰী অভিনন্দন উমা ছেত্ৰী !

জুবিন

 মূলঃ সুবোধ সৰকাৰ অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি আছিলা গান, হ’লা ব্ৰহ্মপুত্ৰ নদী তুমি আছিলা মোৰ জুবিন, আজি তুমি সকলোৰে অসম৷ ৰাষ্ট্ৰীয় সংগীতৰ দৰে থিয় হৈ আছা৷ জুবিন, তোমাক কোনোৱে মাৰিব নোৱাৰিলে৷ তুমি অমৰত্ব নামৰ চোতাল এখনত বহি গাইছা…

সময়ৰ কিয় মৃত্যু নহ’ল ?

 (প্ৰিয় শিল্পী জুবিন দা-লৈ) পাপু মজুমদাৰ   সময়ৰ কিয় মৃত্যু নহ’ল ?  সময় নিৰ্মম নিষ্ঠুৰ সময়ে কিয় কাঢ়ি নিলে তোমাক ?  আজি বিশ্ব স্তম্ভিত,  সংগীত বাকৰুদ্ধ আমি কিয় চিঞৰিছো তুমি নাই,  তুমি নাই বুলি….  এয়া যে আমাৰ বাবে অকল্পনীয়,  অবিশ্বাস্য….. …