Category কবিতা

বাঁহী

 গীতিমণি হাতীমূৰীয়া   কোনোবা দূৰণিত বাঁহী এটাই সুৰ বিলাইছে   এই সন্ধিয়াত বাঁহীটোত কোনেবা আঙুলি বুলাইছে মই নাজানো !   বাঁহীটোৱে কান্দিছে নে বাঁহীৰ সুৰটোৱে মোৰ বুকুত খোপনি পুতিবলৈ আহিছে তাকো নাজানো   বুকুৰ আঁচলখনো উৱলি গ’ল সুৰটোনো সামৰি থওঁ…

পল এলুৱাৰ্দৰ কবিতা

অনুবাদ : প্ৰশান্ত মিশ্ৰ [কবি পৰিচয় : এগৰাকী প্ৰখ্যাত ফৰাচী কবি (১৮৯৫-১৯৫২)আৰু ফ্ৰান্সৰ অধিবাস্তৱবাদী (Surrealism) আন্দোলনৰ অন্যতম পৃষ্ঠপোষক। দ্বিতীয় মহাযুদ্ধৰ সময়ত নাজীবাদ বিৰোধী কবিতাৰ যোগেদি সমগ্ৰ বিশ্বত খ্যাতি লাভ কৰে।]  পাঁচটা হাইকু  ইংৰাজী অনুবাদ: জন হেইজ অসমীয়া অনুবাদ: প্ৰশান্ত মিশ্ৰ …

শিপা অথ : পোষ্ট মেলন

 ভাস্কৰ জে নাথ তোমাৰ ফটো এখন দেখিলো আজি সুৰ্যাস্তৰৰ পিনে তুমি প্ৰেমৰ ভংগীমা দেখুৱাইছা দুহাত মেলি মোৰ ল’ৰাহতে মেলনক চাবলৈ উদ্বাউল হৈ আছিল পোষ্ট উত্তৰ আধুনিকৰ দোহাই দি পোষ্ট কিনো কৰিলে একেই পুৰণি ইষ্টাইল তাতোকৈ  মোৰ ককাই বৰ ইষ্টাইলত হোকা…

ৰাগি

 অৰ্চনা ঠাকুৰীয়া   ছাইমদৰ ৰাগিত দুলি আছে সময়   বেলকনিত জোনৰ জোনাকী   আন্ধাৰ পথৰ ৰঙীন ৰাগিত  তই অচিন বাটৰুৱা  মিচিকি হাঁহিৰে যাৱগৈনো কেনি! দূৰৈৰ পৰাই শুনিছোঁ তোৰ সুহুৰি…   জোন যদি শীতলতাৰ প্ৰতীক তেন্তে জোনৰ সৈতে চিনাকি মোৰ বহু…

নগ্ন প্ৰতিবাদ

দিব্যাশ্ৰী নিয়ৰ বৰুৱা সেউজীয়াবোৰ সোণ নহয় সেউজীয়াবোৰ হয়তো সুখৰ সংসাৰো নহয়! সিদিনা সমাজৰ শাৰীত থিয় হ’ব পৰাকৈ আমি আছিলোঁ ওখ, ধীৰ আৰু স্থিৰ৷ গছপুলি ৰুলেই প্ৰশংসা আৰু পুৰস্কাৰ পায়৷ আকৌ কটাসকলে হাতত এখন নতুন নগৰ উপহাৰ পায়! নগৰ হ’বলৈ নগ্ন…

বতাহ, পানী, শিল

মূল : অক্টাভিঅ’ পাজ ভাবানুবাদ : যশোৱন্ত নিপুণ   পানীয়ে সুৰংগ খান্দে শিলত, বতাহে পানীবোৰ সিঁচি দিয়ে দূৰলৈ, শিলে বতাহক আগচি ধৰে ৷ পানী, বতাহ, শিল ৷   বতাহে শিলক আকৃতি দিয়ে, শিল এটা পানীৰ পিয়লা, পানী হেৰাই যায় আৰু…

আকালৰ ভোক ঘনাই কাষচপা

লক্ষী প্ৰসাদ ৰেগন   পৰে কথাবোৰ ৰমলিয়াইছে মই বুজাই নাছিলোঁ। মোৰ কথাৰ ইমানকৈ পাগ উঠে বুলি   জাৱৰ পুৰি পেটৰ কথা ভাবিছোঁ। কৃষকৰ পুতেক যে মই পথাৰ আমাৰ প্ৰিয়   এতিয়া দেখিছোঁ শাওণৰো শুকান জিভা সেপ টুকি গলত কথা ৰাখিছোঁ…

১ আঘোণ ২০২৫

 বিকাশ গোহাঁই   পথাৰবোৰ ভৰপক ৷ দোঁ খাই সোণগুটি যেন মোৰ বুকুত পৰিছে কোনো উৎসাহ নাই এইবেলি প্ৰিয় মানুহবোৰ নোহোৱা হৈ গৈছে গানৰ মধুৰ লহৰবোৰ নোহোৱা হৈ গৈছে বাঁহীৰ সুৱদি সুৰবোৰ নোহোৱা হৈ গৈছে লুইতখন বাম হৈ আহিছে৷ বালিচৰ! বালিচৰ!! আগুৱাই যাব পাৰিম…

দিশহাৰা

মৃদুল শৰ্মা (উছৰ্গা ঃ গৰিমা শইকীয়া গাৰ্গ) নাহৰৰ তোৰণ ওপৰত ৰ’দৰ নৈ তাৰো ওপৰত স্বৰনক্ষত্ৰ পাতৰ ফাঁকে ফাঁকে সৰকি পৰিছে পোহৰৰ ছিটিকণি মায়া মায়াবিনী দিন নে ৰাতি এয়া হাঁহি নে কান্দোন সঙ্গীত নে উচুপনি আৰে! আৰে! শুকুলা ডাৱৰবোৰক শিয়া মেলি আৱৰি…