পৈয়েকৰ মূৰখোৱা
উজ্জ্বল স্মৰণ দত্ত ৰঙা বেলিৰ সেওঁতা মচাৰ পৰা গ্ৰহণৰ গ্ৰহণ লাগে দুখৰ দুখুনী নৈ বৈ থাকে কূজৰ মূৰত কিল পৰে কথাৰ কথাত শেল মাৰে সাপ হৈ খুটে বেজ হৈ জাৰে পৈয়েকৰ মূৰখোৱা হেনো মই লেখৰ লেখ নহয় মই নাপায়…
উজ্জ্বল স্মৰণ দত্ত ৰঙা বেলিৰ সেওঁতা মচাৰ পৰা গ্ৰহণৰ গ্ৰহণ লাগে দুখৰ দুখুনী নৈ বৈ থাকে কূজৰ মূৰত কিল পৰে কথাৰ কথাত শেল মাৰে সাপ হৈ খুটে বেজ হৈ জাৰে পৈয়েকৰ মূৰখোৱা হেনো মই লেখৰ লেখ নহয় মই নাপায়…
কৌস্তুভ বেজবৰুৱা ৰাস্তাৰ কাষত মই পৰি আছোঁ চকুৰ সন্মুখত আকাশখন কঁপিছে। এটা মুহূৰ্ত আগতে মই দৌৰি আছিলোঁ — মোৰ পুচ্ছ নাচিছিল, জীৱনটো সহজ যেন লাগিছিল। হঠাৎ এটা ভয়ংকৰ শব্দ এটা উজ্জ্বল আলোক আৰু তাৰ পিছত— অসহ্য যন্ত্ৰণা। মোৰ…
উৎপল বৰকটকী জ্বলি থকা প্ৰতিকুৰা জুইৰ শেষ ছাই নহয় জ্বলি জ্বলি শেষ নহয় সকলো জুই সকলো জুইৰ অন্ত নাথাকে পোহৰৰ বাবেও জুই লাগে সুখত জ্বলে জুই শোকত জ্বলে জুই এটা মিছাইল আহি টোপনিত লালকাল হৈ থকা মোৰ ল’ছালিহালক ৰাতিপুৱাৰ সূৰ্যটো চাবলৈ সুযোগ নিদিলে মিছাইলৰ জুই ফিৰিঙতি আহি মোৰ বুকুৰ জুইকুৰা জ্বলাই দিলে তেতিয়াৰে পৰা মোৰ বুকুত জুই জ্বলি আছে একুৰা অন্ত হ’ব নোখোজা জুই ছাই হ’ব নোখোজা জুই *** ঠিকনা : গাঁও– ৰঙামুৰী, ডাক: পাভৈ– ৭৮৪১৭৪ জিলা: বিশ্বনাথ (অসম) ফোন: 81330-10063 ইমেইল: borkatakiutpal@gmail.com
অনুবাদ : মৃদুল মৰাণ (কবি পৰিচয়ঃ ঝাৰখণ্ডৰ আদিবাসী কবি পাৰ্ৱতী তিৰ্কী (জন্মঃ ১৯৯৪)ৰ প্ৰথম কাব্য সংকলন ‘ফিৰ উগনা’ (২০২৩, হিন্দী)। ইয়াৰ বাবেই তেওঁ ২০২৫ চনত সাহিত্য অকাদেমি যুৱ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এওঁৰ কবিতাই ছোট নাগপুৰ মালভূমি অঞ্চলৰ…
ৰৌচন আলি ভগা দলঙত ওলমি থকা কংক্ৰীটৰ দৰেই ঈশ্বৰৰ সন্ধানত ঘূৰি ফুৰিছে এজাক মানুহ ঈশ্বৰৰ ঘৰত ঈশ্বৰ নাই ঈশ্বৰৰ য’ত ঘৰ নাই তাতেই নিশ্চল হৈ পৰি আছে ঈশ্বৰ এদিন আমিয়েই আমাৰ উত্তৰসুৰীক সুধিছিলোঁ- আমাক ঈশ্বৰ লাগেনে নালাগে ! সিহঁতে…
(পূৰ্ণাংগ নাটক) নাট্যকাৰ –ড০ জ্যোতিপ্ৰসাদ শইকীয়া চৰিত্ৰসমূহ : ১) বেদনাথ বৰুৱা : বয়স আনুমানিক 80 বছৰৰ উৰ্ধ্বৰ৷ ২) সুৰজিৎ : বয়স প্ৰায় ৪০-৪৫ বছৰ ৩) ধনীৰাম : বয়স প্ৰায় ৪৫-৫০ বছৰ ৪) সত্য : বয়স প্ৰায় ৪৫-৫০ বছৰ ৫)…
জোনমণি দাস অকলে থাকিলে নৈখনে ৰিং মাৰি মাতে, বাটে বাটে বগৰীৰ জেং … আবতৰত বৰতি সলাই বুলনি ছেৱত মই কাক কাষলৈ মাতোঁ কাৰ বাবে ছিটিকা পাতোঁ ফুলৰ বিছনাত আলি নমনা এন্ধাৰে বুজালেও নুবুজে মোৰ মাটি-মাহী মনৰ কেঃচকলি কথা আহুধানে…
চন্দ্ৰ কুমাৰ বড়া গাঁৱত বাঘবোৰ বাঘ হৈ নাথাকে ফেউৰা হৈ যায় ক’লৰৱ শুনি শিশুৰ কিৰিলি শুনি কিশোৰৰ নিশ্চুপ হৈ যায় বাঘ বাঘৰ গোঁজৰণি নাথাকে নাথাকে দাঁত-নখ তীক্ষ্ণ বাঘবোৰ নাথাকে বাঘ হৈ কুকুৰ হৈ যায় ডবা বাজে…
দেৱাশিস হাজৰিকা মোৰ আই আৰু পিতাইৰ প্ৰথম বিবাহ বাৰ্ষিকীৰ দিনা পিতায়ে আইক এটা সাধু শুনাইছিল সাধুটোৰ নায়কজনৰ সমান সুখী হেনো আৰু পৃথিৱীত আন কোনোৱেই নাই তেঁও আছিল পৃথিৱীৰ আটাইতকৈ ধুনীয়া এটা আত্মা! আইয়ে এদিন এটকীয়া মুদ্ৰা এটাক…
পৰিস্মিতা বৰদলৈ পাত সৰি লঠঙা হোৱা ডালডালেই কি ফাগুন! হয়তো নহয়! লঠঙা ডালত জান-নেজানকৈ সেই যে সেউজীয়া কুঁহি সেই সম্ভাৱনাইতো ফাগুন৷ ধূলিয়ৰি পথ আৰু সৰাপাতৰ খৰমৰণি তাৰমানেই কি ফাগুন! ওঁহো,এজাক বৰষুণৰ সম্ভাৱনা আৰু আগতীয়া বসন্তৰ উন্মাদনা তাৰমানেহে ফাগুন!…