Category কবিতা

নীলমণি ফুকনৰ কবিতাৰ নেপথ্যৰ কথাৰে এখন অন্য ধৰণৰ কিতাপ

 ড০ ৰত্নোত্তমা দাস বিক্ৰম   সেয়া বোধকৰোঁ ষাঠি চনৰ কোনোবা এটা গ্ৰীষ্মৰ দুপৰীয়াৰ কথাই হ’ব। গুৱাহাটি বিশ্ববিদ্যালয়ৰ কলা ভৱনত নাতকোত্তৰ শ্ৰেণীৰ পাঠদান চলি আছে। সেইদিনা শ্ৰেণীকোঠাত বহি থকা এজন ছাত্ৰৰ মন পাঠত মুঠেও নাছিল। পাঠদানৰত অধ্যাপক দেৱপ্ৰসাদ বৰুৱাৰ চকুৰ পৰা…

নীলমণি ফুকনৰ অনূদিত জাপানী কবিতা : অসমীয়া কাব্য সাহিত্যলৈ বিশ্ব সাহিত্যৰ এক অনবদ্য অৱদান

 গীতিকা শইকীয়া   কাব্য সংকলন : জাপানী কবিতা নীলমণি ফুকন প্ৰথম প্ৰকাশ : ১৯৭১ চন, দ্বিতীয় প্ৰকাশ : ১৯৯৩, তৃতীয় সংস্কৰণ : ২০০৫   এটা ভাষা কেৱল কথা-বতৰাৰ মাধ্যমেই নহয়, ভাষা হৈছে ভাবপ্ৰকাশৰ, সংস্কৃতি, সমাজ আৰু পৰম্পৰাগত বিশ্বাসৰ সৰ্বোত্তম প্ৰকাশভংগী। বিশ্বজুৰি যিকোনো ভাষাৰ প্ৰসাৰ, বিকাশ, তথা নতুন…

কাব্যভীষ্ম নীলমণি ফুকন : অসমীয়া ভাষা-জাতীয় জীৱনবোধৰ দিগন্ত চৰিত্ৰ

ড° নন্দ সিং বৰকলা  নান্দনিকভাৱেই সৰল, দৃষ্টিনন্দন শব্দমূল্যৰ অৰ্থঘন চৰিত্ৰৰ শব্দ-বাক্যৰ বিৰল মনাকৰ্ষক গাঁথনি, য’ত ক্ৰমশঃ ভূচিত্ৰাৱলী, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় ৰাজনীতিৰ মনোজগতৰ ওপৰলৈ উঠে ঋষিতুল্য ধীমান কৃতধী নিতৌ নবীন পদব্ৰজ পৰিব্ৰাজক নীলমণি ফুকন৷ ফুকনদেৱৰ শব্দকলা মানেই ৰামধেনুৰ ৰং, আলোকিত জোনাক…

কাব্যিক সমাহিতিৰ অদ্বিতীয় অধ্যায়

 অনুভৱ তুলসী বিশিষ্ট চিত্ৰশিল্পী সমীৰণ বৰুৱাৰ কেমেৰাত নীলমণি ফুকন বিশেষজনৰ কথা যেনেকৈ মন যায় ক’ব পাৰি, য’তে মন যায় ত’তে আৰম্ভ কৰিব পাৰি৷ ভাল লগা কিতাপ এখন মই তেনেকৈয়ে পঢ়োঁ, য’তে মেল খায় ত’ৰপৰাই পঢ়িবলৈ লওঁ, শেষৰপৰাও পঢ়োঁ, মাজতে মেলি লওঁ, আগ ফালৰপৰাও আৰম্ভ কৰোঁ৷…

নীলমণি : কাব্য জিজ্ঞাসাৰ আলোক আমাৰ হৃদয় কুক্ষিত

প্ৰশান্ত মিশ্ৰ         পৰিমিত শিল্পবোধ, গ্ৰাম্য জীৱনৰ সতে আশৈশৱ নিকট সম্পৰ্ক, নাগৰিক জীৱন যাপন, প্ৰখৰ ইতিহাস চেতনা আৰু শিক্ষকতা বৃত্তি- এই আটাইবোৰ উপাদানেই হ’ল নীলমণি ফুকনৰ কবিতাৰ বহুমাত্ৰিক স্তৰবোৰৰ পৃষ্ঠভূমি। সেয়েহে তেওঁৰ কবিতাত আমি দেখা পাওঁ বেহেলা বজোৱা…

নীলমণি ফুকন, অবাক আদিশুভ্ৰ ৰূপৰপৰা সবাক স্তৰলৈ : এক স্বতন্ত্ৰ কাব্যধাৰাৰ ৰেখাচিত্ৰ

 জীৱন কিশোৰ             কবি নীলমণি ফুকনৰ কাব্যিক বিৱৰ্তন সম্পৰ্কে আলোচনা যথেষ্টখিনি হৈছে। কোন উৎসৰ পৰা কি কি কাৰণত প্ৰভাৱিত হ’ল, কিহে অভিভূত কৰিলে আৰু কোনখিনি তেওঁ কি চিন্তা-চেতনাৰে সমৃদ্ধ হৈ পৰিমাৰ্জন কৰি সাৰভাগ পাঠক সমাজৰ বাবে আটোম-টোকাৰিকৈ সজাই…

নিউৰ’টিক পেইন

বিপুল কুমাৰ দিহিঙীয়া গ্যেটেৰ ‘মেৰিয়েনবাদ ইলিজি’ মই কি নাম দিম…   কি নাম দিম ঈশ্বৰ। ‘নিউৰ’টিক পেইন’। চাব্বাছ। সৰ্পিল অৰণ্যৰ বাটেৰে অহা-যোৱা প্রেম বিচাৰি। প্ৰেৰণা বিচাৰি চৰাইৰ ডেউকাৰ সহায় লওঁ ব্ৰহ্মপুত্ৰৰ চাপৰি। মৰম বিচাৰি টিৰাপ সীমান্ত বগালোঁ ৰাতিৰ জোনাক। বগলীৰ…

যুদ্ধভূমিত জীৱনৰ কবিতা

 গায়ত্ৰী দেৱী বৰঠাকুৰ   (এক) দ্বিতীয় মহাসমৰৰ বিভীষিকা  পানী কৰি অ’লহা   নীলকণ্ঠ বীৰ যোদ্ধা    অ’লহাৰ বাসন্তী  বুকুত ফুলে মাতৃভূমিৰ স্বৰ্গাদপি গৰীয়সী ভালপোৱা  কিয়েভত অ’লহা দুই ওঁঠত দেশপ্ৰেমৰ নজহা-নপমা  গান দুৰ্দান্ত অ’লহা এশটা শৰত সুখেৰে  থাকক (??) আৰু মাথোঁ দুটা বসন্ত  ৰৈ  …

জিন্‌ছ্‌

ভাস্কৰ জে নাথ এনে লাগে যেন সি মোৰ গৰাকী   মই গুচাই চাওঁ শতিকাৰ এলান্ধু যদিওবা কোঙা হ’লোঁ পঁয়ত্ৰিছবাৰ   উৱঁলি যোৱা ঘৰটোত হিচাপ প্ৰতিটো বিচ্ছিন্নতাৰ খোজ অথচ তাৰ সতে কাহানিও হোৱা নাই মোৰ বিচ্ছেদ   মোৰ ওচৰত তাৰ সহজ আত্মসমৰ্পণ…

পথিক

জোনমণি দাস   যিয়ে মোক আধা বাটত এৰি থৈ গুচি গ’ল তেওঁৰ বাবে ৰৈ থাকোঁতে থাকোঁতে বাটটোৰো পিয়াহ লাগিল আৰু পানী বিচাৰি বাটটোৱে বাটকুৰি বালে। মই ৰৈ থকাতে থাকিলোঁ ধোঁৱাৰ বৃত্তত কিছুমান চকু আঁকি আঁকি।   কঁপি থকা কুঁহিয়াৰ পাত,…