Category কবিতা

‘অন্যযুগ সাহিত্য সন্মান ২০২১’ – ৰ প্ৰাপক শিবানন্দ কাকতিয়ে সন্মান গ্ৰহণ কৰি দিয়া অভিভাষণ

  শ্ৰদ্ধাভাজন সমবেত সুধীবৃন্দ, শৈশৱৰ এটা অতি সুমধুৰ কাল কটোৱা যোৰহাট চহৰখনত ঠিয় হৈ মই আপোনালোক সকলোলৈকে সশ্ৰদ্ধ কৃতজ্ঞতা আৰু নমস্কাৰ আগবঢ়াইছোঁ৷ জীৱনৰ অনেক শিক্ষাৰ আদিপাঠ যিকোনো পৰিৱেশতে যিকোনো সময়তে সন্ধান কৰিবলৈ অবিৰতভাৱে যত্ন কৰোঁ৷ সমুখত আহি পৰা যিকোনো শিক্ষা পাঠ…

বিশাল

প্ৰয়াগ শইকীয়া   তুমি যদি অনুভৱ কৰি আছা বিষ জীৱনে সলোৱা নাই এতিয়াও দিশ তুমি যদি অনুভৱ কৰিছা আনৰ বিষ বিশাল হোৱাৰ মহত্বৰে তুমি পাইছা মানুহৰ আশীষ   বিষৰ পৰা বিষাল বিষালক জিনি বিশাল সীৰলুৰ শইচৰ আগেয়ে ধাৰাল নাঙলৰ ফাল…

কণ-কবিতা (শিশু কবিতা)

অনসূয়া বৰঠাকুৰ                (১) পহুৱে বোলে ‘খহু হ’লে     শিহুৰ তেল ঘহোঁ’, লেহুগাঁৱৰ বিহুত খুৱালে     চাহৰ লগত ফেঁহু।               (২) দেখিছানে বাৰু কাকু?    ৰাকুদা…

তলসোঁত

দিগন্ত শইকীয়া   পুহৰ বন্দী বেলি কুঁৱলীৰ পোতাশাল   দিনত কুকুৰ ৰাতি শিয়াল সাধুৰ জোখাৰে জয়াল   ধুঁৱলী। ভাহে মাথোঁ গেঙনি ডেডাউৰি   নাওবোৰ ফিৰি অহা নাই আন কিছুমান চকুলৈ লোণ সংক্ৰমণ,   বিষৰোধী অৱসাদক   ভাগে ভাগে আয়োগ বিনিয়োগ…

মোৰ প্ৰশ্ন আপুনি

ঋষভ নাথ   কেমেৰাৰ পোহৰ ধোঁৱাই থকা ভাত আৰু সিপিনৰ সেঙেটা আন্ধাৰত বতাহৰ চপৰা পিটিকি হাতবোৰ তাত, ঠিক স্থৱিৰতাত।   জুয়ে চোবাই চুহি শুহি শৰীৰৰ তেজ-মঙহ খালেও হাতেৰে ধোঁৱা ঢুকি পাব নোৱাৰি তাত বাৰু মোৰ কোনো সন্দেহ নাই বিশ্বাসো অটুট…

ইচ্ছাবৰ্ণনা

 প্ৰদীপ শইকীয়া   আউজনী গাৰু মহাজীৱন বিশ্বাসী মই এক গোঁৱাৰ বিষয়ী৷ তয়ে শুন   ইচ্ছা ১ ৷ বালিঢৌ খচি গীজা পিৰামিড              আন্ধাৰে পোহৰে কাইৰো সংগ্ৰহালয়ত তিনিটা দিন ইচ্ছা ২ ৷ মহেঞ্জোদাৰো ভীমবেটকা ৰাখি গঢ়ীত               আলেঙে আলেঙে কাৰোবাক বিচৰাৰ ইচ্ছা ৩ …

ব্ৰহ্মপুত্ৰ

মূল : সুধীৰ সক্সেনা (হিন্দী)অনুবাদ : দীপজ্যোতি বৰা (১) পাৰৰ শুকান বালিত ভৰি থৈ কবিয়ে চাই থাকে নদী, নদীয়েও অপলক চাৱনিৰে চাই থাকে কবিক; দুয়ো নির্বাক৷        কবিৰ হৃদয়ত উথলি উঠে প্ৰেম নদীৰ বুকুতো উঠে প্ৰেমৰ লহৰ, প্ৰতিপল, অহর্নিশ, অপাৰ৷…

‘অন্যযুগ সাহিত্য সন্মান ২০২০’-ৰ প্ৰাপক ড° এম কামালুদ্দিন আহমেদে সন্মান গ্ৰহণ কৰি দিয়া অভিভাষণ

       শ্ৰদ্ধাভাজন সমবেত সুধীবৃন্দ, আপোনালোক সকলোকে শ্ৰদ্ধাৰে সম্ভাষণ জনাইছোঁ।     প্ৰথমতে কবিতা লিখিবলৈ লৈছিলোঁ তুচ্ছ দৈনন্দিনতাৰ ধূলি-বালি দেহৰপৰা মচি পেলাবলৈ৷ সঁচাকৈয়ে কৈছোঁ নাম-যশৰ কথা কেতিয়াও ভবা নাছিলোঁ৷ কিন্তু উৎকৃষ্ট কবিতা লিখাৰ আগ্ৰহ এটা সূচনা-পর্বতে সোমাই আছিল, সেই কথা আজি…

স্তাৱক

অজন্ত কুমাৰ বৰা একেই পুৱা একেই পোহৰ আমিহে ৰং সানি অভিধা দিওঁ নতুনৰ আমি মুখতো ৰং সানো নিচিনিবলৈ নিজৰ নিজৰ মুখ ৰং সানিলেও নিজৰ মুখ নিজৰ ওচৰত লুকুৱাব নোৱাৰি ৰং সানিলে চেহেৰাহে সলনি হয় সলনি নহয় স্বভাৱ সময় সাপেক্ষে  অনেকেই…