Category কবিতা

শিলচাঙৰ বিহুফুল

বংশী বৰা   এতিয়া সোণাৰুৰ গাভিনী চৰ্যা শুভ সৌন্দৰ্যৰ কৃষ্ণ গীতাপাঠ আজাৰৰ হাজাৰ নাহৰৰ চাকিৰ শৰাই ৰঙা সাগৰ শিমলুৰ চেলেং বাট স্বৰ্ণ চম্পা। দীঘলীয়া তাঁতশাল   আমাৰ জীয়াসুঁতিত ধল। উত্ৰাৱল প্রৱাহ নদী হৈ নদীত উটি আহে শিল-বালি বালিৰ গভীৰতা। বিশালতা।…

বহাগৰ কবিতা এফাকি

শিখা গোস্বামী মহন্ত তোমাৰ পৰা আঁতৰি থকাৰ হাজাৰটা সহজ অজুহাত সামৰি-সুতৰি শেষ নোহোৱা তুমি নামৰ উদ্ৰেক প্ৰাসংগিক-অপ্ৰাসংগিকতাৰ এযোজন দূৰত এই অৱস্থান উমলি নিজক নিচুকাই কি এক ভ্ৰম… ৰ’দে জকেমকাই ফুলি উঠা সোণাৰুফুলীয়া ভাবনা আকাশী লতাত জিলিকি উঠে সোণপৰুৱা হেন এটি…

ফা-ঘুণ

স্ৰোতস্বিনী তামুলী যোছেফ মাৰাকৰ কটা যোৱা ভৰিখনত শুকান পাতৰ খৰমৰণি   বাঘজানৰ মানুহবোৰৰ চকুত শিমলুৰ ৰঙা   মোৰ মূৰৰ ওপৰত ফটফটীয়া নীলাতকৈও নীলা আকাশ   এয়া মোৰ ফাগুন তলসৰা! পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

ঘনচিৰিকাৰ ভয়

নিৰু দত্ত দুগালত সানি চন্দনৰ গুড়ি           ঘৰচিৰিকা  ওলাল বাজ বাহত থাকিল পোৱালি দুটা          চিৰিক চিৰিক মাত । আইদেউৰ চোতালত  মৰণা মাৰিছে           দুহালকৈ বলধ যুটি, সৰিয়হ মাটিমাহ…

বিকৰ্ণ bikarna-poem-May-2022

জয়ন্ত দত্ত   A man is not a hero to his wife and valet   চুপ থাক বিকৰ্ণ* তই কিহৰ কিটো…   কেমেৰাৰ চেটেপ চেটেপ টিটকাৰিৰ তলেদি ঘটনাক ৰহণ সানি সানি পৰিবেশন কৰোৱা হাতবোৰৰ তলেদি লোলুপ চকুবোৰৰ মাজেৰে জিভাৰ পৰা…

আগন্তুক

মিণ্টুল হাজৰিকা   টি ছাৰ্টত বেলিফুলৰ বাগান ওপৰত হালধি ছটিওৱা আকাশ   কি যে জকমক জকমক ফুলবোৰ চকুলোত হাবুডুবু হৈ লেৰেলা লেৰেলি…   স্বপ্ন-ঘৰৰ মজিয়াত শস্যবিহীন পথাৰৰ হেমন্ত   শিপাৰ গভীৰতাত শুকাই গ’ল জিভাৰ তলেৰে বৈ যোৱা নৈ   ওঁঠৰ…

অধিবাস্তৱিক

গীত বৈভৱী   ১  নিশাৰ এই গহনত বৰ্ষাঘন আকাশ এখন কিদৰে ফাটি পৰিল মোৰ তন্দ্ৰাত মই বুজিব নাই   চেতনাৰ চোতাল জুৰি বাদল আৰু বিজুলীৰ উন্মাদ নৃত্য বাঢ়িছে বান যেন অস্থিৰতাৰ অপলক উশাহ   মই কি উটি গুচি যাম অকাল…

তেজপিয়া

দ্বীপৰাজ   ৰঙাবোৰ ৰঙা। তেজৰঙা চাকিৰঙা ৰঙাসাপ অবাস্তৱিক ভোকোন্দা গেৰিলা দাউকৈ চাকিশলা জ্বলোৱা।   চুমা খোৱা এটাকৈ মৰাশবোৰৰ কপালত   তোমালোক জ্ঞাতিৰঙা। ৰঙচুৱা কপাল চোতাল ৰঙচুৱা বুকু এঙেৰুৱা। মনবোৰ তেজতকৈ ৰঙা হ’লে যুদ্ধৰ বাটলৈ এপৰ .. হাতত চকৰীফেঁটী। এটা এলিয়টী…

কবিতাৰ দিন

হৰেকৃষ্ণ ডেকা “Just when you think you know something, you have to look at in another way. Even though it may seem silly or wrong, you must try.” From the movie Dead Poet’s Society   কালি গধূলি পথাৰৰ গছকেইজোপাৰ ডালবোৰ…

চহৰখন গাঁৱলৈ লৈ নাহিবা

ৰণ্‌জিত গগৈ   কোনোটোৱে ক’তো একেদৰে একে হৈ থকা নাই খতিখনহীনভাৱে বলিয়েই আছে চিনাকী বতাহজাক অচিনাকি হৈ   পুৰণিকলীয়া মানুহবোৰ এজন এজনকৈ ধূলি আৰু ধোঁৱাৰ স’তে হঠাৎ নোহোৱা হোৱাৰ পৰাই বুকুখনৰ ক’ৰবাত কেনেকৈ শূন্যতাই বহলাই বহি ল’লে বুজাব নোৱাৰোঁ৷  …