বোধ
মৃদুল শৰ্মা (যুদ্ধক ঘৃণা কৰা প্ৰতিজনৰ হাতত) কি আনন্দ-উল্লাসত হাজাৰ কোটিটকীয়া মিছাইল উৰি গুচি যায় আকাশ ফালি সাগৰৰ বুকু কঁপাই কোন বিষণ্ণতা কোন উত্তেজনাই আন্ধাৰ দলনিত পোনা মেলে কোটি কোটি দলনিৰ বোকাৰ মাজেৰে পিছল বাট উলিয়াই যেন সোমাই যায় চিনাকি…
মৃদুল শৰ্মা (যুদ্ধক ঘৃণা কৰা প্ৰতিজনৰ হাতত) কি আনন্দ-উল্লাসত হাজাৰ কোটিটকীয়া মিছাইল উৰি গুচি যায় আকাশ ফালি সাগৰৰ বুকু কঁপাই কোন বিষণ্ণতা কোন উত্তেজনাই আন্ধাৰ দলনিত পোনা মেলে কোটি কোটি দলনিৰ বোকাৰ মাজেৰে পিছল বাট উলিয়াই যেন সোমাই যায় চিনাকি…
ৰূপাঞ্জলী নেওগ সৌ দূৰণিৰ পৰা ভাহি আহিছে এটি সুৰ, বিনিদ্ৰ ৰজনীৰ মায়াজাল ফালি যেন কুহেলিকাক স্পৰ্শৰ প্ৰয়াস এই আৰ্তনাদৰ, কেনে আস্ফালন এয়া? নৈঋতত হৃদয়ৰ ঝংকাৰ; আস্! ঈশান কোণত উটি-ভাহি যাব খুজিছে এখনি ছবি কম্পিত সুৰত মায়াসনা চাৱনি বিদীৰ্ণ…
দেৱাশিস হাজৰিকা মোৰ আই আৰু পিতাইৰ প্ৰথম বিবাহবাৰ্ষিকীৰ দিনা পিতায়ে আইক এটা সাধু শুনাইছিল সাধুটোৰ নায়কজনৰ সমান সুখী হেনো আৰু পৃথিৱীত আন কোনোৱেই নাই তেঁও আছিল পৃথিৱীৰ আটাইতকৈ ধুনীয়া এটা আত্মা! আয়ে এদিন এটকীয়া মুদ্ৰা এটাক ইপিঠি-সিপিঠি…
অংকুৰণ আৰ্ফ ১) সৰাপাত স্মৃতি হয় যদিও এখিলা সৰাপাত হৃদয়ত সেউজীয়া থাকিলে ইয়ো হৈ পৰে এখিলা চিৰ নতুন কুঁহিপাত। ২) ধুমুহা গছে এদিন ধুমুহাক ক’লে- তোমাক ধন্যবাদ কিয়নো, তোমাৰ কাৰণেই মই কঠিন পৰিস্থিতিত বুজি পালো নিজৰ শক্তি আৰু অস্তিত্বৰ…
উমানন্দ কলিতা হাঁহি বোৰ পানীত পানীত পোহৰ পোহৰত নঙঠা পিছল পৃথিৱী আৰু পাৰ্থিৱ যত যি… *** ভ্ৰাম্যভাষ : ৯৮৫৪০৫১২৬৭
ড০ নিতালী বি কোঁৱৰ (উৎসৰ্গা : জুবিনগাৰ্গ ) তুমি নাই ! তথাপি তোমাৰেই উপস্থিতি, মোৰ চহৰৰ প্ৰতিটো নীৰৱ কোণত। আনবাৰৰ দৰে নাহৰ এইবাৰো ফুলিছে। সেই একেই কোমল শুভ্ৰ পাহি আৰু সোণালী বুকু, যেন তোমাৰ স্নিগ্ধ হাঁহি আৰু কুহুমবুলীয়া কলিজাটো তাৰে…
মিত্ৰাবিন্দা বৰা বর্তমান এই একবিংশ শতিকাৰ বিশ্বায়নৰ প্রেক্ষাপটত ভাষাই কেৱল সহজাত প্রয়োগ যোগাযোগৰ মাধ্যমৰ পৰিধি ভাঙি নিজকে এটা জাতিৰ, সেই জাতিৰ কলা-সংস্কৃতি, ইতিহাস তথা জাতিগত সমাজ ব্যৱস্থাৰ পৰিচায়ক আৰু বার্তাবাহক হিচাপে প্রতিষ্ঠা লাভ কৰিছে৷ পৃথিৱীৰ প্রত্যেক সভ্য জাতিৰে…
মূল : ব্যেৰ্নষ্টেইৰনূহ ব্যেৰ্নছান (Bjørnstjerne Bjørnson), নৰৱে’, সাহিত্যৰ ন’বেল বঁটা-১৯০৩ অনুবাদ : ড°ৰঞ্জিত দত্ত গ্ৰীষ্মৰ এটি দিনত ঘৰটো মই পাৰ হৈ গৈছিলোঁ, পুৱাৰ সুৰুযৰ ৰঙীণ আভা ঘৰটোৰ ওপৰতে পৰিছিল। খিৰকীৰ ফালে তেজৰঙা হৈ মোৰ আত্মাটো জ্বলিছিল, বৰষায়ো মোক লগ পাইছিল তাতেই। বন্দিত্বই…
অঞ্জুমণি ভৰালী এখন “নাম্মা য়াত্ৰি” অট’লৈ অপেক্ষা এডাল ধূলিৰে ঢাক খোৱা বগেনভেলিয়া একাপ ফিল্টাৰ কফি… গৰম * যিমান দূৰলৈ চাব পাৰি গোটেই বাটতো লানি পাতি থকা গাড়ীবোৰ ৰৈ থকাৰ বিচিত্ৰতা… বিভিন্নতা মোৰ পদাৰ্থবিজ্ঞানৰ অংকবোৰলৈ মনত পৰিছে KE = ½mv² আৰু ফ্ৰিকচন…
দ্বীপৰাজ (মাছলৈ মইনা নাযাবি অকলে ৰাতিলৈ লাগিব ভাগৰ বাটৰে দমৰাই চাব তোৰ বুকুলে চেগতে ফালিব চাদৰ) ( হাবি বিহু) বাৰী সিঁচি শিঙিৰ খোঁচ খোৱা যদি খোৱা দিপিলাৰ হাটত আঢ়ৈকুৰিত পাই এপোৱা মোৱা তাৰে এভাগ আদাজাল, এভাগ পাতত…