চৰহা পোকৰ দৰে
জয়ন্ত দত্ত চৰহা পোকৰ দৰে একুৰা জুইৰ দৰে মহাজনী হাতবোৰে আমাৰ সপোনবোৰ কাকো বিশ্বাসত ল’ব নোৱাৰোঁ মোৰ তেজেই মোৰ শৰীৰ এৰি গুচি যায় মিছিলৰ সন্মুখত যেতিয়া তিনিজাঁই গুলী বুকুৰ আৰ-পাৰ কৰি মচিছিলোঁ এই মাটিক ভালপোৱাৰ পাপ তেতিয়া…
জয়ন্ত দত্ত চৰহা পোকৰ দৰে একুৰা জুইৰ দৰে মহাজনী হাতবোৰে আমাৰ সপোনবোৰ কাকো বিশ্বাসত ল’ব নোৱাৰোঁ মোৰ তেজেই মোৰ শৰীৰ এৰি গুচি যায় মিছিলৰ সন্মুখত যেতিয়া তিনিজাঁই গুলী বুকুৰ আৰ-পাৰ কৰি মচিছিলোঁ এই মাটিক ভালপোৱাৰ পাপ তেতিয়া…
মানস প্ৰতিম দত্ত পদপথৰ কাষত হালিজালি নাচি থকা মই এজোপা সোণাৰু মোৰ কাষে কাষে সৌৱা আজাৰ, গমাৰি, কদম মোৰ হালধীয়া ফুলবোৰ আজাৰৰ বেঙুনীয়াবোৰ, কদমৰ বগা-হালধীয়া সপোনবোৰে অনবৰতে আপোনাৰেই কথা ভাবে পাতবোৰ অথবা ডালবোৰে লৰে, কঁপে, ছাঁ…
হৰেকৃষ্ণ ডেকা আজি মই মই ৷ কাইলৈও মই মই হৈ ৰ’ম৷ কালিও মই ময়েই আছিলোঁ৷ অস্তিত্বৰ প্ৰতি মুহূৰ্তত মই মই অন্য নহয়৷ ভুল৷ অন্য দৃষ্টিৰ অবিহনে মই অস্তিত্বহীন৷ সেই দৃষ্টিৰ বহু ভিন্নতা৷ আৰু তাত মোৰ বহু বৰ্ণনা৷ নিভৃত…
চয়নিকা ভূঞা মৌনম্ সন্মতি লক্ষণম্ একোৱেই প্ৰয়োজনবোধ নাছিল কথাখিনি বহলাই বহিবলৈ নিউটনৰ গতিসূত্ৰত আৱদ্ধ এটি পুৰণি সপোন অৱলম্বনৰ উচ্চ স্তৰত এমুঠি ভালপোৱা পি থোৱা প্ৰেমেই যথেষ্ট দুটি আত্মাৰ বাবে গণিকালয়ত ক্ষুধাতুৰ আত্মাৰ পিয়াহ ইফালে সেলেঙি বোৱাই কথাবোৰ চক্ৰবেহুত একেই দুভৰি…
ভাস্কৰজ্যোতি নাথ “Sweet Thames, run softly, till I end my song.” Edmund Spenser জলকুৱঁৰীয়ে ইয়াতে পখালিছিল গা বাগৰুম্বাৰ লহৰত এখন চিফুঙৰ নৈ গৌৰাঙলৈ যোৱাৰ বাটত দেখিছিলোঁ বুৰিব খোজা বেলিটোলৈ শিলগুটি দলিওৱা এজাক অপসৃয়মান ছাযামুৰ্তি দিনৰ পৰা…
মূল : অৰ্ঘ্যদীপ চক্রবর্তী অনুবাদ : পাপু মজুমদাৰ সকলোৰে জীৱনত প্ৰেম আহে ঠিকেই কিন্তু নাজানো মোৰ জীৱনত আহিছিল নে নাই। মোৰ জীৱনত তুমি আহিছিলা ‘তুমি’ হৈ সেয়ে হয়তো তেতিয়া জনা নাছিলোঁ প্ৰেম কি, বুজা নাছিলোঁ প্ৰেমৰ মানে। এতিয়া আৰু…
অনুবাদ: নম্ৰতা দত্ত (এক) আলি কেঁকুৰি এই আলি-কেঁকুৰিটোৰ পৰাই আৰম্ভ হয় কিছুমান লেহেমীয়া পথ কিছুমান দুৰন্ত শিলৰ প্ৰসাদলৈ, আইনাৰ ঘৰলৈ, খেৰৰ পঁজালৈ মৰুভূমিৰ পিনে আগবাঢ়ি একোটা পথ হেৰাই যায় মৰীচিকাত আন এটা দ্বিধাগ্ৰস্ত হৈ উপস্থিত…
অংকুৰণ আৰ্ফ পুৰণি হ’বলৈ দিয়া কথাবোৰ যিদৰে পুৰণি হয় নদী যিদৰে পুৰণি হয় পাতৰ সেউজীয়া ফুলৰ সুৱাস পুৰণি হ’বলৈ দিয়া কাহিনীবোৰ যিদৰে পুৰণি হয় নৃত্যৰতা চৰাইবোৰ উৰণীয়া বতাহবোৰ পুৰণি হ’বলৈ দিয়া সকলো বাজি থকা গানবোৰ প্রিয় বাঁহীৰ সুৰবোৰ…
(স্বামীৰ প্ৰত্যাৱৰ্তনৰ বাবে অপেক্ষাৰত মমতালৈ বুলি একলম…) কংকনা বৰুৱা মৰমৰ মমতা, মহাজগতৰ ইটো পাৰৰ পৰা তোমালৈ অশেষ মৰম ঢালি লিখিবলৈ লৈছোঁ কথাবোৰ হৃদয়ৰ পৰা হৃদয়লৈ…। তোমাৰ চিঠিখন পোৱা বহুদিনেই হ’ল, প্ৰতিটো পৃষ্ঠাৰ এটা এটা শব্দই মোক যেন নিঃসহায় কৰি…
চুনা কুমাৰ পাঠৰী উমনিত বহা চৰাইৰ ডেউকাত কোনোবাই জুই লগাই দিছে। হৃৎপিণ্ড অটব্য অৰণ্যখন সন্তৰ্পণে জ্বলিছে। হৃদস্পন্দন, ক্ৰম’জমবিচ্ছিন্ন পদপথৰ আশ্ৰয়হীন থাৰ্ম’প্লাষ্টিক শিশু ডেই নিয়া তীক্ষ্ণ জুই। আইচিউৰ ফ্ৰিজিং চহৰখন নিদ্ৰাহীন। অৰাজনৈতিক আধাপোৰা মঙহৰ গোন্ধ।…