ছাঁতত্ত্ব
দীপিকা শইকীয়া মানুহে কয়, সকলোৱে লগ এৰে কেৱল ছাঁটোৱেহে লগ নেৰে বোলে- “মই আৰু মোৰ ছাঁ” বৰ পোহৰত, ৰ’দৰ দিনত বাটে-ঘাটে ছাঁ যায় লগে-ভাগে ছাঁ পৰে, উঠা বহা কৰে ইমানবোৰ পোহৰ, ৰ’দ ছাঁ লগত থাকিবলে পায়নো কোনে…
দীপিকা শইকীয়া মানুহে কয়, সকলোৱে লগ এৰে কেৱল ছাঁটোৱেহে লগ নেৰে বোলে- “মই আৰু মোৰ ছাঁ” বৰ পোহৰত, ৰ’দৰ দিনত বাটে-ঘাটে ছাঁ যায় লগে-ভাগে ছাঁ পৰে, উঠা বহা কৰে ইমানবোৰ পোহৰ, ৰ’দ ছাঁ লগত থাকিবলে পায়নো কোনে…
অনুভৱ তুলসী সেইদিনা এছাটি বতাহে গান্ধ-বিৰিণাৰ জন্মদিন পালিছিল সেই উছৱলৈ তোমাকো মাতিছিল বতাহৰ কথা তুমি নোৱৰাঁ পেলাব গৰখীয়াহঁতে শুনাকৈ বতাহে বনগীত জুৰিছিল সেই গীতৰ গৰ্ভত তাহাঁতে বিচাৰি পাইছিল পুৰণি পাটনাদ এটা সেইদিনা দুপৰীয়া তুমিতো ইয়াত আছিলা তেতিয়া তুমি তাতো আছিলা…
ৰাজীৱ বৰা আমাৰ মৰণ তেতিয়াই নিশ্চিত হ’ল যেতিয়া আমাক বচাবলৈ তেওঁলোক উঠিপৰি লাগিল এতিয়া মই নাজানো মই বাচি আছোঁনে মোৰ ভিতৰত বাচি আছে মৃত্যু কাৰণ মোৰ শৰীৰটোৱে মোৰ সংগ নলয় নিৰ্দেশ নেমানে বন্ধুবোৰ এজন-দুজনকৈ গুচি গৈছে…
সঞ্জীৱ বৰুৱা নৃত্যৰতা আকাশ চমকি উঠিছে মেঘ সৃষ্টিৰ বৃষ্টিয়ে কঢ়িয়াব ধৰালৈ অনাবিল শান্তিৰ সপোন গুঞ্জন । তেজে তুমৰলি দিগন্ত নেওচি উপভোগ কৰা এই সময়। আৰ্দ্ৰতাৰ আৱৰণ আঁতৰাই অযুত সম্ভাৱনাৰে হালধিবাৰীত বৰষুণ আহিব সপোনৰ বৰষুণ। এতিয়া অপেক্ষাকৃত…
অত্ৰেয়ী গোস্বামী উভতিব খুজিলেও উভতিব নোৱাৰি বন্ধনো নাই, মায়াও নাই৷ অথচ চাৰিওদিশে চাৰিওটি বাট বন্ধ৷ কথাটো সহজকৈ ভাবিব পাৰি সহজ হ’ল বুলিয়েই বাট নোহোৱা কথা এটা উলাই কৰিব নোৱাৰি৷ তেওঁ উভতিব খুজিছে, ময়ো উভতিব খুজিছোঁ৷ আমাৰ এটা…
বিভাৰাণী তালুকদাৰ হাউচৰ শিলগুটিত দোপ দি দি উঠি আহে কলহৰ তলি কাণ বাগৰা পানীত পখালিব নোৱাৰোঁ মোৰ মন-কাউৰীৰ ঠোঁট ডেউকাত আঙঠা বান্ধি বনাই ফুৰোঁ ভাব-সাগৰৰ ওপৰেদি অথাই পকনীয়াই থিয়ৈ থিয়ৈ থুকুচে বাহী ঠোঁটেৰে মই যে খাব…
এম. কামালুদ্দিন আহমেদ ৰাতিৰ পথাৰ অতিক্ৰমি দৃষ্টি বৈ গৈছিল একোৱেই সামৰি লোৱা নাছিল সি পুৱা চকু মোহাৰোঁতে পটী যিহেতু নাছিলেই ধানবোৰ সোমাই আহিছিল নিবিড় হ’বলৈ অথচ ৰাতিৰ আন্ধাৰত ধানবোৰ হৈছিল বিমূৰ্ত যেন দূৰ ক’ৰবালৈ গুচি গৈছিল ক্ৰমান্বয়ে…
হিতেশ মেধি ১) চকুহালে নেদেখাকৈ নিজকে লুকুৱাই ৰখাৰ কথা বৰকৈ ভাবোঁ সমস্ত দেখা-নেদেখা কাহিনীটোৰ পৰা হাতত সাৰে ভৰিত সাৰে ওলাব খোজোঁ ওপজা দিনৰে পৰা চকুহালক এৰি ফুৰিব নোৱাৰিলোঁ আত্মপাঠ কৰিবলৈ চকুহালকে ললোঁ বাঁহনিৰ ডাউকৰ ডাকত সন্ধ্যা নমাৰ উমান…
ৰঞ্জিত পাটগিৰি ক’ত এৰি থৈ আহিলোঁ শৈশৱৰ পাগলাদিয়া, ক’ত হেৰাল কলেজীয়া দিনৰ দুটি চকু তাম বৰণীয়া! দুখৰ বতাহে কাহানিও শুকুৱাব নোৱাৰে চকুপানী৷ কোনোবাই মোক অলপ আন্ধাৰৰ আতৰ আনি দিয়া হ’লে গালে-মুখে সানি নিজৰ মাজতে হেৰাবলে’৷ পোহৰে…
অসীম কুমাৰ হাজৰিকা সাম্প্ৰতিক অসমীয়া কবিতাৰ জগতখনত তৰুণ প্ৰজন্মৰ কবি নীলম গগৈয়ে শেহতীয়াকৈ ভুমুকি মাৰিছে৷ ‘ভাল হোৱাটো পাপ কমৰেড’ গগৈৰ কাব্য জীৱনৰ প্ৰথম স্বাক্ষৰ৷ জীৱনৰ নানা ঘটনা-পৰিঘটনা, পৰিৱেশ, চিত্ৰকল্প ইত্যাদিৰ মাধ্যমত তেওঁ চিন্তাৰাশিক বৈচিত্ৰময় ৰূপত মূৰ্ত কৰিছে৷ চিন্তন…