Category কবিতা

বধ্যভূমি

 কেশৱ চাউ    ওপজোঁতে আমি নগ্ন আছিলোঁ  আৰু যামগৈও নগ্ন দেহাৰে  তেন্তে ইমানবোৰ প্ৰস্তুতিৰ অৰ্থই বা কি   সীমা গচকি  মাটি ঠেলি  কৰিবানো কি  বাঢ়িব কেৱল এক ইঞ্চি মাটি    ইপিনে মিৰি সিপিনে নিচি   ইপিনে আদিবাসী  সিপিনে দেউৰী  ৰাভা,…

দীপাৱলী

 লক্ষী প্ৰসাদ ৰেগন শব্দ আৰু চিকমিক বিজুলীৰ ভয়ত মই গোটেই ৰাতি ডুলি এটাৰ ভিতৰত সোমাই থাকিলো বাহিৰত কি শব্দ কি পোহৰ বাপৰে বাপ নঙলা-মুখৰ বোৱালজোপাত এঘুমটি মাৰিবলৈ অহা চৰাইজাকো আধা টোপনি এৰি আন্ধাৰে মুন্ধাৰে যেনি-তেনি পলাই গ’ল নিঃশব্দ নিশা সাৰে…

আঁত ধৰাৰ বাট

 উজ্জ্বল স্মৰণ দত্ত    পট  সলাইছিল কাহিনীয়ে ধোবাং বাং মেলা সামৰিব পৰা নাই কথাবোৰ ৷ বলা যুগপট  বা গাত কথা নলগা গতিৰে জিনা আথাউনি  বাট নাপায়  থাউনি  পাবত গজাটো নহয় ৷ বৃত্তৰ  বাহিৰত ভ্ৰমে  ভ্ৰম ৷ কৌটিকলীয়া আঁত বুকুৱেদি বয় লুইতৰ সোঁত …

ৰুবেন ডাৰিঅ’ (Rubén Darío)ৰ কবিতা

 অনুবাদ – পংখী কাজল কায়স্থ          ৰুবেন ডাৰিঅ’ৰ প্ৰকৃত নাম আছিল ফেলিক্স ৰুবেন গাৰ্চিয়া চাৰ্মিয়েণ্ট৷ তেওঁৰ জন্ম হৈছিল ১৮৬৭ চনৰ ১৮ জানুৱাৰিত বৰ্তমানৰ চিউডাড ডাৰিঅ’ নামেৰে জনাজাত নিকাৰাগুৱাৰ মেটাপা, মাটাগালপাত৷ ডাৰিঅ’ এগৰাকী নিকাৰাগুবান কবি, সাংবাদিক, কূটনীতিবিদ, লেখক, স্পেইনৰ আৱাসী বৈদেশিক…

তৃতীয় বিশ্বৰ কবিতা

 ধীমান বৰ্মন   এয়া প্ৰথম বিশ্বৰ আকাশ   এঙেৰুৱা মেঘ এছটাত আঁউজি কহুঁৱাৰ বতৰ   মাজে মাজে নীল কেনভাছত ব্ৰাছ বোলাইছে এন্ধাৰ বৰণৰ শিল্পই   এয়া প্ৰথম বিশ্ব আকাশতেই শিল্প জীৱন্ত হ’ব   ওলমি ৰোৱা সাঁকোৰ বিলাস পাৰ হ’ব এখুজি…

বাটলু-গুটি

 স্বপ্নালী কলিতা   মাটিৰ ফচ্‌ফচীয়া লডি এটিত পানীৰ সংমিশ্ৰণে কৰে বাটলু   কেতিয়াবা প্ৰতিহিংসা কেতিয়াবা বিনোদন আৰু কেতিয়াবা সি হয় নিজক কৰা পৰীক্ষাৰ কৱচ   লক্ষ্য সেই মাছৰ চকু প্ৰতিটো বাটলুৰ উৰণত ভেদ ভঙা নায়ক অৰ্জুনৰ দৃঢ়তা   বিশ্বাস ভৰসা…

শৰৎ

 সঞ্জীৱ বৰুৱা    শৰৎ মানেই  সেউজীয়া  তৰাং নদীৰ চৌপাশে  হালি-জালি ফুলি থকা  লাস্যময়ী কঁহুৱা ।   শৰৎ মানেই নিয়ৰত প্ৰাণ পোৱা ৰাতিপুৱাটো মুকুতা হেন উজলি থকা বাটৰ দুবৰি বন।   শৰৎ মানেই তলসৰা বকুল শেৱালিৰ সুগন্ধি সুৱাস স্মৃতিৰ মানস পটত …

আশা বাদ

 বিভাৰাণী তালুকদাৰ   বহুদিনৰ আগতে সমাপ্তি ঘটা প্ৰেমৰ বোজা কঢ়িয়াব পৰাকৈ স্মৃতিও কেতিয়াবা আল্‌ফা- ফিমেল নহয়   উপন্যাসৰ শেষ পৃষ্ঠাত যদিও ভাবিব পাৰি নতুন এক সূচনাৰ কথা আশা বাদৰ উপস্থিতি তাৰো আগত   ঘৰবিহীন মানুহবোৰ দেখি মনত পৰে মানুহবিহীন ঘৰলৈ…

দুপৰৰ গণিত

 হিল্লোলজ্যোতি সিংহ   ভৰ দুপৰীয়া ৰাজপথৰ কিনাৰত থিয় হৈ আছে এজন বুঢ়া মানুহ মাটিত পৰা নাই তেওঁৰ ছাঁ পিন্ধনত আঁঠুমূৰীয়া আংচা* আৰু ফটা চোলা সমুখত এটা গাখীৰৰ বটল বিকিলে আশী টকা দৰৱ কিনিব নাতিয়েককেইটাৰ বাবে এপেকেট বিস্কুট   ৰাস্তাৰ সিটো…

বিষয় : কুকুৰ

 হৰেকৃষ্ণ ডেকা     (১) আপুনি কুকুৰ বুলি কওঁতে    মোক আপুনি কুকুৰ বুলি কৈ নিজৰ পোহনীয়া কুকুৰটোকহে তাচ্ছিল্য কৰে৷ অনুগত হৈ সি আপোনাৰ সেৱা কৰে, আৰু প্রতিটো আদেশ শিৰ পাতি লয়৷ সি কেতিয়াও আপোনাক প্রশ্ন নকৰে আৰু আপোনাৰ আচহুৱা দাবীবোৰলৈও সঁহাৰি…