Category কবিতা

একক, অনন্য অনুভৱ তুলসী

 ড॰ বিন্দু ভূষণ বৰা     শব্দ হ’ল মানুহৰ বোধ আৰু বুদ্ধিৰ স্মাৰক৷ শব্দৰ সাধনা পৃথিৱীৰ কঠিনতম আৰু পৱিত্ৰতম সাধনাসমূহৰ অন্যতম৷ আধুনিক অসমীয়া সাহিত্যত নিজস্ব ব্যক্তিশৈলীৰে জিলিকি থকা অনুভৱ তুলসীৰ কবিতাৰ ৰসপান কৰিলেই এই কথা বাৰুকৈ উপলব্ধি কৰিব পাৰি৷ সাহিত্যৰ আনবোৰ…

চিতাৰ জুই চুৰ কৰি আনিছোঁ অ’ নাজমা

নীলিমা ঠাকুৰীয়া হক আন্ধাৰত এটি জোনাকী পৰুৱা সুখৰ চিত্ৰকল্প শব্দ সান্ত্বনাৰ বুলনি ভঁৰালত মেটমৰা দুখ অ’ নাজমা চিৰালফটা বুকু পথাৰত পাৰি থৈছোঁ খেতিয়ক হবলৈ মাতিছোঁ বৰষুণক     কেবল অনুভৱহে কৰিব পাৰি অ’ নাজমা কথাবোৰ ক’ব নোৱাৰিলোঁ । নাজানো যে…

বিমূর্ত সময়

পঙ্কজ নয়ন (অনুভৱ তুলসীলৈ শ্ৰদ্ধাৰে) নৈ নহয়, শব্দ-সাগৰত সমাহিত মন দৰ্শনৰ ছাঁ পিন্ধি অহা দীপ্ত সপোন। সাধাৰণত অসাধাৰণ বিষণ্ণ ফাগুনত ৰচা হেমন্তৰ দৰ্শন। নৈৰ থাকে এশ বছৰীয়া কথা তেওঁ শুনে বোৱঁতী সুৰৰ আঁৰৰ নিশ্চুপতা চকু নোহোৱা শব্দবোৰত জগত দৃষ্টি কলমেৰে…

দুটা কবিতা

উদয় কুমাৰ বৰুৱা (সদ্যপ্ৰয়াত কবি অনুভৱ তুলসীৰ পৱিত্ৰ সোঁৱৰণত)   (১)   ফাগুনক বিদায় বুলি কোৱাৰ  পাছতো ৰৈ যায় শুকান ডালত কিছু ৰঙীন স্তৱক কোনে কয় একো নাই ইয়াত অশ্লীল সময় উদ্‌যাপনৰ বাদে   চোৱাঁ সমুজ্জ্বল সোঁৱৰণীয়ে বাট দেখুৱাইছে সমাগত…

বিলখন নোহোৱা হ’ল আয়াং

মানস প্ৰতিম দত্ত ক্ৰমশঃ পথাৰ হ’ব ধৰা বিল এখনে  মেটেকাৰ মাজৰ পৰা কাবান জুৰিছে। নৈপৰীয়া প্লাষ্টিকৰ পাহাৰ। পানীত বিষাক্ত অৱশেষ। মাছৰ শ্বাসত বিষ। ক’ৰ পৰা ক’লৈ গৈছে মাজনিশাৰ জোনাকী পৰুৱা। আয়াং ঐ, বিলপৰীয়া নাৱত বহি কথা পাতোঁগৈ ব’ল।  মাছুৱৈ আৰু…

শুনিছোঁ শেষ আশ্ৰয় দিয়ে হেনো শুভ্ৰতাই

 ড০ অৰ্চনা পূজাৰী   কবিৰ বিষয়ে লিখিবলৈ গৈ কবিৰ কবিতাৰ শাৰীটোৰেই শিৰোনামটি ঠিক কৰিলোঁ অনুভৱ তুলসীয়ে যেন সকলো কথাই জানিছিল৷ সকলো কামেই নিজৰ মতে সজাই লৈছিল৷ ঠিক সেইমতে যেন লিপিবদ্ধও কৰি গৈছিল৷ এনেদৰে কোৱাৰ মুলতে হ’ল মৃত্যুৰ কিছুদিন পূৰ্বে তেখেতে লিখি থৈ যোৱা…

অদ্বিতীয় অনুভৱ

ডাঃ অপূৰ্ব কুমাৰ শইকীয়া       অনুভৱ তুলসীৰ কবিতাই কেতিয়াবা ভূমিৰ কাব্য-প্ৰেমীয়ে মণিব নোৱৰা উচ্চতাত অৱস্থান কৰে৷ এয়া কবিজনাৰ প্ৰতি উচ্চমত বা অভিযোগ দুয়োটা ৷ইয়াৰ কাৰণ হয়তো কেইবাটাও: তুলসীৰ কবিতাত মুক্তপদৰ অন্তৰ্ভুক্তি ,প্ৰথাগত ৰূপৰ পৰা আঁতৰি পৰীক্ষামূলক বৰ্ণনা-কৌশল, বহল বিস্তৃতিৰ বিষয়গত আৰু ভাষিক…

অনুভৱ তুলসীৰ কবিতা বৰ প্ৰিয় আছিল

 ডাঃ নীলাক্ষী চলিহা গগৈ    পৃথিৱীৰ প্ৰতিজন পাঠকৰে জীৱনৰ তাৎপৰ্য বেলেগ৷ জীৱনক গ্ৰহণ কৰাৰ ধৰণ বেলেগ৷ পাঠকে আপোন কবি বা গল্পকাৰ বুলি ভাবিবলৈ প্ৰকৃততে নিজৰ জীৱন যাতনাৰে প্ৰতিফলন নিহিত কবিতা গল্প লেখাজনকে বাছি লয়৷ হূদয়ৰ ভাষা য’ত প্ৰতিফলিত হয়, নহ’লে বাল্মিকীৰ…

নতুনকৈ কাব্যচৰ্চা কৰাসকলে “অনুভৱ তুলসী”ৰ কবিতা পঢ়া উচিত

 বিপুল শৰ্মা       “ এই মাটিয়ে মোৰ চব দোষ ক্ষমা কৰি দিছে          এই মাটিয়ে মোৰ বুকুত সুমুৱাই লৈছে          মই অত্যাচাৰী হৈ উঠিছোঁ         এই মাটিৰ বাবে         মই আঙ্গুলিমালা” — (তিনিটা কবিতা, অত্যাচাৰ)…

অনুভৱ তুলসীৰ কাব্য-চেতনা

 ৰাজীৱ কুমাৰ ফুকন        কবিতা কেৱল কবিৰ মানসিক শ্ৰমৰ ফচল নহয়। কবিতা জীৱনবোধৰো স্বাক্ষৰ। সমসাময়িক সমাজ, সমাজৰ ঘটনাৱলী বা পৰিবৰ্তিত সমাজৰ ওপৰত কবিৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া, বাস্তৱৰ অভিজ্ঞতা আদিয়ে কবিৰ জীৱনবোধত অৰিহনা যোগায়। পৰিবৰ্তিত মূল্যবোধৰ চেতনাই কবিক অধিক জীৱনমুখী কৰি তোলে।কবিতা যিহেতু…