Category শিল্পকলা

সেই দীঘল দিনবোৰত

দেৱৰাজ মিলি দিন-ৰাতিৰ চিন নথকা সেই দীঘল দিনবোৰত মাৰ মুখৰ হাঁহিটো চুটি হয়। ওন্দোলাই অহা তামৰঙী ডাৱৰৰ  বৰষুণজাক সৰসৰকৈ সৰে আঁচলৰ সিটো পাৰে। চিনাকি বাট এটাৰে উভতি আহে কুৰি বছৰীয়া এখন চাইকেল আৰু এটা চেপেটা মোনা। ভৰ দুপৰীয়া। সন্ধিয়া। মাজনিশা।…

শিল্পকলা

  এইবাৰ শিল্পকলা শিতানত আগবঢ়াইছোঁ আশীৰ্বাদ কাশ্যপৰ কেইখনমান আলোকচিত্ৰ: ‘Enticing‘ ‘Segregated’  ‘Playful’  ‘Careless and Ecstatic’ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

কলাৰ কলা, কলাবোধ আৰু বোধৰ কলা

ডঃ সঞ্জীৱ বৰা প্ৰতিজন ব্যক্তিয়েই ৰুচিৰ গোপন জগত একোখনত বাস কৰে। যাদৃচ্ছিক সংবেদনৰ এই জগতত নিজৰ ৰুচিৰ অনুষংগবিলাকৰ সৈতে একাত্ম হৈ থাকি ভাল পায়৷ ই অজ্ঞাতসাৰেই আমাক এখন নান্দনিক উপলব্ধিৰ জগতলৈ লৈ যায়৷ য’ত প্ৰতিটো উপলব্ধিয়েই আমাৰ ৰুচিৰ সৈতে সংমিশ্ৰিত…

সংৰোপণৰ কাৰণে সংশ্লেষিত অংগ আৰু ত্ৰি-মাত্ৰিক জৈৱমুদ্ৰণ

ড° ৰাস্না ৰাজখোৱা উন্নত জীৱন ধাৰণ প্ৰণালীয়ে বৰ্তমান মানুহৰ গড় আয়ুস প্ৰায় দুগুণলৈ বৃদ্ধি কৰিছে যদিও বৃদ্ধ বয়সত আমাৰ শৰীৰৰ অংগবোৰৰ কাৰ্যক্ষমতা কমি আহে৷ বেছিভাগ মানুহৰে বৃদ্ধ বয়সত নতুন অংগৰ প্ৰয়োজন হয়৷ ৰোগ-ব্যাধি অথবা দুৰ্ঘটনাত অংগ বিকল হ’লে আনকি যুৱ অৱস্থাতো…

ৰঙ্গমঞ্চৰ ঐতিহ্য আৰু বালিগাঁৱৰ সন্মিলিত শিল্পী সমাজ (ৰংঘৰ)-ৰ সোণোৱালী অতীত

  প্ৰদীপ কুমাৰ বৰুৱা নাট্যশালা, নাট্যমন্দিৰ বা ৰঙ্গমঞ্চ অসমৰ সমাজ-সংস্কৃতিৰ এক অবিচ্ছেদ্য অঙ্গ৷ ত্ৰিছ বা চল্লিছ বছৰৰ আগতে ‘ৰঙ্গমঞ্চ’ বুলিলে মানুহে proscenium (প্ৰেক্ষাগৃহ)-ত বহি কোনো নাট্যাভিনয় উপভোগ কৰিব পৰা প্ৰমোদগৃহকে বুজিছিল৷ কিন্তু বৰ্তমান Arena Theatre বা Theatre in the round–ৰ বিষয়ে বিভিন্ন আলাপ-আলোচনা হোৱা পৰিলক্ষিত হয়৷ উল্লেখ কৰাটো…

মা

সঞ্জীৱ সভাপণ্ডিত চিত্ৰশিল্পী পুলক গগৈয়ে এখন ছবি আঁকি আছে৷ বহুদিনৰ পৰা৷ নিজৰ মাকৰ ছবি৷ তেখেতৰ নিজৰ বয়স এতিয়া প্ৰায় আশী বছৰ৷ মাক ঢুকোৱা বহু দিন হ’ল৷ মাকৰ মুখখন ভালকৈ মনত নাই৷ তেওঁ ঠিক ধৰিব পৰা নাই কোনখন মুখ আঁকিব— কেঁচুৱা…

চ্যালুইনৰ পৰা লুইতলৈ

ড° চন্দ্ৰধৰ চমুৱা (তেৰ) নাম্‌কিউ উপত্যকাৰ পূব পাৰত তিনিও ৰাজ্যৰ সন্মিলিত শক্তিয়ে ছ্যু-খান্‌–‌ফাৰ আগ্ৰাসী কাহিনীক তিনি ফালৰ পৰা বাধা দিলে৷ কিন্তু ছ্যু-খান্‌–ফাৰ বিৰাট  সৈন্যদলৰ দ্বাৰা প্ৰথম আঘাততে সন্মিলিত শক্তিৰ সৈন্য ছেদেলি-ভেদেলি হৈ গ’ল। ছ্যু-কা-ফাই নিৰীক্ষণ কৰি চালে ছ্যু-খান্‌-ফাৰ সৈন্য-সংখ্যাৰ তুলনাত নয়-ছান্‌-ফা, ছ্যু-জৎ-ফা আৰু…

ৰন্ধন কলা

মৌচুমী মহন্ত আটাৰ খুৰ্মা উপকৰণ:আটা : ৫০০ গ্ৰামগুৰ  : ২৫০ গ্ৰাম ৰোকা নাৰিকল: দুই টেবুল-চামুচৰিফাইন তেল নিমখ এচিকুট প্ৰণালী: আটাৰ লগত ৪ টেবুল-চামুচ তেল আৰু নিমখ দি ভালকৈ সানি ল’ব৷ এতিয়া পানীৰে  আটাখিনি মাৰি কেইটামান বল বনাই বেলনাত অলপ ডাঠকৈ বেলি লৈ নিজৰ পছন্দৰ…

ৰন্ধন কলা

নাৰিকলৰ সৈতে বৰা চাউলৰ চুঙাপিঠা উপকৰণ:বৰা চাউলৰ পিঠাগুড়ি‍:  ১/২ কেজিনাৰিকল: এফাল ৰুকি লোৱাচেনি: ১ কাপবাঁহৰ চুঙা: দুটা  প্ৰণালী: বৰা চাউলখিনি ৮ ঘণ্টা পানীত তিয়াই থ’ব৷ তাৰ পাছত টুকি লৈ ভালকৈ ধুই ৰুকি লোৱা নাৰিকল আৰু চেনিৰ লগত মিহলাই তৈয়াৰী কৰি ৰখা চুঙাকেইটাত  আধালৈ ভৰাই জোখমতে সিজিব…

দুজন ‘জিনিয়াছ’ৰ দুটা টোকাবহী— এজন গণিতজ্ঞ, আনজন সংগীতজ্ঞ

 ড০ পৰমানন্দ মহন্ত      বি’থ’ফেন                      ৰামানুজন সংগীত আৰু গণিতৰ সম্পৰ্ক দীৰ্ঘদিনীয়া৷ জনামতে, গ্ৰীক পণ্ডিত পায়থাগ’ৰাছেই (আনুমানিক ৫৮০ খৃ.পূ.) পোনতে সংগীতৰ স্বৰবিলাকৰ মাজৰ সম্পৰ্ক সংখ্যাৰ অনুপাতত প্ৰকাশ কৰিব পাৰি বুলি ঠাৱৰ কৰিছিল৷ সংখ্যা আৰু…