Category শিল্পকলা

অসমৰ সমকালীন দৃষ্টিবেদ্য কলাত ক্ষতসূচক শ্লেষ, যন্ত্ৰণা আৰু প্ৰহেলিকাযুক্ত চিত্ৰচিন্তা

ড° ৰাজকুমাৰ মজিন্দাৰ সমকালীন কলা বুলিলে সমগ্ৰ পৃথিৱীৰ ভৌগোলিক-সাংস্কৃতিক ভিন্নতা, জীৱন যাপন তথা কাৰিকৰী কলা-কোৗশলগত প্ৰচন্দ অগ্ৰগতি, পৰিৱৰ্তনৰ ফলস্বৰূপ আজিৰ কলা অথবা সমকালীন যি কুৰি শতিকাৰ শেষৰ ফালে অথবা একবিংশ শতিকাৰ পৰা অধিক ৰূপত মূৰ্ত হৈছে৷ আনহাতে চিত্ৰকলা, ভাস্কৰ্য, ছপা…

চ্যেলুইনৰ পৰা লুইতলৈ‍

ড° চন্দ্ৰধৰ চমুৱা পাছদিনা পুৱা। ৰাতি ডাঙৰকৈ বৰষুণ দিয়াৰ পাছত আকাশ ফৰকাল। পথাৰবোৰত পানী ৰৈছে। হালোৱাই হাল-কোৰ লৈ পথাৰলৈ গৈছে। কোনো কোনোৱে ইতিমধ্যে হাল জুৰিছেই। ক’ৰবাত গজলীয়া ম’হ হলীয়াকৈ বোৱা হৈছে, ক’ৰবাত ডেমেহাগুটীয়া ম’হৰ হাল। লগত বা ওচৰত হয়তো দুই-তিনিহাল…

ৰন্ধন-কলা

পম্পী শৰ্মা খাউণ্ড বৰ মানিমুনি আৰু সৰু মানিমুনি দি বনোৱা মাছৰ জোল উপকৰণ শ‘ল মাছ ৪/৫ টুকুৰা মানিমুনি ৪/৫ মুঠি (পতাত পিহি লোৱা) আলু ২টা (বইল কৰি লোৱা) আদা, নহৰু পেষ্ট ১ চামুচ  কেঁচা জলকীয়া ১ টা  জালুকৰ গুড়ি‍ ১ চামুচ  নিমখ, হালধি…

বিহু অসমীয়া জাতিসত্তাৰ ছান্দসিক সংস্কৃত সমন্বয়

ড˚ নন্দ সিং বৰকলা অ সমীয়া জাতিৰ অতুল্য উৎসৱ, জাতীয় জীৱনৰ ধমনী ৰঙালী বিহুৱে সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰি আহিছে। আহোম ৰাজত্বকালৰো পূৰ্বৰ বিহুৱে আজিৰ তাৰিখত নানান বিৱৰ্তনৰ মাজেৰে পৰিৱৰ্তনৰ নতুন পোছাক পিন্ধি সংৱৰ্ধন আৰু আৱৰ্তনৰ মাজেৰে লাভ কৰা…

গোলকীয় উষ্ণতা: তুষাৰযুগত

ড˚ কুমুদ চন্দ্ৰ ভট্টাচাৰ্য্য    আজি-কালি গোলকীয় উষ্ণতা আৰু তাৰ পৰা উৎপন্ন হোৱা জলবায়ু পৰিৱৰ্তনৰ বিষয়টো নানা দিশৰ পৰা আলোচিত হৈ আছে। পিছে আমি এই পৃথিৱীৰ বাসিন্দাসকলে এতিয়াও এই বিষয়ত যথোচিত গুৰুত্ব দিব বিচৰা নাই। আনফালে বিজ্ঞানীসকলে অকাট্য আৰু প্ৰামাণিক…

মুকলি মঞ্চ

অসমৰ বসন্ত কালীন উৎসৱ    লোকসংস্কৃতি, লোক-উৎসৱৰ অপূৰ্ব মিলনভূমি এই অসম। অতীজৰে পৰা অসমত অনেক জাতি-উপজাতি আৰু জনজাতিৰ লোকে বসবাস কৰি আহিছে। তেওঁলোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ চহকী কলা-সংস্কৃতি আছে। উৎসৱ-অনুষ্ঠান সংস্কৃতিৰ অপৰিহাৰ্য অংগ। অসমত প্ৰচলিত পৰম্পৰাগত প্ৰতিটো উৎসৱৰ অন্তৰালতেই গভীৰ…

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস আৰু ভাৰতীয় চাহ শিল্প

ড˚ বিচিত্ৰ কুমাৰ বৰঠাকুৰ    ২১ মে’, ২০২০ চন, বিশ্বই প্ৰথমবাৰৰ কাৰণে উদ্‌যাপন কৰিলে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস৷ যদিও ২০০৫ চনৰ ১৫ ডিচেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লী মহানগৰত প্ৰথমে এই দিৱসটো পালন কৰিছিল, তথাপিও কালক্ৰমত ভাৰতবৰ্ষৰ পৰামৰ্শ অনুসাৰে আৰু International…