Category শিল্পকলা

এৰী শিল্পৰ উৎপাদন ক্ষেত্ৰৰ বিভিন্ন দিশ

 ড° মৃদুল চন্দ্ৰ শৰ্মা অসম তথা উত্তৰ পূব্বাৰ্ঞ্চলে সমগ্র পৃথিৱীৰ ৰেচম মানচিত্রত এক সুকীয়া তথা অনন্য স্থান লাভ কৰি আহিছে। ব্যৱসায়িকৰূপত পালন কৰা চাৰিওবিধ ৰেচম – এৰী, মুগা, পাট আৰু তচৰ এই অঞ্চলত পোৱা যায়। ৰেচম পলুবিলাকক সাধাৰণতে দুই ভাগত ভগোৱা হৈছে – পাট ৰেচম আৰু…

শিল্পকলা

   আলোকচিত্ৰশিল্পী শ্ৰী প্ৰাঞ্জল হাজৰিকা লোম ছবিৰ কথা-১ ছবিৰ কথা – ২ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

পশ্চিমীয়া চিত্ৰকলাত নাৰী আৰু নগ্নতা; এক অৱলোকন

অলকা মহন্ত বৰুৱা প্ৰাগৈতিহাসিক সময়ৰ পৰা চিত্ৰকলাই মানৱ শৰীৰক প্ৰতিনিধিত্ব কৰাটো অন্যতম মুখ্য বিষয় বস্তু হৈ আহিছে। আৰু এই নগ্ন চিত্ৰকলাৰ ইতিহাস সমৃদ্ধ কৰা চিত্ৰসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে মানৱ শৰীৰৰ নগ্ন চিত্ৰ, আৰু অলপ নিৰ্দিষ্টকৈ  কʼবলৈ গ’লে  উলংগ নাৰীশৰীৰৰ চিত্ৰণ।…

শিল্পকলা

শিল্পকলা শিতানত এইবাৰ আগ বঢ়াইছোঁ “অনুপ কুমাৰ শৰ্মাৰ শিল্পকৰ্ম : ব্যক্তিগত বিন্যাসৰ পৰা সামূহিক সংযুতিলৈ”  শীৰ্ষক প্ৰবন্ধৰে সম্পৰ্কিত শিল্পকৰ্মৰ ছবি

অনুপ কুমাৰ শৰ্মাৰ শিল্পকৰ্ম : ব্যক্তিগত বিন্যাসৰ পৰা সামূহিক সংযুতিলৈ

 জ্যোতি খাটনিয়াৰ   ‘মানুহৰ অৱয়বক (Human Figure) বাদ দি যেন একোৱেই ভাবিব নোৱাৰোঁ৷ আকৌ সেইবোৰৰ মাজলৈ ঘূৰি আহোঁ৷’ শিল্পৰ ৰসাস্বাদনত শিল্পীৰ সৈতে কথোপকথন কিমান গুৰুত্বপূৰ্ণ সেই সম্পৰ্কে মতৰ ভিন্নতা থাকিলেও, এতিয়ালৈকে যি কেইজন অসমীয়া শিল্পীৰ কামৰ সৈতে আত্ম–সংযোগ স্থাপনৰ চেষ্টা…

শিল্পকলা

কবিৰত্ন নীলমণি ফুকনক অনুপ্ৰাণিত কৰা কিছুসংখ্যক শিল্পকৰ্মৰ আলোকচিত্ৰ   পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

দেৱাল শিল্প আৰু প্ৰতিবাদী সত্তা

 পঙ্কজ প্ৰতিম বৰদলৈ গুৱাহাটীৰ বশিষ্ঠ অঞ্চলৰ এখন ফ্লাইঅভাৰৰ দেৱালত কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ চিত্ৰ সম্বলিত এক দেৱাল শিল্পৰ অংকণৰ বাবে এটা শিল্প অনুষ্ঠানৰ কেইজনমান শিল্পীক আৰক্ষীয়ে আৰক্ষী চকীলৈ লৈ যোৱাৰ লগতে, তেওঁলোকক এই শিল্পকৰ্মক দেৱালৰ পৰা আঁতৰ কৰিবৰ বাবেও…

বিজ্ঞান আৰু সাহিত্য

 অভিজিত শৰ্মা বৰুৱা   আজি এই সভাত উপস্থিত জ্যেষ্ঠ-কণিষ্ঠ সকলোলৈকে শ্ৰদ্ধা-সম্ভাষণ জনাই বিজ্ঞানক বিষয়ৰূপে লৈ প্ৰতি বছৰে আয়োজন কৰা ‘অন্যযুগ বক্তৃতামালা’ৰ উদ্যাক্তা ‘অন্যযুগ’ আলোচনীৰ পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।  বিজ্ঞান শব্দটো সংস্কৃতৰ পৰাই আহিছে আৰু ইয়াৰ অর্থ হ’ল- বিশেষ জ্ঞান। অর্থাৎ বিজ্ঞান…