কলা কি?
মূল : লিও টলষ্টয়ৰ What is Art? অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস (৫) একে ধৰণেৰেই সৌন্দৰ্যক সংজ্ঞাৱদ্ধ কৰিছে কাণ্টৰ অনুগামীসকলেও, যাৰ ভিতৰত এগৰাকী আছিল শ্বিলাৰ (১৭৫৯-১৮০৫)। নন্দনতত্ত্ব সম্পৰ্কে বহু লিখামেলা কৰা শ্বিলাৰৰ মতে, কাণ্টে কোৱাৰ দৰেই কলাৰ লক্ষ্য…