Category শিল্পকলা

কুসুমিত কলাজ

খনিন্দ্র ভূষণ মহন্ত (১)ছোঁ হৈ দুলি আছিলোঁ পথাৰত বতাহৰ বেগেৰে কোনে আহি ক‘লেঃজীৱনৰ গণিতে সৰল অঙ্কৰ উপপাদ্য নামানে বনৰীয়া ফুলবোৰ শুই থকা শিশুৰ একোখন মুখ  (২)বুকুৰ বলুকাত এপাহ বকুল  ছায়া-ছবিৰ তুলিকাত উঠি আহিছেএখনি জীর্ণপ্রায় এজাৰফুলীয়া হাত স্মৃতিকাতৰতা কবিৰ পুৰণি অসুখ (৩)ক্রন্দনৰতা আকাশ আজি নিঃসংগ শিলচেঁচা শূন্যতা এখিনি…

ৰন্ধনকলা

পম্পী শৰ্মা খাউণ্ডছুইট কৰ্ন চাট উপকৰণ কৰ্ন ১ বাটি  (সিদ্ধ কৰি লোৱা) বিলাহী ১টা (মিহিকৈ কাটি লোৱা) পিঁয়াজ ১টা (মিহিকৈ কাটি লোৱা) কেঁচা জলকীয়া ১-২ টা (মিহিকৈ কাটি লোৱা) ধনিয়া পাত ১ মুঠি (মিহিকৈ কাটি লোৱা) নেমু ৰস ২-৩ চামুচ বাটাৰ…

সাঁথৰৰ খেলা

অত্ৰেয়ী গোস্বামী আহা আহা মইনাহঁতখেল এটা খেলোঁ, মই সোধাটোকআমি সাঁথৰ বোলোঁ৷হাবিত কাহে ওলাই নাহেকোৱাচান কি?কুঠাৰ বুলি ক’ব পাৰিলেকোচত ল’ম তুলি৷ আৰু এটা সাঁথৰ আছজানানে তোমালোকে?মাক জতুলি-পুতুলিপুতেকক চোকাটেকলা বোলে৷কণমইনাই তপৰাই ক’লেতোমালোকে কোৱা, মোৰকাম নাইকিয়া, উত্তৰটো মইহে ক’মবুলি জলকীয়া৷ বাৰু বাৰু কোৱাচোনমাত আছে, মানুহ…

অ-ফলাৰ পদ্য

গীতাঞ্জলি বৰকটকী  ভাগৱতী অ-ই ক’লে অসমৰ অকণ-অকণি আমিআ-ই বোলে ফাকুৱাত আবিৰ লওঁ সানি।ই-এ সোধে ইকৰাৰে ভেলাঘৰ সাজে নে নাসাজেঈ-এ বোলে ঈশ্বৰে লুকাভাকু খেলে নে নেখেলে?উ-এ সোধে উটত উঠি মৰুভূমি চাবা নে নোচোৱাঊ-এ ক’লে ঊষা-অনিৰুদ্ধৰ কাহিনীটো কোৱা।ঋ-এ বোলে ঋষি থাকে আশ্ৰমত…

ৰন্ধন-কলা

তৰু চেতিয়া ফুকন শৰৎ সমাগত। অথচ আগৰ দৰে মানুহৰ মনত পূজা বুলি কোনো উৎসাহ-উদ্দীপনা নাই। কাৰণ, কৰ‘নাৰ সংহাৰী ৰূপে আমাক দৈহিক, মানসিক আৰু অৰ্থনৈতিকভাৱে জুৰুলা কৰি পেলাইছে। আমি নাৰী হোৱাৰ লগতে এগৰাকী মাতৃও। বৰ্তমানৰ পৰিস্থি‍তি বুজি পূজা বুলি সন্তানক বাহিৰৰ…

বিশিষ্ট চিত্ৰশিল্পী পৰেশ ভূঞা

সাক্ষাৎগ্ৰহণ: নিবিড় অনুৰাগ মানস চিত্ৰশিল্পক এক নতুন গতি দিবলৈ চেষ্টা কৰি আহিছে অসমৰ বিশিষ্ট চিত্ৰশিল্পী পৰেশ ভূঞাই। ১৯৮৯ চনত তেখেতৰ শিল্প প্ৰদৰ্শনী দৰ্শন কৰি সুধাকণ্ঠ ভূপেন হাজৰিকাই লিখিছিল— ‘‘শ্ৰী পৰেশ ভূঞাৰ চিত্ৰ প্ৰদৰ্শনী আজি দেখিলোঁ। টেম্পেৰা৷ মিক্স্‌ড মিডিয়া আৰু অইল পদ্ধতিত অঁকা কেইখনমান…

অসমৰ দুজন উদীয়মান চিত্ৰশিল্পীৰ শিল্পকৰ্ম

নিবিড় অনুৰাগ মানস চিত্ৰশিল্পী কল্যাণ ৰাভা কল্যাণ ৰাভা বৰ্তমান সময়ত চিত্ৰশিল্পৰ লগত ওতপ্ৰোতভাৱে জড়িত এজন চিত্ৰশিল্পী হ’ল কল্যাণ ৰাভা। ওদালগুৰি জিলাৰ ঘোগাপাৰাৰ, ভেৰগাঁৱত জন্ম লাভ কৰা কল্যাণৰ ছবিসমূহৰ মূল বিষয়বস্তু হ’ল সমাজৰ খাটি খোৱা মানুহৰ জীৱন সংগ্ৰাম। কল্যাণ ৰাভাৰ চিত্ৰকৰ্ম…

ৰন্ধন কলা

ইলোৰা শৰ্মা দত্ত চকলেট গাখীৰ ৰোল আৰু বেছনৰ লাড়ু উপকৰণ পাউদাৰ গাখীৰ ডেৰ কাপ চেনি আধা কাপ গাখীৰ একাপ কক পাউদাৰ ২ চামুচ ইলাচি ২টা ঘিউ ২ চামুচ প্ৰণালী: প্ৰথমে পেন গৰম হ’লে ঘিউ দি গাখীৰখিনি দিব। অলপ উতল অহাত পাউদাৰ…

ওমলা পদ্য

অংকুৰিতা ফুকন (১) ঘৰচিৰিকাৰ চিৰিক্ চিৰিক্ শগুণে বোলে খাওঁ, বোৱাৰী-পুৱাতে সাউদ ককায়ে বেহালৈ মেলিলে নাও। (২) সাউদৰ ঘৰত খৰিয়াল লাগিল আকাশৰ কলহ ফুটা, সাউৰণীৰ হেনো ফুৰিবলৈ মন বৰষুণে লগালে লেঠা।   (৩) নাখায় নাখায় একোকে নাখায় আজি সাউদৰ লঘোণ টকলা…