sdblogs2011

sdblogs2011

চিনেমা : ভিন্ন স্বাদ, দেশ, মানুহ আৰু সমাজ

  নিজৰা ৰাজকুমাৰী                …One less… One less mouth to feed-এনিয়ে পৰিয়ালৰ দুৰ্দশাৰ দিনত গাঁৱৰ স্কুলখনৰ শিক্ষকজনৰ লগত পলাই যোৱাৰ আগে আগে চিঠিত লিখি থৈ গৈছিল। এখন মুখ কমি যোৱা মানেই পৰিয়ালৰ আন এজনে সামান্য…

ফটিকা খোৱা চকুলো

 অৰ্চনা ঠাকুৰীয়া   আকাশখন গোমা দেখিলেই মই  পাগল হওঁ হৃদয়- শব্দৰ তৰংগবোৰে কৰুণ বীণ বজায় ক্ষোভ আৰু হতাশাৰ অগনিয়ে দেই পুৰি মাৰে আৰু খং -শিঙা বজাই বাৰীকোঁৱৰে মোলৈ তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে- ঘৃণাত …   ক্ৰমশঃ বিশ্বকৰ্মাই বন্ধা দালানটো হিৰ্…

উঠা মোৰ‌ নিৰ্বাসিত সূৰ্য

বিপ্লৱ চুতীয়া   কেতিয়াও কাকো প্ৰশ্ন কৰিব নোৱৰা পূৰ্ণচ্ছেদৰ আঁৰৰ অৱনত শব্দবোৰ কেইটামান আখৰৰ বাদে আৰুনো কি   এতিয়া, বুলৱাৰ-লিটনৰ অগোচৰে মঞ্চস্থ হয় মানৱ বিৰোধী ষড়যন্ত্ৰ তৰোৱালৰ আগত শিৰ নত চলতি শতিকাৰ কলম   সুযোগ‌-সন্ধানীৰ হালধীয়া হাতত কলমে কীৰ্তন কৰে…

অহা-যোৱা

 যশোৱন্ত নিপুণ   যদি জীৱন ইমানেই শুদ্ধ আছিল মৃত্যুৰ জানো প্ৰয়োজন আছিল ?   আমি কোৱা কথাবোৰ তুমি শুনিবই লাগিব – তেনে একো নাছিল, কাহিনীবোৰ যি এখন মহাকাব্য হ’ব বুলি অনুভৱ হয়  – সেইবোৰ এটা মাত্ৰ বাক্যৰ মাজত নীৰৱে শুই…

পানী

 উৰ্মি জুলী শইকীয়া     আজিকালি মই দুখৰ কথাবোৰ পানীকেই কওঁ কোনোবা ওচৰত থাকিও নাথাকে শুনিবলৈ কোনো নাথাকিলেও মোৰ ক’বলগীয়া থাকে সেইবোৰ মই পানীকেই কওঁ   কোনোৱে পাহাৰৰ দৰে বিষাদ লুকুৱাই থয় পানীত কোনোৱে চৰাইৰ দৰে কৰুণ সুৰ  শৈশৱো লুকাই…

স্কেচ্ছ translation-june-2024

 মূল : কবি গুলজাৰ অনুবাদ : পাপু মজুমদাৰ (কবি পৰিচিতি : ১৯৩৪ চনৰ ১৮ আগষ্ট এটা পাঞ্জাৱী পৰিয়ালত জন্ম হৈছিল সম্পূর্ণ সিং কালৰাৰ। যি গৰাকী ব্যক্তি আমাৰ ওচৰত কবি গুলজাৰ চাহাব হিচাপে অধিক জনপ্রিয়।) মনত আছে এদিন মোৰ টেবিলত বহি…

বহুৰূপী

মূল : এণ্টন চেখভৰ ‘A CHAMELEON’ অনুবাদ : পংকজ কুমাৰ নেওগ    বজাৰখনৰ মাজেৰে ইন্সপেক্টৰ ওচুমেলভে পাক এটা মাৰিছিল। গাত তেওঁৰ এটা নতুন অভাৰকোট আৰু কাষলতিৰ তলত এটা সৰু টোপোলা। পিছে পিছে ৰঙাচুলীয়া চিপাহী এজনো গৈছিল; তেওঁৰ হাতত আছিল বজাৰৰ পৰা বাজেয়াপ্ত কৰা ফল-মূলৰ…

ডিক’ল’নাইজেশ্বন

 পঙ্কজ প্ৰতিম বৰদলৈ   বৰ্তমান সময়ত বিদ্যায়তনিক ক্ষেত্ৰত সততেই চৰ্চিত হৈ থকা এটা ধাৰণা হৈছে- ডিক’ল’নাইজেশ্বন৷ অসমীয়াত ইয়াৰ প্ৰতিশব্দ হিচাপে বিঔপনিৱেশিকতাবাদ বা বিউপনিৱেশবাদ শব্দটো ব্যৱহাৰ কৰিব পাৰি যদিও মই এই লেখাত ইংৰাজীৰ ডিক’ল’নাইজেশ্বন শব্দটোৱেই ব্যৱহাৰ কৰিম৷ ই স্পষ্ট আৰু সহজবোধ্য…

সুখ কিনিব নোৱাৰি

 প্রাঞ্জল বেজবৰা   ১৯৪৫ চনৰ ডিচেম্বৰ মাহৰ ৩০ তাৰিখে ‘নিউয়ৰ্ক টাইমছ’ কাকতৰ সম্পাদকীয় পৃষ্ঠাত উইলিয়াম অগডনৰ ‘দ্য আৰ্ট অব হেপীনেছ’ শীৰ্ষক এটি লেখা প্রকাশ পাইছিল৷ সেই লেখাটোৰ মূল কথাখিনি অসমীয়ালৈ অনুবাদ কৰি অন্যযুগৰ পাঠকলৈ আগবঢ়ালোঁ৷  মানুহৰ সুখ-সুবিধা সৃষ্টিৰ বাবে যুগ…